মা কামাখ্যাৰ আশীষ বিচাৰি গুৱাহাটীলৈ আহিল জেকুলিন…

নিউজ ডেস্কঃ শক্তিপীঠ মা কামাখ্যা ধামত আশীষ ল’বলৈ বুধবাৰে অসমত উপস্থিত হয় বলিউডৰ মোহময়ী অভিনেত্ৰী জেকুলিন ফাৰ্ণাণ্ডেজ। নিজৰ জন্মদিন উপলক্ষ্যে মা কামাখ্যা ধামত উপস্থিত হৈ দেৱীৰ শ্ৰীচৰণত পূজা অৰ্চনা আগবঢ়ায় অভিনেত্ৰীগৰাকীয়ে। ইফালে প্ৰথমবাৰলৈ গুৱাহাটীত উপস্থিত হোৱা অভিনেত্ৰীগৰাকীক চাবলৈ মা কামাখ্যা ধামত বৃহস্পতিবাৰে ভিৰ কৰে তেওঁৰ অগণন অনুৰাগীয়ে। উল্লেখ্য যে, বুধবাৰে গুৱাহাটীত উপস্থিত হোৱা জেকুলিনে নিশাটো … Read more

এসময়ৰ কৃতী শিক্ষাৰ্থী পৱন বৰঠাকুৰ হ’ব ৰাজ্যৰ পৰৱৰ্তী মুখ্য সচিব…

নিউজ ডেস্কঃ ৰাজ্যৰ পৰৱৰ্তী মুখ্য সচিব হিচাপে নিযুক্তি দিয়া হৈছে পৱন কুমাৰ বৰঠাকুৰক। বৰ্তমান অতিৰিক্ত মুখ্য সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা বৰঠাকুৰক বৰ্তমানৰ মুখ্য সচিব জিষ্ণু বৰুৱাৰ স্থানত নিযুক্তি প্ৰদান কৰা হৈছে। উল্লেখ্য যে, অহা ৩১ মাৰ্চত অৱসৰ গ্ৰহণ কৰিব মুখ্য সচিব জিষ্ণু বৰুৱাই। তাৰ পিছত একেদিনাই মুখ্য সচিবৰ কাৰ্যভাৰ গ্ৰহণ কৰিব পৱন কুমাৰ বৰঠাকুৰে। … Read more

ভাল খবৰ! অসম আৰক্ষীৰ ৪ বিষয়ালৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ পদক

নিউজ ডেস্ক। স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত অসম আৰক্ষীলৈ সুখবৰ। ৪ গৰাকী আৰক্ষী বিষয়ালৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ পদক। অনুসন্ধানত দেখুওৱা পাৰদৰ্শিতাৰ বাবে এই পদক। হােজাই জিলাৰ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থলৈ এই পদক। হােজাইৰ এছপি বৰুণ পুৰকায়স্থ SDPO মৃন্ময় দাস, DSP ৰ’জী তালুকদাৰলৈও এই পদক। অসম আৰক্ষীৰ উপ-পৰিদৰ্শক নাৰায়ণ শইকীয়ালৈও গৃহমন্ত্ৰীৰ পদক প্ৰদানৰ ঘােষণা কৰা হৈছে। ডিএছপি ৰ’জী তালুকদাৰ … Read more

আৱেগিক দৃশ্য! শ্বহীদ ভাতৃৰ প্ৰতিমূৰ্তিত ৰাখী পিন্ধাই ৰাখী বন্ধন উদযাপন ভগ্নীৰ

নিউজ ডেস্কঃ বৃহস্পতিবাৰে শাওন মাহৰ পবিত্ৰ পূৰ্ণিমা তিথিত দেশজুৰি উদযাপন কৰা হৈছে ভাতৃ ভগ্নীৰ হেঁপাহৰ উৎসৱ ৰাখী বন্ধন। দেশৰ প্ৰধানমন্ত্ৰীৰ পৰা সকলো শ্ৰেণীৰ লোকেই উদযাপন কৰা দেখা গৈছে এই উৎসৱ। কিন্তু এই সকলোবোৰৰ মাজতে ভাইৰেল হোৱা বিশেষ ছবিয়ে আকৰ্ষণ কৰিছে সকলোৰে দৃষ্টি। যদি ছবিখন আপুনি ভালকৈ চাই, তেন্তে ছবিখন যে অলপ বেলেগ সেয়া স্পষ্ট হৈ … Read more

হায়ৰে মানৱতা! কোচ জাতিৰ ছোৱালী বিয়া কৰোৱাৰ বাবেই মৃত্যুৰ পিছতো গাঁওবাসীয়ে সৎকাৰ নকৰিলে অতুল শৰ্মাৰ মৃতদেহ, নৈৰ পাৰত পুতি থ’বলগীয়া হ’ল পত্নীয়ে

নিউজ ডেস্কঃ মানুহে মানুহৰ কথা কোৱা এইখন সমাজত সামাজিক সংকীৰ্ণতাই বহুবাৰ চৰ্চা লাভ কৰিছে। কেতিয়াবা যদি গাহৰি বা মুৰ্গীৰ ব্যৱসায় কৰাৰ বাবে কোনোবা পৰিয়ালক এঘৰীয়া কৰা হৈছে, আন কেতিয়াবা আকৌ অইন ধৰ্মৰ মাজত সম্পন্ন হোৱা বিবাহৰ বাবে কৰা হৈছে এঘৰীয়া। এইবাৰ সমাজৰ একাংশ লোকৰ সংকীৰ্ণ মনোভাৱৰ বাবেই মৃত্যুৰ পিছতো হিন্দু ৰীতি-নীতিৰে শেষ কৃত্য সম্পন্ন কৰা … Read more

ঘোচখোৰ বিষয়া! উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ আবকাৰী পৰিদৰ্শক লোহিত ফুকন

নিউজ ডেস্কঃ ৰাজ্যত দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী-প্ৰশাসন। যাৰ পৰিণতিত বিগত সময়ত ঘোচ লৈ হাতে-লোটে ধৰা পৰিছে ৰাজ্যৰ বহু কেইজন চৰকাৰী বিষয়া আৰু কৰ্মচাৰী। শেহতীয়াকৈ ঘোচ লৈ বৃহস্পতিবাৰে পুনৰ গ্ৰেপ্তাৰ হ’ল আন এগৰাকী চৰকাৰী বিষয়া। গোলাঘাট জিলাৰ বোকখাত আবকাৰী বিভাগত অভিযান চলাই বৃহস্পতিবাৰে দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে আবকাৰী পৰিদৰ্শক লোহিত ফুকনক। Second … Read more

আকৌ ঘোচকাণ্ড! ঘোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ উপ পঞ্জীয়ক কাৰ্যালয়ক কৰ্মচাৰী গোপীনাথ দাস

নিউজ ডেস্কঃ পুনৰ ঘোচ লৈ হাতে-লোটে ধৰা পৰিল আন এগৰাকী চৰকাৰী কৰ্মচাৰী। এইবাৰ তামুলপুৰৰ উপ পঞ্জীয়ক কাৰ্যালয়ত অভিযান চলাই উৎকোচ গ্ৰহণৰ সময়তে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰে এগৰাকী কৰ্মচাৰী। ধৃত দুৰ্নীতিগ্ৰস্ত কৰ্মচাৰী জনৰ পৰিচয় গোপীনাথ দাস বুলি জানিব বুলি জানিব পৰা গৈছে। উৎকোচ লোৱাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাই হাতে-লোটে গ্ৰেপ্তাৰ কৰে উপ-পঞ্জীয়ক কাৰ্যালয়ৰ কৰ্মচাৰীজনক। Our … Read more

বিয়াৰ ৫০ বছৰ পিছত সন্তানৰ মুখ দেখিলে এহাল সত্তৰোৰ্ধ্বৰ দম্পতীয়ে, আনন্দত আত্মহাৰা হৈ ক’লে এই কথা…

নিউজ ডেস্কঃ বিবাহৰ পিছত এটি সন্তানে সংসাৰখন পূৰ্ণ কৰি তোলে। শিশুৰ কলৰৱ, থুনুক থানাককৈ কঢ়া খোজ, ফুটা নুফুটা মাতেৰে মতা সেই মাতবোৰ শুনি সুখানুভূতিত বুৰ যাবলৈ কাৰনো মন নাযায়! কিন্তু সকলোৰে জানো সেই সৌভাগ্যকণ হয়! বিয়াৰ পিছত এটি সন্তানৰ বাবে কিমান যে হাবাথুৰি খাইছিল দম্পতীহালে। কি ডাক্তৰ, কি কবিৰাজ সকলোৰে কাষত থৈয় হৈও যোৱা ৫০ … Read more

মৰ্মান্তিক! ৰে’লৰ চেপাত মৃত্যু কৌতূক অভিনেতা হৰেশ্বৰ ডেকাৰ

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা। ৰে’লৰ খুন্দাত অকাল মৃত্যু কৌতুক অভিনেতা হৰেশ্বৰ ডেকাৰ। বুধবাৰে মহানগৰীৰ নুনমাটি কেবিন চকত সংঘটিত হয় এই ঘটনা। জানিব পৰা মতে, কলংপাৰ এক্সপ্ৰেছৰ খুন্দাত মৃত্যু হৰেশ্বৰ ডেকাৰ। তেওঁৰ ঘৰ হৰেশ্বৰ ডেকাৰ ঘৰ মঠঘৰীযাৰ বড়ো চকত। একাংশ লােকে সন্দেহ কৰা অনুসৰি, আৰ্থিক দৈন্যৰ বাবে হৰেশ্বৰ ডেকাই চৰম সিদ্ধান্ত ল’বলৈ বাধ্য হয়। ইপিনে, … Read more

ঠিকাদাৰৰ পৰা ৫੦ হাজাৰ টকাৰ ঘােচ লৈ গ্ৰেপ্তাৰ হােৱা ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক গুৰুপ্ৰসাদক নিলম্বন…

নিউজ ডেস্ক। এগৰাকী ঠিকাদাৰৰ পৰা ৫੦ হাজাৰ টকাৰ ঘােচ লৈ দুৰ্নীতি নিবাৰকৰ হাতত হাতে-লােটে গ্ৰেপ্তাৰ হােৱা বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক গুৰুপ্ৰসাদ খাটনিয়াৰক নিলম্বন। ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক বিৰিঞ্চি কুমাৰ দাসে এক নির্দেশযোগে পঞ্জীয়ক গুৰুপ্ৰসাদ খাটনিয়াৰক চাকৰিৰ পৰা নিলম্বন কৰে। ইয়াৰ উপৰি ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞানৰ সহযোগী অধ্যাপক মনোজ কুমাৰ দাসক বিশ্ববিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত পঞ্জীয়ক হিচাপে নিযুক্তি … Read more