মৰ্মান্তিক! নাগাৰা নাম পৰিৱেশন কৰি থাকোতেই হঠাৎ অসুস্থ হৈ পৰিল লোকশিল্পী তৰণীকান্ত দত্ত, মৃত্যু

নিউজ ডেস্কঃ কামৰূপ জিলাৰ চাংসাৰিত শোকাবহ ঘটনা। নাগাৰা নাম পৰিৱেশন কৰি থকাৰ সময়তে হঠাৎ অসুস্থ হৈ মৃত্যু এগৰাকী লোক শিল্পীৰ। শুকুৰবাৰে নিশা সংঘটিত হয় এই শোকাবহ ঘটনা। জানিব পৰা মতে, শুকুৰবাৰে নিশা দদৰাৰ এটি পৰিয়ালৰ মাংগলিক অনুষ্ঠানত নাগাৰা নাম পৰিৱেশন কৰি থকাৰ সময়তে হঠাৎ অসুস্থ হৈ পৰে পাঠক তৰণীকান্ত দত্ত। স্বাস্থ্যৰ অধিক অৱনতি ঘটাত লগে … Read more

ধৰ্মৰ বাবে ত্যাগ অভিনয় কেৰিয়াৰ! জনপ্ৰিয় ভোজপুৰী অভিনেত্ৰী ছহৰ আফছাৰ সিদ্ধান্তই ব্যথিত কৰিছে অনুৰাগীক…

নিউজ ডেস্কঃ ধৰ্মৰ বাবেই নাম-যশ, ঐশ্বৰ্য-বিভূতি সমস্ত ত্যাগ কৰিলে ভোজপুৰী ছবিজগতৰ এগৰাকী সফল অভিনেত্ৰীয়ে। ইছলাম ধৰ্মই অনুমতি প্ৰদান নকৰাৰ বাবেই দীঘলীয়া অভিনয় কেৰিয়াৰ ত্যাগ কৰি আল্লাহৰ শৰণাপন্ন হৈ পৰিল অভিনেত্ৰী ছহৰ আফছা। অভিনেত্ৰীগৰাকীয়ে নিজৰ সিদ্ধান্তৰ বিষয়ে এটা ইনষ্টাগ্ৰাম পোষ্ট কৰি অনুৰাগীসকলক জনোৱাৰ পিছতে সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ। পৰ্দাত দুৰ্দান্ত অভিনয় কৰি লাখ লাখ অনুৰাগীৰ হৃদয়ত … Read more

আশ্বৰ্যকৰ! ৫ দিন ধৰি নৈৰ মাজত উপঙি থাকিও জীৱন্তে উদ্ধাৰ এটি নৱজাতক…

নিউজ ডেস্ক। ৰাখে হৰি মাৰে কোনে? ৫ দিন ধৰি মাজ গংগাত উপঙি থাকিও জীৱন ৰক্ষা পৰিল এটি নৱজাতকৰ। এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে পশ্চিমবংগৰ মালদাৰ মাণিকচক আৰক্ষী থানাৰ নিউ বিলাইমাৰী অঞ্চলত। বিলাইমাৰী অঞ্চলৰ গংগাৰ সোমাজত পাষ্টিকৰ এটি বেবী বাথ টাবত এটি কণমানি শিশু উটি গৈ থকা দেখি স্থানীয় লোকে নাওৰে গৈ শিশুটিক উদ্ধাৰ কৰিবলৈ সক্ষম … Read more

গুৱাহাটীৰ দীপশিখাৰ উপৰি শ্বিলঙৰ যুৱ পৰ্বতাৰােহীৰাে উত্তৰাখণ্ডত মৃত্যু, মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক। উত্তৰাখণ্ডৰ হিমস্খলনত সন্ধানহীন হৈ থকা গুৱাহাটীৰ দীপশিখা হাজৰিকাৰ উপৰি মেঘালয়ৰ ৰাজধানী শ্বলিঙৰ যুৱ পৰ্বতাৰোহী টিকলু জ্যৰৱাৰৰ মৃতদেহ উদ্ধাৰ। মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই টুইটযোগে এই কথা জানিবলৈ দি লিখিছে, “অত্যন্ত দুখৰ কথা যে উত্তৰাখণ্ডত হিমস্খলনৰ ফলত নিৰুদ্দেশ হোৱা শ্বিলঙৰ পৰ্বতাৰোহীৰ এটা দলৰ সৈতে নিৰুদ্দেশ হোৱা টিকলু জ্যৰৱাৰ মৃতদেহ উদ্ধাৰ হৈছে।” Extremely sad to share … Read more

উদ্বোধন কৰা হ’ল ৰাজ্যিক বিজেপিৰ প্ৰাসাদোপম কাৰ্যালয়! চৰণ ধুৱাই জ্যেষ্ঠজনৰ আশীষ ল’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

নিউজ ডেস্কঃ উদ্বোধন কৰা হ’ল ৰাজ প্ৰাসাদোপম ৰাজ্যিক বিজেপিৰ নৱ নিৰ্মিত কাৰ্যালয়। মহানগৰীৰ বশিষ্ঠত কেইবা কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা ৰাজ্যিক বিজেপিৰ সুবিশাল কাৰ্যালয়টো শনিবাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জেপি নাড্ডাই। বাজপেয়ী ভৱন নামেৰে নামকৰণ কৰা এই ব্যয়বহুল কাৰ্যালয়টোৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মুখ্যমন্ত্ৰী … Read more

ঘােচ লৈ ভিজিলেঞ্চৰ হাতত গ্ৰেপ্তাৰ হোৱা লাট মণ্ডল ৰঞ্জিত মহন্তৰ জামিন মঞ্জুৰ…

নিউজ ডেস্ক। চৰকাৰী কাৰ্যালয়ত দুৰ্নীতিৰ আশ্ৰয় লৈ ৰঙাঘৰৰ আলহী হােৱা ইজনৰ পিছত সিজন ঘােচখােৰ কৰ্মচাৰীয়ে লাভ কৰিছে জামিন। এইবাৰ উৎকোচ লৈ হাতে লোটে গ্ৰেপ্তাৰ হোৱা লাট মণ্ডল ৰঞ্জিত মহন্তৰ জামিন মঞ্জুৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। উল্লেখ্য যে যােৱা ২৩ ছেপ্টেম্বৰত নগাঁও সদৰ ৰাজহ চক্ৰ কাৰ্যালয়ত এজন লােকৰ পৰা কামৰ বিনিময়ত নগদ ৫ হেজাৰ টকা উৎকোচ লৈ … Read more

হিমস্খলনত হেৰাই যােৱা অসমৰ দীপশিখা হাজৰিকাৰ মৃতদেহ উদ্ধাৰ…

নিউজ ডেস্ক। অৱশেষত আহিল সেই অনাকাংক্ষিত বেয়া খবৰ। যােৱা ৪ অক্টােবৰত পৰ্বতাৰােহণৰ উন্নত প্ৰশিক্ষণৰ বাবে উত্তৰাখণ্ডলৈ গৈ হিমস্খলনত হেৰাই যােৱা অসমৰ দীপশিখা হাজৰিকাৰ মৃতদেহ উদ্ধাৰ। শনিবাৰে দীপশিখাৰ লগতে এই হিমস্খলনত সন্ধানহীন হােৱা আন ৬ জন পৰ্বতাৰােহীৰাে মৃতদেহ উদ্ধাৰ কৰে উদ্ধাৰকাৰী বাহিনীয়ে। উল্লেখ্য যে উত্তৰাখণ্ডৰ উত্তৰ কাশী জিলাত সংঘটিত হিমস্খলন সন্ধানহীন পর্বতাৰোহীৰ দলটোৰ এইপর্যন্ত ২৬ গৰাকীৰ … Read more

আৰক্ষীৰ বৰ্বৰতা! পিতৃৰ সৈতে বাইকত উঠি অহা ৬ বছৰীয়া কণমানজনীক লাঠীৰে প্ৰচণ্ড প্ৰহাৰ কৰি ফালিলে মূৰ…

নিউজ ডেস্ক। পুনৰ আৰক্ষীৰ নিষ্ঠুৰতা। বাইকৰ তালাচীৰ নামত লাঠীৰে কােবাই মূৰ ফালিলে পিতৃৰ সৈতে বাইকত উঠি অহা এগৰাকী ৬ বছৰীয়া কণমানিজনীৰ। বিনা কাৰণেতে লাঠীৰে নিৰ্মম প্ৰহাৰ কৰিলে কণমানিজনীৰ পিতৃ-মাতৃকাে। এই ঘটনা সংঘটিত হ’ল ধুবুৰী জিলাৰ শালকোচাত। জানিব পৰা মতে, চাপৰ-মৌৱাটাৰীৰ ইয়াকুৰ আলীয়ে নয়াহাটৰ শহুৰৰ ঘৰ পৰা পত্নী আৰু ছয় বছৰীয়া কন্যাৰ সৈতে নিজৰ বাইকেৰে ঘৰলৈ … Read more

আৱেগিক! হাতত প্ৰয়াত পিতৃৰ ফটো লৈ ৰভাতলীত প্ৰৱেশ কইনাৰ, দৃশ্য দেখি সেমেকি উঠিল উপস্থিত সকলোৰে দুচকু, ভাইৰেল ভিডিঅ’

নিউজ ডেস্কঃ কিছু বছৰ পূৰ্বে হেৰুওৱা পিতৃক নিজৰ বিশেষ দিনটোত এনেদৰেই বিচাৰি পালে এগৰাকী কন্যাই। ৰভাতলীত কইনাৰ সাজত প্ৰৱেশ কৰা কন্যাক চোৱাৰ হেঁপাহ আছিল পিতৃৰ। কিন্তু সেই সপোন পূৰ হোৱাৰ পূৰ্বে এই জীৱনৰ পৰা বিদায় ল’বলগীয়া হৈছিল পিতৃয়ে। পিতৃৰ অনুপস্থিতিত তেওঁৰ অভাৱ বাৰুকৈয়ে অনুভৱ কৰা কন্যাই নিজৰ বিয়াৰ দিনটোত কইনাৰ সাজ পিন্ধি ৰভাতলীত প্ৰৱেশ কৰাৰ … Read more

মৰ্মান্তিক! গুলীচালনাৰ অনুশীলনৰ সময়ত হঠাৎ বিস্ফোৰিত হ’ল টেংকৰ বেৰেল, শ্বহীদ ২ সেনা জোৱান

নিউজ ডেস্কঃ গুলীচালনাৰ অনুশীলনৰ সময়তে হঠাৎ টেকংৰ বেৰেল বিস্ফোৰণ ঘটি শ্বহীদ হ’ল দুগৰাকীকৈ সেনা জোৱান। এই শোকাবহ ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ ববিনাৰ ফিল্ড ফায়াৰিং ৰেঞ্জত। এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে, বৃহস্পতিবাৰে গুলীচালনাৰ অনুশীলন চলি থকাৰ সময়তে হঠাৎ এটা টি-৯০ টেংকৰ নলী বিস্ফোৰিত হয়। যাৰ ফলত টেংকটোৰ পৰিচালনাত থকা ৰাজস্থানৰ নিৱাসী নায়ব চুবেদাৰ সুমেৰ সিং বগৰীয়া, … Read more