অসম আৰক্ষীৰ ব্যতিক্ৰমী ৰূপ! ফুল, কলম, চকলেট যাচি শুভেচ্ছা জনালে পৰীক্ষাৰ্থীক

নিউজ ডেস্ক। দেওবাৰে অনুষ্ঠিত হ’ল ৰাজ্য চৰকাৰৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা। ২৫ খন জিলাত অৱতীৰ্ণ হ’ল ৯ লক্ষাধিক প্ৰাৰ্থী। অৱশ্যে, পৰীক্ষাৰ মাজতে বিভিন্ন পৰীক্ষা কেন্দ্ৰত অসম আৰক্ষীক দেখা গ’ল এক ব্যতিক্ৰমী ৰূপত। পৰীক্ষাৰ্থীৰ তালাচীৰ সমানে বিভিন্ন পৰীক্ষা কেন্দ্ৰত পৰীক্ষাৰ্থীসকলক আৰক্ষীয়ে উপহাৰ প্ৰদান কৰি শুভেচ্ছা জনালে অসম আৰক্ষীয়ে। কােনাে ঠাইত কলম, ফুল উপাহাৰ দি পৰীক্ষাৰ্থীক আদৰিলে … Read more

খাকী পোছাকত পাৰ্লাৰত বহি যুৱতীৰ দ্বাৰা লৈ মালিচ লৈ বিপদত পৰিল অ’চি ছাৰ, SP ছাৰে ল’লে এই ব্যৱস্থা…

নিউজ ডেস্ক। খাকী পােছাকত বিউটি পাৰ্লাৰত বহি মালিচ লৈ বিপদত পৰিল অ’চি ছাৰ! যুৱতীয়ে আৰক্ষী বিষয়াগৰাকীৰ চেহেৰাত মাছাজ দি থকা অৱস্থাৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে উৰ্ধতন বিষয়াৰ ৰােষত পৰিল অ’চি ছাৰ। আৰক্ষীৰ উৰ্ধতন মহিলে এই কাৰ্যৰ বাবে নিলম্বন কৰিলে আৰক্ষী বিষয়াগৰাকীক এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ। প্ৰয়াগ ৰাজৰ চিভিল … Read more

মৰ্মান্তিক! ব্যক্তিগত হাস্পতালত সন্তান প্ৰসৱৰ এদিন পিছতে আকস্মিক মৃত্যু বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ডঃ ৰুমী কাকতিৰ

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা। হাস্পতালত সন্তান প্ৰসৱৰ এদিন পিছতে মৃত্যু ঘটিল প্ৰসূতিৰ। নলবাৰীৰ এখন ব্যক্তিগত হাস্পতালত সংঘটিত হয় এই ঘটনা। এই ঘটনাক কেন্দ্ৰ কৰি হাস্পতালৰ চৌহদত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। জানিব পৰা মতে, নলবাৰীৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত ও পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা ড৹ ৰুমী কাকতি প্ৰসূতিজনিত কাৰণত তিনিদিন পূৰ্বে ভৰ্তি … Read more

মৰ্মান্তিক! মাতৃৰ শৰীৰত প্ৰৱাহিত হ’ল বিদ্যুৎ, মাতৃৰ প্ৰাণৰক্ষা কৰিবলৈ গৈ কন্যাৰাে বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যু

নিউজ ডেস্ক। এক কৰুণ ঘটনা। বিদ্যুৎস্পৃষ্ট হৈ অকাল মৃত্যুক সাৱটি ল’লে দুই মাতৃ-কন্যাই। এই শােকাৱহ ঘটনাৰ স্থান বিশ্বনাথ জিলাৰ পূব ভিৰৰ গােৱালতলী অঞ্চল। জানিব পৰা মতে, গা ধােৱাৰ পিছত তাঁৰত কাপোৰ মেলিবলৈ যাওঁতেই বিদ্যুৎস্পৃষ্ট হয় মাতৃ লালভানু খাতুন (৩৪)। তাকে দেখি মাতৃক বচাবলৈ যায় কণমানি কন্যাইও। কিন্তু ৰক্ষা নপৰিল দুয়োজন। মাতৃক বচাবলৈ গৈ একেলগে বিদ্যুৎস্পৃষ্ট … Read more

নিযুক্তি পৰীক্ষাত প্ৰশ্নকাকত ফাদিল ৰোধৰ চেষ্টা চৰকাৰৰ! কাইলৈ ২৫ জিলাত নাথাকিব ইণ্টাৰনেট সেৱা

নিউজ ডেস্কঃ ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰিবলগীয়া তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ পৰিপ্ৰেক্ষিতত কাইলৈ অৰ্থাৎ দেওবাৰে পুনৰ ২৫ জিলাত কৰ্তন কৰা হ’ব ইন্টাৰনেট সেৱা। প্ৰশ্নকাকত ফাদিল ৰোধৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। উল্লেখ্য যে, যোৱা ২১ আগষ্টত অনুষ্ঠিত হোৱা চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ সময়তো ৰাজ্য চৰকাৰে ইণ্টাৰনেট সেৱা কৰ্তন কৰিছিল। চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে ৰাজু প্ৰসাদ … Read more

ন্যায়ালয়ৰ সেউজ সংকেতঃ ২৮ আগষ্টতো কৰ্তন হ’ব ইন্টাৰনেট সেৱা…

নিউজ ডেস্কঃ ২৮ আগষ্টত অনুষ্ঠিত হ’বলগীয়া ৰাজ্য চৰকাৰৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ সময়তো বন্ধ হ’ব ইন্টাৰনেট সেৱা। এই সেউজ সংকেত প্ৰদান কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে। উল্লেখ্য্য যে, ২১ আগষ্টত অনুষ্ঠিত হোৱা চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ সময়ত ৰাজ্য চৰকাৰে ইন্টাৰনেট সেৱা কৰ্তনৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত এখন লেখ আবেদন দাখিল কৰিছিল ৰাজু প্ৰসাদ শৰ্মা নামৰ এজন ব্যক্তিয়ে। … Read more

ছাত্ৰীলৈ অশ্লীল বাৰ্তা! উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ বিমান চন্দ্ৰ চেতিয়াক নিলম্বন

নিউজ ডেস্কঃ ছাত্ৰীলৈ অশ্লীল বাৰ্তা প্ৰেৰণ কৰাৰ অভিযোগ তুলি ছাত্ৰ-ছাত্ৰীয়ে কৰা প্ৰতিবাদৰ পিছতে নিৰপেক্ষ তদন্তৰ খাতিৰত নিলম্বন কৰা হৈছে উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ বিতৰ্কিত অধ্যক্ষ বিমান চন্দ্ৰ চেতিয়াক। এই কথা সদৰী কৰিছে উচ্চ শিক্ষা সঞ্চালকালয়ে। উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ (স্বায়ত্তশাসিত) ছাত্ৰ সংগঠনে অধ্যক্ষ বিমান চন্দ্ৰ চেতিয়াৰ বিৰুদ্ধে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে উচ্চ শিক্ষা সঞ্চালকালয়ক অনুৰোধ কৰাৰ … Read more

অৱসৰলৈ মাজত আৰু ৪ দিন বাকী থকা অৱস্থাত উৎকোচ লৈ গ্ৰেপ্তাৰ শিক্ষা বিষয়া, ১৫ আগষ্টত নিষ্ঠা আৰু সততাৰ বাবে কৰা হৈছিল সন্মানিত

নিউজ ডেস্কঃ অৱসৰলৈ আৰু মাজত মাত্ৰ আছিল ৪টা দিন। সুদীৰ্ঘ কাল নিষ্ঠা আৰু সততাৰে কাম কৰি ৰাজ্য চৰকাৰৰ পৰা শেহতীয়াকৈ সন্মানো জনোৱা হৈছিল তেওঁক। কিন্তু এগৰাকী নিষ্ঠাবান শিক্ষা বিষয়া হিচাপে তেওঁ অৱসৰ গ্ৰহণ কৰিব নোৱাৰিলে। অৱসৰ গ্ৰহণলৈ মাজত আৰু মাত্ৰ ৪টা দিন বাকী থকা অৱস্থাত ঘোচ লোৱাৰ সময়ত হাতে-লোটে গ্ৰেপ্তাৰ কৰা হ’ল শিক্ষা বিষয়াগৰাকীক। এনে … Read more

মৃত্যুৱেই শেষ নহয়! অংগ দানেৰে আন শিশুৰ মাজত জীয়াই থাকিব ১৬ মহীয়া ঋষান্ত…

নিউজ ডেস্কঃ মৃত্যুৱেই শেষ নহয়! মৃত্যুৰ মাজত আন বহু শিশুৰ মাজত জীয়াই থাকিব এটি ১৬ মহীয়া কণমানি। পৰিয়ালে শিশুটিৰ অংগ আন শিশুক দান কৰাৰ সিদ্ধান্ত লৈছে। উল্লেখ্য যে, যোৱা ১৭ আগষ্টত ঘৰত খেলি থাকোতেই হঠাৎ পিচলি পৰি মূৰত গুৰুতৰভাৱে আঘাত পাইছিল ঋষান্ত নামৰ দিল্লীৰ ১৬ মহীয়া শিশুটিয়ে। লগে লগে শিশুটিক পিতৃ-মাতৃয়ে যমুনা পাৰ্কৰ সমীপৰ এখন … Read more

পঞ্চায়ত সচিবৰ চহী জালিয়াতি কৰি আত্মসাৎ আঁচনিৰ লক্ষ লক্ষ টকা, স্বামীসহ গ্ৰেপ্তাৰ পঞ্চায়ত সভানেত্ৰী

নিউজ ডেস্কঃ পঞ্চায়ত সচিবৰ চহী জালিয়াতি কৰি আঁচনিৰ ধন আত্মসাৎ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে পঞ্চায়তৰ সভানেত্ৰী আৰু তেওঁৰ স্বামীক। এই চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে বৰপেটাৰ সমীপৰ ১০২নং কুমুল্লীয়াপাৰা গাঁও পঞ্চায়তত। অভিযোগ অনুসৰি, পঞ্চায়তখনৰ সভানেত্ৰী ৰুমা পাৰবিন চুলতানা খানম আৰু তেওঁৰ স্বামী আলাল উদ্দিনে পঞ্চায়ত সচিবৰ চহী জালিয়াতি কৰি কেইবাখনো আঁচনিৰ ২৫ লাখৰো অধিক টকা … Read more