মৰ্মান্তিক! কণমানি শিশুৰ প্ৰাণৰক্ষা কৰিবলৈ গৈ বিদ্যুৎস্পৃষ্ট হৈ পিতৃ-মাতৃ, প্ৰতিবেশীসহ ৪ জনৰ মৃত্যু

নিউজ ডেস্ক। পুনৰ বিদ্যুৎ বিভাগৰ মৰণফান্দত পৰি কৰুণ মৃত্যু হ’ল শিশুসহ ৪ জন লােকৰ। পথৰ ওপৰত বিচ্ছিন্ন হৈ পৰা বিদ্যুৎ পৰিবাহী তাঁৰৰ সংস্পৰ্শলৈ আহি হাইলাকান্দি জিলাৰ কাটলিছেৰা সমষ্টিৰ বিলাইপুৰ অঞ্চলত সংঘটিত হয় এই কৰুণ ঘটনা। বিদ্যুৎস্পৃষ্ট হােৱা কণমানি শিশুৰ প্ৰাণৰক্ষা কৰিবলৈ গৈ কৰুণ মৃত্যু পিতৃ-মাতৃৰ। শিশুটিৰ লগতে প্ৰাণৰক্ষা কৰিবলৈ যােৱা এজন প্ৰতিবেশী যুৱকৰাে এই দুৰ্ঘটনাত … Read more

ঘােচ লৈ ভিজিলেঞ্চৰ হাতত গ্ৰেপ্তাৰ আৰক্ষী উপ-পৰিদৰ্শক অনুপ কটকী

নিউজ ডেস্ক। পুনৰ কলংকিত হ’ল অসম আৰক্ষীৰ খাকী পােছাক। এগৰাকী আচামীৰ পৰা ঘােচ লৈ ভিজিলেঞ্চৰ জালত পৰিল এগৰাকী উপ-পৰিদৰ্শক। এইবাৰ নগাঁও জিলাৰ কচুৱা আৰক্ষী নিবেশত চলিল অসম সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। শনিবাৰে সন্ধিয়া উৎকােচ লৈ থকা অৱস্থাত কচুৱা আৰক্ষী চকীৰ উপ পৰিদৰ্শক অনুপ কটকীক গ্ৰেপ্তাৰ কৰে ভিজিলেঞ্চৰ অভিযানকাৰী দলে। সম্প্ৰতি আৰক্ষী নিবেশত উপ-পৰিদৰ্শক … Read more

মৰ্মান্তিক! দুই পুত্ৰক লৈ বাইকেৰে যাত্ৰা কৰা জিলা শ্ৰম বিষয়াক মহটিয়াই নিলে ট্ৰাকে…

নিউজ ডেস্ক। এক শোকাবহ পথ দুৰ্ঘটনা। দুই পুত্ৰক লৈ বাইকেৰে যাত্ৰা কৰা মঙলদৈৰ জিলা শ্ৰম বিষয়া গৌৰাংগ দাসৰ বাইক মহটিয়াই নিলে তীব্ৰবেগী ট্ৰাকে। বৃহস্পতিবাৰে নিশা খাৰুপেটীয়াৰ পৰা আহি থকা সময়ত সংঘটিত হয় এই দুৰ্ঘটনা। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত গৌৰাংগ দাসৰ চিকিৎসালয়ত মৃত্যু ঘটে। সৌভাগ্যক্ৰমে এস দুৰ্ঘটনাত প্ৰাণৰক্ষা পৰে শ্ৰম বিষয়াগৰাকীৰ দুই সন্তানৰ। জানিব পৰা মতে, … Read more

শোকাৱহ ঘটনা! বিদ্যালয়ৰ পৰা ঘৰলৈ ওভতাৰ পথত পুখুৰীত পৰি দশম শ্ৰেণীৰ ছাত্ৰৰ সলিল সমাধি

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা। বিদ্যালয়ৰ পৰা ঘৰলৈ ওভতাৰ পথত পুখুৰীত পৰি সলিল সমাধি এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰৰ। মৃত ছাত্ৰজনৰ নাম ৰােহিত দাস (১৫)। এই ঘটনা সংঘটিত হৈছে কামৰূপ জিলাৰ নগৰবেৰাত। বিদ্যালয়ৰ পৰা ঘৰ অভিমুখী পথত পুখুৰীত পৰি মৃত্যু ঘটে ৰোহিত দাস(১৫) নামৰ ছাত্ৰ জনৰ। মৃত ছাত্ৰজন নগৰবেৰা আদৰ্শ বিদ্যালয়, দোকুচি’ৰ ছাত্ৰ তথা প্ৰতিবেশী গোৱালপাৰা … Read more

সলনি হ’ল আপােনাৰ জিলাৰ অভিভাৱক মন্ত্ৰী! অভিভাৱক মন্ত্ৰীৰ নতুন তালিকা প্ৰকাশ

নিউজ ডেস্ক। সলনি হ’ল আপােনাৰ জিলাৰা অভিভাৱক মন্ত্ৰী। অভিভাৱক মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিলে সংসদীয় পৰিক্ৰমা বিভাগে। ৰাজ্যপালৰ স্বাক্ষৰিত অভিভাৱক মন্ত্ৰীৰ নতুন তালিকাখন প্ৰকাশ কৰা হৈছে। এই নতুন তালিকা অনুসৰি, কৃষি মন্ত্ৰী অতুল বৰাক কামৰূপ (ম), লখিমপুৰৰ দায়িত্ব প্ৰদান কৰা হৈছে। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসক বঙাইগাঁও, ডিব্ৰুগড়, তিনিচুকীয়া জিলাৰ, মন্ত্ৰী পীযুষ হাজৰিকাক শোণিতপুৰ, বিশ্বনাথ, কৰিমগঞ্জৰ দায়িত্ব … Read more

আলফা (স্বাধীন)ৰ শিৱিৰত পুনৰ মৃত্যুদণ্ডৰ চৰম শাস্তিৰে দণ্ডিত কেডাৰ…

আলফা(স্বাঃ)ৰ শিবিৰত পুনৰ এজন সদস্যক মৃত্যুদণ্ড। এইবাৰ শিবিৰৰ পৰা পলায়ন কৰা সদস্যক আলফাই বিহিলে মৃ্ত্যুদণ্ড। ৰিহণ অসম ওৰফে ছাইফুল ইছলাম নামৰ এজন কেডাৰক মৃত্যুদণ্ড আলফাৰ। ৰিহণ অসমৰ ঘৰ গোৱালপাৰাৰ লক্ষীপুৰৰ বাউৰাৰতলত। ২৮ জুলাইত শিবিৰৰ পৰা পলায়ন কৰিছিল ৰিহণ অসমে। ইয়াৰ পিছতে ২৯ জুলাইৰ পুৱা ৫ বজাত আলফাৰ এটা গোটে কৰায়ত্ত কৰিছিল ৰিহণ অসমক। এই সন্দৰ্ভত … Read more

মাদ্ৰাছাত পুনৰ চলিল উচ্ছেদ! ‘জেহাদী’ কাৰ্যকলাপৰ বিৰুদ্ধে কঠােৰ আৰক্ষী-প্ৰশাসন…

নিউজ ডেস্ক। ৰাজ্যত শেহতীয়াকৈ ৰাষ্ট্ৰবিৰােধী জেহাদী শক্তিবােৰৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান তীব্ৰতৰ হৈ পৰিছে। এই অভিযানত ধাৰাবাহিকভাৱে আৰক্ষীৰ জালত পৰিছে ইটােৰ পিছত সিটাে সন্দেহজনক জেহাদী। শেহতীয়াকৈ বঙাইগাঁও জিলাৰ যােগীঘােপাত শিক্ষকতা কৰা মুফতি হাফিজুৰ ৰহমান নামৰ লােকক জেহাদী সন্দেহত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে এইবাৰ এই মাদ্ৰাছাত চলােৱা হৈছে প্ৰশাসনৰ উচ্ছেদ অভিযান। যোগীঘোপাৰ কাবাইটাৰী মাৰ্কাজুল মা আৰিফ … Read more

কিশোৰীক যৌন নির্যাতন চলাই ৰঙাঘৰৰ আলহী হ’ল আবকাৰী অধীক্ষক প্রীতম বৰুৱা

নিউজ ডেস্ক। ঘােচ লৈ নহয়, এইবাৰ এগৰাকী ১৩ বছৰীয়া কিশােৰীক যৌন নিৰ্যাতন চলােৱাৰ অভিযােগত গ্ৰেপ্তাৰ হ’ল এগৰাকী চৰকাৰী বিষয়া। এই বিষয়াগৰাকী হৈছে ধেমাজি জিলাৰ ভাৰপ্ৰাপ্ত আবকাৰী অধীক্ষক প্রীতম বৰুৱা। বৰুৱাক গ্ৰেপ্তাৰ কৰে মহানগৰ আৰক্ষীৰ অপৰাধ শাখাই। জানিব পৰা মতে, ভুক্তভােগী কিশোৰীগৰাকীৰ মাতৃৰ অভিযোগৰ ভিত্তিত প’কছ’ আইনৰ অধীনত ৰুজু হোৱা এটা গোচৰৰ ভিত্তিত প্রীতম বৰুৱাক গ্ৰেপ্তাৰ … Read more

কৰুণ! হাস্পতালৰ চৌহদতে আধা ঘণ্টা ধৰি এম্বুলেন্সৰ ভিতৰত আবদ্ধ হৈ মৃত্যু দুৰ্ঘটনাত পতিত ব্যক্তিৰ…

নিউজ ডেস্ক। কথাতে কয় ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কােনে? মৃত্যু কাৰ জীৱনলৈ কেতিয়া কেনেকৈ আহে কোনেও নাজানে। কেৰেলাত সংঘটিত এটা ঘটনাই যেন প্ৰতীয়মান কৰিছে এই কথাকেই। এজন দুৰ্ঘটনাত পতিত লোক সময়মতে চিকিৎসালয় পোৱাৰ পিছতো এম্বুলেন্সত আবদ্ধ হৈ পৰাৰ ফলতেই চিকিৎসা বিহীন ভাৱে মৃত্যু হোৱাৰ এটা খবৰ পোহৰলৈ আহিছে। পথ দুৰ্ঘটনাত আহত লোকজন … Read more

বন্ধ ৰে’লগেট পাৰ হ’বলৈ গৈ বিপদত পৰিল বাইক আৰোহী, ঘটিল এই ভয়ংকৰ ঘটনা…

নিউজ ডেস্ক। এক ভয়ংকৰ ঘটনা। বন্ধ হৈ থকা ৰে’লগেট অতিক্ৰম কৰিবলৈ গৈ বিপদত পৰিল এগৰাকী বাইক আৰােহী। এটা ৰে’লপথেৰে এখন ৰে’ল পাৰ হৈ যােৱাৰ সময়তে আন এটা ৰে’লপথেৰে অকস্মাতে অহা ৰে’লে মহটিয়াই নিয়ে বাইক। অৱশ্যে এই ঘটনাত কথমপি প্ৰাণৰক্ষা পৰে লােকজন। লগতে দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে ৰে’লখনাে। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই ঘটনাৰ ভিডিঅ’। … Read more