ভয়ংকৰ বিমান দুৰ্ঘটনা! এয়াৰ শ্ব’ৰ মাজত সংঘৰ্ষৰ পিছতে ভূ-পতিত দুখন যুদ্ধ বিমান
নিউজ ডেস্ক। যুদ্ধ বিমানৰ প্ৰদৰ্শনীৰ মাজতে সংঘটিত হ’ল ভয়ংকৰ ঘটনা। মাজ আকাশত দুই বিমানৰ সংঘৰ্ষৰ পিছতে ভূ-পতিত হ’ল বিমান দুখন। ভূ-পতিত হােৱাৰ পিছতে বিস্ফােৰণ আৰু জুইৰ সূত্ৰপাত। জানিব পৰা মতে, শনিবাৰে আমেৰিকাৰ টেক্সাছৰ ডালাছ কাৰ্যবাহী বিমানবন্দৰত সংঘটিত হয় এই দুৰ্ঘটনা। এয়াৰ শ্ব’ৰ মাজতে এটা বোয়িং বি-১৭ বোমাৰু আৰু এখন ক্ষুদ্ৰ বিমানৰ মাজত মাজ আকাশত সংঘৰ্ষ … Read more