ৰেগিং! অসম চিকিৎসা মহাবিদ্যালয়ৰ ২ ছাত্ৰক নিমম্বন কৰ্তৃপক্ষৰ

নিউজ ডেস্ক। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডই ৰাজ্যজুৰি জােকৰণিৰ সৃষ্টি কৰাৰ সময়তে এইবাৰ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত পােহৰলৈ আহিছে আন এক জঘন্য ৰেগিং কাণ্ডৰ ঘটনা। এই ৰেগিং কাণ্ডৰ অভিযােগ লাভ কৰাৰ পিছতে বিভাগীয় তদন্ত সম্পন্ন কৰি ইতিমধ্যে অভিযুক্ত দুজন ছাত্ৰক নিলম্বিত কৰিছে কৰ্তৃপক্ষই। জানিব পৰা মতে, অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যয়নৰত হুছেইন উপাধিৰ এজন ছাত্ৰক ৰেগিং কৰাৰ … Read more

চৰকাৰী আঁচনিৰ নামত ধন সংগ্ৰহ! প্ৰৱঞ্চনাৰ অভিযােগত আটক শুকুৰ আলী

নিউজ ডেস্ক। ৰাজ্যৰ সামাজিক মাধ্যমত চৰ্চিত এটি নাম হ’ল শুকুৰ আলী। এজন ৰাজনৈতিক নেতা হােৱাৰ উপৰি শেহতীয়াকৈ অভিনেতা হিচাপেও আত্মপ্ৰকাশ ঘটিছে শুকুৰৰ। কিন্তু এইবাৰ চৰকাৰী আঁচনিৰ নামত দৰিদ্ৰলােকৰ পৰা টকা লৈ বিপদত পৰিছে শুকুৰ আলী। টকা লৈ আঁচনিৰ সুবিধা নিদিয়াৰ অভিযােগত ৰাইজে আটক কৰি শুকুৰ আলীক গতাই দিলে আৰক্ষীক। উল্লেখ্য যে বি টি আৰৰ দেৱীতোলা … Read more

মৰ্মান্তিক! তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত প্ৰাণ গ’ল বাইক আৰােহী যুৱকৰ

নিউজ ডেস্ক। ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে ডাম্পাৰৰ সন্ত্ৰাস। এইবাৰ সৰুপেটা টাউনত দ্রুতবেগী ডাম্পাৰৰ খুন্দাত মৃত্যু ঘটিল এজন বাইক আৰােহী যুৱকৰ। জানিব পৰা মতে, ভৱানীপুৰ-মানাহ অভয়াৰণ্য পথৰ সৰুপেটা হস্ততাঁত বিভাগৰ পৰিদৰ্শন কাৰ্যালয়ৰ সন্মুখত শনিবাৰে বিয়লি সংঘটিত হয় এই দুৰ্ঘটনা। মৃত যুৱকজন সৰুপেটাৰ সমীপৱৰ্তী বৰবড়ী গাঁৱৰ কাজিম আলীৰ পুত্ৰ কাইমুদ্দিন আলী (২৭)। কাইমুদ্দিন আলীয়ে সৰুপেটা বজাৰলৈ … Read more

মৰ্মান্তিক! কৰ্তব্যৰত অৱস্থাতে হাৰ্ট এটেকত আকস্মিক মৃত্যু অ’চি দিব্যধৰ সোণোৱালৰ

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা। কৰ্তব্যৰত অৱস্থাত হঠাতে অসুস্থ হৈ আকস্মিক মৃত্যুক আকােৱালি ল’লে এগৰাকী আৰক্ষী বিষয়াই। এই বিষয়াগৰাকীৰ নাম দিব্যধৰ সােণােৱাল। তেওঁ শদিয়া আৰক্ষীৰ জিলাৰ অন্তৰ্গত ছৈখোৱাঘাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে কৰ্মৰত আছিল। জানিব পৰামতে, বুধবাৰে দুপৰীয়া ছৈখোৱাঘাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিব্যধৰ সোণোৱালে টহল দিয়াৰ বাবে ন-দিহিং নদী পাৰ হৈ সীমান্তৰ টেঙাপানী গাঁৱলৈ গৈছিল। … Read more

মৰ্মান্তিক! আই-২੦ বাহনৰ সৈতে ট্ৰাকৰ মুখামুখি সংঘৰ্ষত প্ৰাণ গ’ল দুই শিক্ষকৰ, আহত ৩

নিউজ ডেস্ক। ৰাজ্যত নিতৌ সংঘটিত পথ দুৰ্ঘটনাত অকালতে প্ৰাণ হেৰুৱাইছে বহুজনে। এইবাৰ গহপুৰত সংঘটিত এক ভয়াৱহ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল দুজন শিক্ষকৰ, আহত হ’ল ৩ জন লােক। জানিব পৰা মতে, বুধবাৰে সন্ধিয়া প্ৰায় ৭-৩০ বজাত গহপুৰত সংঘটিত হয় এই পথ দুৰ্ঘটনা। জানিব পৰা মতে, গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত সোলেঙীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাক আৰু … Read more

মৰ্মান্তিক! মধুচন্দ্ৰিকা যাপনৰ বাবে গেংটকলৈ গৈ আকস্মিক মৃত্যুক সাবটিলে ৰঙিয়াৰ ডঃ মুনজিৎ দাসে

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা। মধুচন্দ্ৰিকাৰ যাপনৰ বাবে ছিক্কিমৰ গেংটকলৈ গৈ প্ৰাণ গ’ল সদ্য বিবাহিত উচ্চ শিক্ষিত যুৱকৰ। জানিব পৰা মতে, ৰঙিয়া চহৰৰ শান্তিপুৰ নিবাসী তথা অৱসৰপ্ৰাপ্ত বেংক কৰ্মচাৰী শম্ভুৰাম দাসৰ জ্যেষ্ঠ পুত্র মুনজিৎ দাসে (৩৪) সদ্যবিবাহিত পত্নীক লৈ মধুচন্দ্ৰিকা যাপনৰ বাবে গেংটকলৈ গৈছিল। গেংটকৰ পৰা উভতি অহাৰ পথত যোৱা ১৯ নৱেম্বৰত উশাহ-নিশাহত কষ্ট অনুভৱ … Read more

মৰ্মান্তিক! ট্ৰাকৰ সৈতে হুণ্ডাই বাহনৰ মুখামুখি সংঘৰ্ষত প্ৰাণ গ’ল ৫ বৰযাত্ৰীৰ

নিউজ ডেস্ক। এক শােকাৱহ পথ দুৰ্ঘটনা। প্ৰাণ গ’ল ৫ বিবাহযাত্ৰীৰ। এই দুৰ্ঘটনাৰ স্থান নগাঁও কলিয়াবৰ। মৃত যুৱককেইজন বিবেক দাস, সমীৰ পাল, বিকাশ শৰ্মা, সন্দীপ কুমাৰ পাল আৰু সঞ্জয় দাস। নিহত যুৱককেইজনৰ ঘৰ গোলাঘাট জিলাৰ বোকাখাত। সোমবাৰে নিশা তেজপুৰৰ ৭১৫ (ক) নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। কলিয়াবৰ তিনিআলিৰ পৰা তেজপুৰৰ অভিমুখী UP … Read more

মহানগৰীত দিন দুপৰতে গুলীচালনা কৰি দুৰ্বৃত্তই লুটি নিলে ধন, গুলীবিদ্ধ ৰঞ্জিত বৰাৰ মৃত্যু

নিউজ ডেস্ক। বিগত কিছুদিন ধৰি মহানগৰীত অস্ত্ৰধাৰী দুৰ্বৃত্তই যুৱতী-মহিলাৰ সােণৰ আ-অলংকাৰ লুট কৰি নিয়াৰ ঘটনাৰ মাজতে পুনৰ সংঘটিত হ’ল এক চাঞ্চল্যকৰ ঘটনা। গুৱাহাটী মহানগৰীত দিন দুপৰতে গুলীচালনাৰ কৰি দুৰ্বৃত্তই লুটি নিলে ধন, গুলীবিদ্ধ হৈ চিকিৎসালয়ত মৃত্যু ব্যৱসায়ী ৰঞ্জিত বৰাৰ। জানিব পৰা মতে, পাঞ্জাবাৰীৰ পূৰৱী ডেইৰীৰ সমীপত গুলীচালনাৰ ঘটনা। গ্লেমাৰ বাইকত অহা দুৰ্বৃত্তই ৰঞ্জিত বৰা নামৰ … Read more

শােকাৱহ! ৰখাই থােৱা ট্ৰাকৰ সৈতে ছুইফ্টৰ সংঘৰ্ষ, প্ৰাণ গ’ল ৩ পৰিৱেশ কৰ্মীৰ

নিউজ ডেস্ক। এক ভয়ংকৰ পথ দুৰ্ঘটনা। নিশা অইলৰ কৰ্তব্য সমাপন কৰি ঘৰলৈ ওভতাৰ পথত প্ৰাণ গ’ল ৩ গৰাকী যুৱ পৰিৱেশকৰ্মীৰ। এই দুৰ্ঘটনাত স্থান তিনিচুকীয়া জিলাৰ ডিগবৈৰ টিংৰাইৰ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথ। মৃত লােক ৩ জনৰ নাম হৈছেঃ যদুমণি শেনচোৱা, দেৱৰাজ সোণোৱাল আৰু দেৱাশিস পাচনি । দুৰ্ঘটনাত পতিত ছুইফ্ট গাড়ীখনৰ নম্বৰ AS 06 M 5275 আৰু ট্ৰাক … Read more

দুৰ্ঘটনাত প্ৰাণ গ’ল আটাছুৰ জিলা সভাপতি জয়ন্ত সন্দিকৈৰ

নিউজ ডেস্ক। শিৱসাগৰৰ হাঁহচৰা নগা গাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত আটাছুৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি জয়ন্ত সন্দিকৈ। নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰে মাৰুতি-৮੦੦ বাহন। নিশা প্ৰায় ১১ মান বজাত সংঘটিত হয় এই ঘটনা। জানিব পৰামতে, নিশা এটা অজ্ঞাত ফোনকল অহাৰ পিছতে নিজৰ বাহনখন লৈ ওলাই গৈছিল ছাত্ৰ নেতাজনে। ছাত্ৰ নেতাজনৰ বিয়োগত অঞ্চলজুৰি … Read more