মৰ্মান্তিক! পানীত পৰি দুই শিশুৰ মৃত্যুৰ শােকত ভাগি প্ৰাণত্যাগ মাতৃৰাে

assam news

নিউজ ডেস্ক। এক হৃদয় বিদাৰক ঘটনা। নিজ কন্যাৰ লগতে পৰিয়ালৰে আন এটি শিশুৰ পানীত পৰি সলিল সমাধি ঘটনাৰ পিছতে এগৰাকী মাতৃয়ে শােক ভাগি পৰি প্ৰাণত্যাগ কৰা ঘটনাই গভীৰ শোকৰ ছাঁ পেলাইছে সৰ্থেবাৰীৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বামুন্দি গাঁৱত। জানিব পৰা মতে, ১৫ আগষ্টৰ দিনৰ ১২ মান বজাত গাঁওখনৰ বাসিন্দা নৃপেন ৰয়ৰ জীয়ৰী অৰ্পণা ৰয় (১০ বছৰ) … Read more