প্ৰকৃতি প্ৰেমী পূৰ্ণিমা দেৱী বৰ্মনলৈ ২০২২ বৰ্ষৰ ‘দ্য ৱৰ্ল্ড ফিমেল ৰেঞ্জাৰ এৱাৰ্ড’
নিউজ ডেস্ক। অসমবাসীলৈ আন এক ভাল খবৰ কঢ়িয়ালে ‘হাড়গিলা বাইদেউ’ হিচাপে খ্যাত ডঃ পূৰ্ণিমা দেৱী বৰ্মনে। ডঃ পূৰ্ণিমা দেৱী বৰ্মনক ‘দ্য ৱৰ্ল্ড ফিমেল ৰেঞ্জাৰ এৱাৰ্ড, ২০২২’ বঁটাৰ বাবে নিৰ্বাচন আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সংস্থা ‘হাউ মেনী এলিফেণ্টছৰ’। বিলুপ্তপ্ৰায় হাড়গিলা সন্দৰ্ভত জন সচেতনতা সৃষ্টিৰ ক্ষেত্ৰত আগবঢ়ােৱা অৱদানৰ বাবে ড০ পূৰ্ণিমা দেৱী বৰ্মনক এই বঁটাৰ বাবে নিৰ্বাচন কৰা হৈছে। … Read more