নিজ হাতেৰে সাজি উলিয়াইছিল হেলিকপ্টাৰ, পৰীক্ষণৰ সময়ত ঘটিল ভয়ানক ঘটনা

নিউজ ডেস্ক। তেওঁ নিজ হাতেৰেই নিৰ্মাণ কৰিছিল এখন হেলিকপ্টাৰ। কিন্তু সেইয়া কৰিবলৈ গৈ এক দুৰ্ঘটনাত মৃত্যু হ’ল এজন ২৪ বছৰীয়া যুৱকৰ। এই ঘটনা মংগলবাৰৰ মহাৰাষ্ট্ৰৰ য়াবাতমাল জিলাৰ ফুলভাংচি গাঁৱৰ। আৰক্ষীয়ে জনোৱা অনুসৰি, তেওঁৰ হেলিকপ্টাৰখনৰ এক যান্ত্ৰিক বিজুতি হৈছিল। সেইয়া ঠিক কৰিবলৈ তেওঁ উঠিছিল হেলিকপ্টাৰত। কিন্তু তেনে সময়তে হেলিকপ্টাৰৰ ব্লেড ঘূৰি তেওঁৰ মূৰত কৰেহি আঘাত। আৰু … Read more

ভয়ংকৰ! ভূমিস্খলনত খহি পৰিল ১৩ নং ৰাষ্ট্ৰীয় ঘাইপথ বৃহৎ অংশ

নিউজ ডেষ্ক। এক ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। ভূমিস্খলনত সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰে ৰাষ্ট্ৰীয় ঘাইপথৰ বৃহৎ অংশ। এই ঘটনা শুকুৰবাৰে দুপৰীয়া সংঘটিত হৈছে অৰুণাচল প্ৰদেশৰ পাংগিন-পাছিঘাট পথত। Another mishap between Pangin-Pasighat Road: A portion of highway (NH-13) was completely washed away this afternoon at Sirki near Pasighat before reaching Rengging. The people of Siang, West Siang, Upper … Read more

ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত থিতাতে মৃত্যু কণমানি নাৰ্গিছৰ

নিউজ ডেস্ক। ৰাজ্যৰ বিভিন্ন অঞ্চলত অবৈধভাবে মাটি কঢ়িওৱা একাংশ ট্ৰেক্টৰৰ বাবে সঘনাই সংঘটিত হৈছে পথ দুৰ্ঘটনা। তেনে এক অনুৰূপ ঘটনা সংঘটিত হ’ল বৰপেটাৰােডত, য’ত এখন মাৰুতি ইক’ বাহনৰ সৈতে মাটি কঢ়িওৱা ট্ৰেক্টৰৰ মুখামুখি সংঘৰ্ষৰ ফলত এগৰাকী কণমানিয়ে অকালতে প্ৰাণ হেৰুৱাবলগীয়া হয়। জানিব পৰা মতে, বৰপেটাৰোডৰ সমীপৰ বি এইচ কলেজৰ কাষৰ ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত বৃহস্পতিবাৰে … Read more

অলিম্পিকত পদক জয়ী পি ভি সিন্ধুৱে আৰম্ভ কৰিব প্ৰশিক্ষণ একাডেমী

নিউজ ডেষ্ক l টকিঅ’ অলিম্পিকত ব্ৰঞ্জ পদক বিজয়ী পি ভি সিন্ধুৱে আৰম্ভ কৰিব প্ৰশিক্ষণ একাডেমী। মূলতঃ যুৱ প্ৰজন্মক ক্ৰীড়া ক্ষেত্ৰত আগুৱাই নিবলৈ এই পদক্ষেপ গ্ৰহণ কৰিছে খেলুৱৈ গৰাকীয়ে। ভাৰতীয় বেডমিণ্টন খেলুৱৈ গৰাকীয়ে অনুভৱ কৰে যে ক্ৰীড়াত অংশগ্ৰহণৰ ক্ষেত্ৰত দেশৰ যুৱ প্ৰজন্ম পিছ পৰি আছে। সেই উদ্দেশ্যেৰে তেওঁ বিশাখাপত্তনমত এখন প্ৰশিক্ষণ একাডেমী আৰম্ভ কৰিব। শুকুৰবাৰে অন্ধ্ৰপ্ৰদেশৰ … Read more

আজব কাণ্ড! প্ৰদেশ কংগ্ৰেছৰ নেত্ৰী ববিতা শৰ্মালৈ ‘বিধৱা পেঞ্চন’ গ্ৰামােন্নয়ন বিভাগৰ!

নিউজ ডেস্ক। এক আচৰিত ঘটনা। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা মিডিয়া কােষৰ অধ্যক্ষা ববিতা শৰ্মালৈ ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামােন্নয়ন বিভাগে আগবঢ়ালে বিধবা পেঞ্চন! ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে তেওঁলৈ মেচেজ যোগে প্ৰেৰণ কৰে এই খবৰ। তেওঁলৈ অহা মেচেজটো আছিল যে ‘আপুনি ইন্দিৰা মিৰি বিধবা পেঞ্চনৰ অন্তৰ্ভুক্ত হৈছে। প্ৰতি মাহৰ ১০ তাৰিখে আপোনাৰ … Read more

লাভলীনাৰ সফলতা নৱ প্ৰজন্মৰ বাবে অনুপ্ৰেৰণাৰ সমল হৈ ৰ’বঃ ৰাজ্যপাল

নিউজ ডেস্ক। বজ্ৰকন্যা লাভলীনা বৰগােহাঁইক সম্বৰ্দ্ধনা জ্ঞাপনৰ লগতে নগদ ৫ লাখ টকাৰ উপহাৰ প্ৰদান অসমৰ ৰাজ্যপাল প্ৰােঃ জগদীশ মুখীৰ। অলিম্পিকৰ ইতিহাসত প্ৰথমবাৰৰ বাবে অসমৰ নাম খোদিত কৰা লাভলীনা বৰগোহাঁইক বৃহস্পতিবাৰে ৰাজভৱনত সম্বৰ্দ্ধনা জনায় ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে। এই অনুষ্ঠানত ৰাজ্যপাল মুখীৰ লগতে তেওঁৰ সহধৰ্মিণী প্ৰেম মুখীও উপস্থিত থাকে। টকিঅ’ অলিম্পিকত বক্সিঙত ব্ৰঞ্জ পদক জিনি প্ৰথমবাৰলৈ … Read more

পুৰুষৰ জেভলিন থ্ৰ’ ৰেংকিঙত বিশ্বৰ দ্বিতীয় স্থানলৈ উন্নীত নীৰজ চোপ্ৰা

নিউজ ডেস্ক। নীৰজ চোপ্ৰাৰ ৰেকৰ্ড। টকিঅ’ অলিম্পিকত স্বৰ্ণ বিজয়ী কৃতিত্বৰ পিছত নীৰজ চোপ্ৰাই শেহতীয়াকৈ পুৰুষৰ জেভলিন থ্ৰ’ ৰেংকিঙত বিশ্বৰ দ্বিতীয় স্থানত উপনীত হৈছে। এয়া হৈছে ২৩ বছৰীয়া নীৰজ চোপ্ৰাৰ কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ ৰেংকিং। গ্ৰীষ্মকালীন ক্ৰীড়াৰ পূৰ্বে ভাৰতীয় খেলুৱৈগৰাকী বিশ্বৰ ১৬ নম্বৰ স্থানত আছিল। উল্লেখ্য যে নীৰজ চোপ্ৰাই টকিঅ’ অলিম্পিক ২০২০ ত স্বাধীন ভাৰতৰ প্ৰথম ট্ৰেক এণ্ড … Read more

একাধিক কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান সাংসদ মৌলানা বদৰুদ্দিন আজমলৰ

নিউজ ডেস্ক। এআইইউডিএফ প্ৰধান তথা ধুবুৰী লােকসভা সমষ্টিৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলে নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপৰি জলশক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতক সাক্ষাৎ কৰে। বুধবাৰে দিল্লীত গৃহমন্ত্ৰীক সাক্ষাৎ কৰে আজমলে। তেওঁক সংগ দিয়ে সোনাই সমষ্টিৰ এআইইউডিএফ বিধায়ক কৰিম উদ্দিন বৰভূঞাই। এই সন্দৰ্ভত টুইটাৰত আজমলে কয়, “আজি মই শেহতীয়া অসম-মিজোৰাম সীমা বিবাদ সম্পৰ্কত সোনাই … Read more

অফাৰ! নীৰজ আৰু সিন্ধু নামৰ ব্যক্তিলৈ বিনামূলীয়া তেল প্ৰদানৰ ঘােষণা এটা পেট্ৰ’ল পাম্পৰ

নিউজ ডেস্ক। টকিঅ’ অলিম্পিকত স্বৰ্ণ বিজয়ী নীৰজ চোপ্ৰা আৰু ব্ৰঞ্জ বিজয়ী পি ভি সিন্ধুলৈ শুভেচ্ছা জনায় বিশেষ পদক্ষেপ লৈছে এটা পেট্ৰল পাম্পে। নীৰজ আৰু সিন্ধু নামৰ গ্ৰাহকে সেই পাম্পটোত লাভ কৰিব বিনামূলীয়া পেট্ৰল। এই অফাৰ আগবঢ়াইছে তামিলনাডুৰ কাৰোৰ জিলাৰ তিৰুমানিলাইয়ুৰ গাৱঁৰ এটা পেট্ৰল পাম্পে। এই কথা ঘোষণা কৰি পেট্ৰল পাম্পটোৰ মালিক তথা প্ৰাক্তন বিধায়ক এ … Read more

মৰ্মান্তিক! মাতৃৰ মৃত্যুৰ এদিনৰ পিছতে ক’ভিড-১৯ত প্ৰাণ গ’ল পুত্ৰৰ

নিউজ ডেস্ক। ক’ভিড-১৯ৰ বাবেই পুনৰ কাল অমানিশা নামিল আহিল এটা পৰিয়াললৈ। এই অতি সংক্ৰামক ভাইৰাছৰ সংক্ৰমণত মাতৃৰ মৃত্যুৰ এদিনৰ পাছতে প্ৰাণ হেৰুৱালে পুত্ৰই। এই শােকাৱহ ঘটনা সংঘটিত হৈছে শিৱসাগৰত। জানিব পৰা মতে, শিৱসাগৰ এ এছ টি চি বুক ষ্টলৰ স্বত্বাধিকাৰী পাৰ্থপ্ৰতিম দাস (৩১)ৰ মংগলবাৰে পুৱা ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয়। ইয়াৰ এদিন পূৰ্বে অৰ্থাৎ … Read more