ক’ভিডত আক্ৰান্ত হৈ মানৱ দৰদী মহিলা চিকিৎসকৰ মৃত্যু
নিউজ ডেস্ক। এক দুঃখবৰ। দৰিদ্ৰ তথা বিশেষভাৱে সক্ষম লোকক সহায়ৰ বাবে অহৰ্নিশে কাম কৰি অহা মানৱ দৰদী চিকিৎসকৰ মৃত্যু। যাৰ মৃত্যুত ভাগি পৰিছে বহুতো দৰিদ্ৰ তথা অসহায় লোক। সেই মহান চিকিৎসক গৰাকী হ’ল অৰুণাচল প্ৰদেশৰ নাহৰলগুনৰ চিকিৎসক ডাঃ গাম্বা পাডু ৰিবা। যি ইটানগৰৰ দৰিদ্ৰ লোকসকলক সহায় কৰিবলৈ তেওঁৰ নিয়মীয়া কৰ্তব্যৰ উপৰিও গৈছিল। আৰু অৱশেষত মঙলবাৰে … Read more