এইবাৰ একেলগে যুটি বান্ধিছে হিৰো আলম আৰু ভুৱন বাদ্যকাৰে! শীঘ্ৰে মুক্তি পাব নতুন গীত
নিউজ ডেস্ক। এইবাৰ একেলগে যুটি বান্ধিছে দুই ভাইৰেল গায়ক হিৰো আলম আৰু ভূৱন বাদ্যকাৰ। সামাজিক মাধ্যমত ইতিমধ্যে ভাইৰেল হৈ পৰিছে দুয়োগৰাকী ভাইৰেল গায়কে একেলগে ষ্টুডিঅ’ত গান ৰেকৰ্ডিং কৰি থকাৰ ফটো। আনহাতে হিৰো আলমেও কলকতাৰ দমদম বিমান বন্দৰত উপস্থিত হোৱাৰ পিছত ফেচবুক লাইভযোগে জনাইছে ভূৱন বাদ্যকাৰৰ সৈতে এটা গীত গোৱাৰ বাবে পশ্চিমবংগলৈ অহাৰ কথা। উল্লেখ্য যে, … Read more