ভাৰতৰ শ্বেয়াৰ বজাৰৰ ‘সম্ৰাট’ ৰাকেশ ঝুনঝুনৱালাৰ আকস্মিক দেহাৱসান
নিউজ ডেস্ক। শ্বেয়াৰ বজাৰৰ ‘বিগ বুল’ বুলি পৰিচিত ৰাকেশ ঝুনঝুনৱালাৰ ৬২ বছৰ বয়সত দেহাৱসান। দেওবাৰে পুৱা ৬.৪৫ বজাত মুম্বাইৰ ব্ৰিচ কেণ্ডি হাস্পতালত ৰাকেশ ঝুনঝুনৱালাৰ মৃত্যু ঘটে। ৰাকেশ ঝুনঝুনৱালা ভাৰতৰ ৱাৰেন বাফেট বুলিও জনাজাত আছিল। শ্বেয়াৰ বজাৰৰ পৰা বৃহৎ টকা উপাৰ্জন কৰা ব্যৱসায়ী জনে শেহতীয়াকৈ দেশৰ বিমান পৰিবহন খণ্ডত প্ৰৱেশ কৰিছিল। তেওঁ নতুন এয়াৰলাইন কোম্পানী আকাশ … Read more