কোনো মুছলমান মহিলাই তেওঁৰ স্বামীয়ে তিনিজনী সতিনী ঘৰলৈ অনাটো নিবিচাৰেঃ মুখ্যমন্ত্ৰী

নিউজ ডেস্ক। ‘কোনো মুছলমান মহিলাই তেওঁৰ স্বামীয়ে আন তিনিজনী পত্নী বিয়া কৰোৱাটো নিবিচাৰে।’ – এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইউনিফৰ্ম চিভিল কোড (ইউচিচি)ৰ সমৰ্থনত এই মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। শনিবাৰে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে কোনো মুছলমান মহিলাই সতিনী নিবিচাৰে। ইউচিচি সকলো মুছলমান মহিলাৰ বাবেই এটা সমস্যা বুলি মন্তব্য … Read more

পুত্ৰৰ জামিন বিচাৰি অহা দৰিদ্ৰ মহিলাৰ দ্বাৰা গা মালিচ কৰোৱালে আৰক্ষী বিষয়াই, তাৰ পাছত…

নিউজ ডেস্ক। কাৰাবন্দী পুত্ৰৰ জামিন বিচাৰি এগৰাকী আৰক্ষী বিষয়াৰ কাষ চাপিছিল এগৰাকী মাতৃ। কিন্তু দৰিদ্ৰ মহিলাগৰাকীৰ অসহায়তাৰ সুযোগ লৈ গা মালিচ কৰোৱালে আৰক্ষী বিষয়া জনে। সামাজিক মাধ্যমত এই ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতে নিলম্বন কৰা হৈছে আৰক্ষীৰ উপ পৰিদৰ্শক শশীভূষণ সিনহাক। এই ঘটনা বিহাৰৰ সাহাৰচা জিলাৰ নৌহাট্টা আৰক্ষী চকীত সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। … Read more

মৰ্মান্তিক! কৰ্তব্যস্থলীৰ পৰা ঘৰলৈ ওভতাৰ পথত গছৰ ডালৰ আঘাতত অন্তঃসত্বা মহিলাৰ মৃত্যু

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা। ধুমুহাৰ মাজতে ছিগি পৰা গছৰ ডালৰ আঘাতত কৰুণ মৃত্যু ঘটিল এগৰাকী অন্তঃসত্বা মহিলাৰ। নিহত মহিলাগৰাকীৰ নাম অনামিকা ভূঞা (২৮)। যােৰহাট জিলাৰ তিতাবৰৰ ডফলাটিঙত সংঘটিত হ’ল এই কৰুণ ঘটনা। জানিব পৰা মতে, শনিবাৰে হঠাতে অহা এজাক ধুমুহাৰ মাজতে প্ৰাণ গ’ল অনামিকা ভূঞা নামৰ প্ৰায় ২৮ বৰ্ষীয় এগৰাকী মহিলাৰ। আন দিনাৰ দৰে … Read more

ঘােচ লৈ ভিজিলেঞ্চৰ জালত পৰিল খাদ্য সুৰক্ষা বিভাগৰ পৰিদৰ্শক

নিউজ ডেস্ক। পুনৰ ঘােচখােৰ চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে চলিল দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। এইবাৰ ১੦ হাজাৰ টকাৰ উৎকােচ লৈ হাতে-লােটে ভিজিলেঞ্চৰ হাতত ধৰা পৰিল খাদ্য সুৰক্ষা বিভাগৰ এগৰাকী পৰিদৰ্শক। ধৃত পৰিদৰ্শকগৰাকীৰ নাম বিৰিঞ্চি কুমাৰ কাৰ্জি। তেওঁ নগাঁও জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ত কৰ্মৰত। জানিব পৰা মতে, খাদ্য সুৰক্ষা অনুজ্ঞাপত্ৰ দিয়াৰ নামত ১ লাখ টকাৰ উৎকোচ বিচাৰিছিল … Read more

ভয়ংকৰ! পাহাৰৰ পৰা খহি পৰা শিলাখণ্ডই খুন্দিয়ালে চলন্ত বাইক, কেমেৰাত বন্দী শিহৰণকাৰী ঘটনা…

নিউজ ডেস্ক। এক শিহৰণকাৰী দুৰ্ঘটনা। চলন্ত বাইকৰ ওপৰত পৰিল পাহাৰৰ পৰা খহি পৰা প্ৰকাণ্ড শিলাখণ্ড। এই শিলাখণ্ডৰ প্ৰচণ্ড খুন্দাত মৃত্যু ঘটিল বাইক আৰােহী যুৱকৰ। গুৰুতৰভাৱে আহত বাইকখনত থকা আন এজন যুৱক। এই ঘটনা সংঘটিত হ’ল কেৰালাত থামাৰাছেৰীত। জানিব পৰা মতে, দুই বন্ধুৱে থামাৰাচেৰী ঘাট পথত মটৰচাইকেলত যাত্ৰা কৰি থাকোঁতে হঠাতে পথৰ কাষৰ পাহাৰৰ কাষৰ পৰা … Read more

পলকতে ঘটিল এটা ঘটনা, ট্ৰাকৰ চকাৰ পিষ্ট হোৱাৰ পৰা মাতৃয়ে ৰক্ষা কৰিলে সন্তানক, ভাইৰেল ভিডিঅ’

নিউজ ডেস্ক। ৰাখে হৰি মাৰে কোনে? সাক্ষাৎ মৃত্যুৰ দুৱাৰদলিৰ পৰা যেন ঘূৰি আহিল মাতৃ-পুত্ৰ। আচলতে মূহুৰ্তৰ ভিতৰতে মাতৃয়ে দেখুওৱা তৎপৰাতৰ বাবেই প্ৰাণ বাচিল সন্তানটিৰ। সামাজিত মাধ্যমত ভাইৰেল হৈ পৰিছে দুৰ্ঘটনাৰ এনে এটি লোমহৰ্ষক ভিডিঅ’। য’ত এগৰাকী মহিলাই পলকতে দেখুওৱা তৎপৰতাই জীৱন ৰক্ষা কৰে কণমানি সন্তানটিৰ। দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে মহিলাগৰাকীও। ভাইৰেল হৈ পৰা ভিডিঅ’টোত দেখা … Read more

প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণঃ ২৮ এপ্ৰিলত ৰাজ্যৰ এই দুখন জিলাত স্থানীয় বন্ধ ঘোষণা…

নিউজ ডেস্ক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত ২৮ এপ্ৰিলত স্থানীয় বন্ধ ঘোষণা কৰা হৈছে ডিব্ৰুগড় আৰু কাৰ্বি আংলং জিলাত। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ এই দিনটোত জিলা দুখনত সকলো চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান আদি বন্ধ থাকিব বুলি ঘোষণা কৰিছে জিলা প্ৰশাসনে। উল্লেখ্য যে, অসম ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ডিব্ৰুগড় ভ্ৰমণ কৰি ৭ খন কেন্সাৰ হাস্পতালৰ উদ্বোধন কৰিব। … Read more

এইবাৰ JCB ৰে ২৭ লাখ টকাসহ ATM উঠাই নিলে চােৰে! সামাজিক মাধ্যমত ভাইৰেল আজব চুৰিকাণ্ড

নিউজ ডেস্ক। শেহতীয়াকৈ দেশজুৰি এটা চৰ্চিত শব্দ হৈছে বুলডােজাৰ বা জেচিবি। বিশেষকৈ উত্তৰ প্ৰদেশ চৰকাৰে অপৰাধীৰ ঘৰত জেচিবি চলাই ধ্বংস চলােৱাৰ লগতে শেহতীয়াকৈ বৃটেইনৰ প্ৰধানমন্ত্ৰীয়ে গুজৰাটত জেচিবি উৎপাদন কৰা কাৰখানা পৰিদৰ্শন কৰি জেচিবিত ফটাে উঠাৰ বাবে সামাজিক মাধ্যমত ব্যাপক চৰ্চালাভ কৰিছে জেচিবিয়ে। ইপিনে, আন এটা কাৰণত সামাজিক মাধ্যমত ভাৰইেল হৈছে জেচিবি। এইবাৰ অৱশ্যে এটিএমৰ চুৰিকাণ্ডৰ … Read more

চিট্ বেল্ট পৰিধান নকৰাৰ বাবে বাইকৰ গৰাকীক বিহিলে ১ হাজাৰ টকাৰ জৰিমণা!

নিউজ ডেস্ক। চিটবেল্ট পৰিধান নকৰাৰ বাবে দুচকীয়া বাহন চালকে অনলাইন লাভ কৰিলে চালান। এই আশ্বৰ্যকৰ কাণ্ড আন ৰাজ্য বা দেশৰ নহয়। এয়া সংঘটিত হৈছে অসমৰে মঙলদৈত। পাথৰিঘাট ৰাজহ চক্ৰৰ কৰ্মচাৰী তথা মঙলদৈৰ বৰুৱাপাৰাৰ নিৱাসী মানস শৰ্মা নামৰ যুৱকজনে দেওবাৰে সন্ধিয়া বাহন এপৰ জৰিয়তে তেওঁলৈ প্ৰেৰণ কৰা এখন চালান লাভ কৰে। য’ত চিটবেল্ট পৰিধান নকৰাৰ বাবে … Read more

মোবাইলত কথা পাতি গৈ থকাৰ সময়তে উন্মুক্ত মেনহোলত সোমাই পৰিল মহিলা, তাৰ পিছত…

নিউজ ডেস্ক। মোবাইলত কথা পাতি পথ পাৰ হোৱা বা খোজ কাঢ়ি যোৱাটো কিমান ভয়াবহ, তাৰ প্ৰমাণ হৈছে আপুনি বহুবাৰ দেখিছে, শুনিছে। তেনে এক ঘটনাৰে এটা ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। মোবাইলত কথা পাতি পাতি বজাৰৰ পৰা উভতাৰ সময়তে পথৰ ওপৰৰ খোলা মেনহোলত সোমাই পৰে এগৰাকী মহিলা। অৱশ্যে এই দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ পৰা … Read more