অনিমেষ ভূঞাৰ হত্যাকাণ্ডৰ সৈতে জড়িত ১৫ নম্বৰ অভিযুক্তক গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ
নিউজ ডেস্ক। ছাত্ৰনেতা অনিমেষ ভূঞাৰ হত্যাকাণ্ডৰ তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ কৰি তুলিছে যােৰহাট আৰক্ষীয়ে। ঘটনাৰ সৈতে জড়িত থকাৰ অভিযােগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ইজনৰ পাছত সিজন অপৰাধী। ইপিনে, অনিমেষ ভূঞাৰ হত্যাকাণ্ডৰ লগত জড়িত ১৫ নং অপৰাধীজনক গ্ৰেপ্তাৰ কৰো যোৰহাট আৰক্ষীয়ে। ধৃত যুৱকজন বালিগাঁৱৰ সুশান্ত শৰ্মা বুলি জানিব পৰা গৈছে। গুৱাহাটীৰ পল্টনবজাৰৰ পৰা গ্ৰেপ্তাৰ কৰে এই অভিযুক্তক। যোৰহাটৰ … Read more