গুৰুতৰভাৱে অসুস্থ বাঁহীবাদক দীপক শৰ্মা! হাস্পতালত চিকিৎসাধীন…
নিউজ ডেস্কঃ গুৰুতৰভাৱে অসুস্থ ৰাজ্যৰ প্ৰখ্যাত বাঁহীবাদক দীপক শৰ্মা। কেইবাটাও ৰোগত আক্ৰান্ত হৈ হৈ আছে চিকিৎসাধীন। বৰ্তমান দিছপুৰ হাস্পতালৰ আইচিইউত চিকিৎসাধীন হৈ আছে বিশিষ্ট বাঁহীবাদকগৰাকী। জানিব পৰা মতে, জণ্ডিছ, কিডনী, যকৃত আৰু হৃদযন্ত্ৰৰ লগত আক্ৰান্ত হৈছে দীপক শৰ্মা। বিগত ৩ দিন ধৰি তেওঁ হাস্পতালত চিকিৎসাধীন হৈ আছে। জনপ্ৰিয় বাঁহীবাদকগৰাকীৰ আশু আৰোগ্য কামনা কৰি প্ৰাৰ্থনা জনাইছে … Read more