শোকাৱহ! মৌমাখিৰ কামোৰত এগৰাকী কণমানিৰ কৰুণ মৃত্যু

নিউজ ডেস্ক। কলগাছিয়াৰ বালাৰপথাৰত শোকাৱহ ঘটনা। মৌমাখিয়ে কামোৰাৰ ফলত এগৰাকী শিশুৰ কৰুণ মৃত্যু। এই ঘটনাক লৈ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালাৰপথাৰ গাঁৱত বিৰাজ কৰিছে এক শোকাকুল পৰিৱেশ। শুকুৰবাৰে মাকৰ লগত খৰিচালা আবাদি গাঁৱত আইতাকৰ ঘৰলৈ আহি মৃত্যু হয় তিনি বছৰীয়া এটি কণমানিৰ। মৃত শিশুগৰাকী বালাৰপথাৰ গাঁৱৰ আজিজুৰ হকৰ পুত্ৰ বুলি জানিব পৰা গৈছে। শিশুটিক মৌমাখিয়ে … Read more

পেট্ৰল পাম্পত প্ৰৱেশ ঘৰিয়ালৰ! সামাজিক মাধ্যমত দৃশ্য ভাইৰেল

নিউজ ডেস্ক। উত্তৰ প্ৰদেশৰ ললিতপুৰ জিলাত একেৰাহে চাৰি দিন বৰষুণ হোৱাৰ ফলতে প্ৰবল বানপানীৰ সৃষ্টি হৈছে। যাৰ ফলত নদীৰ জীৱ-জন্তু সমূহৰ প্ৰৱেশ ঘটিছে জনাঞ্চলত। বৰষুণৰ মাজতে এটা অদ্ভুত দৃশ্যও দেখা পোৱা গ’ল। য’ত ললিতপুৰৰ লগাউনৰ পথৰ কাষৰ এটা পেট্ৰল পাম্পত উপস্থিত হল এটা ঘৰিয়াল। যিটোৱে এক কৌতূহলী পৰিৱেশৰ সৃষ্টি কৰে। বিভিন্নজনে ঘৰিয়ালৰ ফটাে উঠাবলৈ হেতা … Read more

ৰবি দাহিয়ালৈ হাৰয়ানা চৰকাৰৰ ৪ কোটি টকা, প্ৰথম শ্ৰেণীৰ চাকৰিৰ লগতে বিভিন্ন সা-সুবিধা

নিউজ ডেস্ক। টকিঅ’ অলিম্পিকত বৃহস্পতিবাৰে মল্লযুঁজত ৰূপৰ পদক লাভ কৰিছিল ৰবি দাহিয়াই। ৰাছিয়াৰ প্ৰতিদ্বন্দীক ৫৭ কিলোগ্ৰাম শাখাত ৭-৪ ব্যৱধানত হৰুৱাই তেওঁ লাভ কৰিছিল ৰূপৰ পদক। তেওঁ দেশলৈ গৌৰৱ কঢ়িয়াই অনাৰ পিছতেই অজস্ৰজনে তেওঁক জনাইছিল শুভেচ্ছা। দেশলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে তেওঁৰ গৃহ ৰাজ্য হাৰিয়ানা চৰকাৰেও তেওঁক জনাইছিল উষ্ম অভিনন্দন। তেওঁৰ এই অনবদ্য অৱদানৰ বাবে হাৰিয়ানাৰ … Read more

প্ৰশিক্ষণৰ সময়ত সহায় কৰা অচিনাকী ট্ৰাক চালকসকলক কাষত পাই উচুপি উঠিল মীৰাবাঈ চানু

নিউজ ডেস্ক। চলিত টকিঅ’ অলিম্পিকত ভাৰোত্তোলনত ৰূপৰ পদক অৰ্জন কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছিল মণিপুৰৰ মীৰাবাই চানুৱে। যাক লৈ সমগ্ৰ দেশবাসী হৈ পৰিছিল উৎফুল্লিত। সেই মীৰাবাই চানুৱে এইবাৰ কিছু ট্ৰাক চালকৰ সমুখত হুকহুকাই কান্দি উঠিল। কিন্তু কিয় কান্দি উঠিল জানেনে? তেওঁৰ মতে সেই ট্ৰাক চালকসকলৰ অবিহনে তেওঁ আজি অলিম্পিকত পদক লাভ কৰিব নোৱাৰিলেহেঁতেন। জানিব পৰা … Read more

বানপানীত মাজতে চহৰত প্ৰৱেশ ঘৰিয়ালৰ, কান্ধত উঠাই ছেল্ফি একাংশৰ!

নিউজ ডেস্ক। মধ্য প্ৰদেশৰ শিৱপুৰী জিলাত দেখা গ’ল এক আচৰিত দৃশ্য। দৃশ্যটো বৰ্তমান ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। বৰ্তমান মধ্য প্ৰদেশৰ কেইবাখনো জিলাত বানে প্ৰভাৱিত কৰিছে। সেই সমূহৰ ভিতৰত শিৱপুৰীও অন্যতম। জিলাখনত বানৰ ফলত এটা প্ৰকাণ্ড ঘৰিয়াল আহি প্ৰৱেশ কৰে এখন গাৱঁত। বিশাল আকাৰৰ ঘৰিয়ালটোক প্ৰত্যক্ষ কৰি গাৱঁৰ এচাম লোকে ধৰিবলৈ চেষ্টা কৰে। ঘৰিয়ালটো ধৰি … Read more

নিশা ব্যস্ত ৰাজপথত উদ্ভণ্ডালি সুৰামত্ত যুৱতীৰ, ভিডিঅ’ ভাইৰেল

নিউজ ডেস্ক। এগৰাকী সুৰামত্ত যুৱতী। ব্যস্ত ৰাজপথৰ সোঁ মাজত পৰি তেওঁ কৰিছে উদ্ভণ্ডালি। পথেৰে পাৰ হৈ যোৱা যান-বাহনৰ সন্মুখত পৰি দিছে তেওঁ। সাজে-পোছাকে তেওঁ এগৰাকী সম্ভ্ৰান্ত যুৱতী। কিন্তু নিশাৰ ৰাজপথত তেওঁ কৰিছে তেনে উদ্ভণ্ডালি। তেওঁৰ সেই দৃশ্য চাই ৰৈছে পথৰ কাষৰ অনেকজনে। আৰু বহুতে নিজৰ মোবাইল কেমেৰাত বন্দী কৰে সেই দৃশ্য। পৰৱৰ্তী সময়ত সেই দৃশ্য … Read more

APSC কেলেংকাৰীতাে অভিযুক্ত ADO জ্যােতিৰেখা দাস, ৭ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ

নিউজ ডেস্ক। পুনৰ ৰাজ্যৰ কৃষি বিভাগক কলংকিত কৰি উৎকােচ লওঁতে হাতে-লােটে গ্ৰেপ্তাৰ হােৱা দলং জিলাৰ খাৰুপেটীয়াৰ কৃষি উন্নয়ন বিষয়া চমুকৈ ADO জ্যােতিৰেখা দাস APSC কেলেংকাৰীতাে অভিযুক্ত। বৃহস্পতিবাৰে জ্যােতিৰেখা দাসক গুৱাহাটীৰ পান বজাৰ স্থিত বিশেষ ন্যায়াধীশৰ আদালতত হাজিৰ কৰােৱা হয়। তাৰ পাছতে আদালতে কৃষি বিষয়াগৰাকীক ৭ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। ADO জ্যোতিৰেখা দাসৰ বিৰুদ্ধে ACB/ … Read more

শােকাৱহ! পথ দুৰ্ঘটনাত পিতা-পুত্ৰৰ কৰুণ মৃত্যু

নিউজ ডেস্ক। এক শােকাৱহ পথ দুৰ্ঘটনা। মেজিক ভানৰ খুন্দাত প্ৰাণ গ’ল পিতা-পুত্ৰৰ। এই কৰুণ ঘটনাৰ স্থান নলবাৰী জিলাৰ বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত দৌলাশাল। জানিব পৰা মতে, বুধবাৰে দুপৰীয়া হাজো-দৌলাশাল গড়কপ্তানি পথেৰে দুই পিতা-পুত্ৰই চাইকেলেৰে বৰপেটা জিলাৰ ক্ষুদ্ৰ বামুণবড়িৰ নিজ গৃহলৈ আহি থকা অৱস্থাত একে দিশেৰে পিছফালৰ পৰা তীব্ৰ গতিৰে অহা এখন এএছ২৫চি চি৯৬৮২ নম্বৰৰ মেজিক … Read more

অলিম্পিকত ৰূপৰ পদক জয় মল্লযোদ্ধা ৰবি দাহিয়াৰ, প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

নিউজ ডেস্ক। টকিঅ’ অলিম্পিকৰ ছেমিফাইনেলত কাজাখস্তানৰ মল্লযোদ্ধাক ধৰাশায়ী কৰি চাঞ্চল্য সৃষ্টি কৰা ভাৰতীয় মল্লযোদ্ধা ৰবি দাহিয়া ব্যৰ্থ হ’ল ফাইনেলত। ৰাছিয়াৰ জৌৰ উগুয়েভে ভাৰতীয় মল্লযোদ্ধা জনক ৭-৪ ব্যৱধানত পৰাস্ত কৰি সোণৰ পদক লাভ কৰে। কিন্তু ২৩ বছৰীয়া ৰবি দাহিয়াই তেওঁৰ প্ৰথম অলিম্পিকত ৰূপৰ পদক জয় কৰি গৌৰৱান্বিত কৰিলে ভাৰতক। বৰ্তমান সামাজিক মাধ্যমত সকলোৱে উচ্চ প্ৰশংসা কৰিছে … Read more

প্ৰলােভন নেওচি ১ কােটি টকা মূল্যৰ সােণৰ বিস্কুট জব্দ কৰিলে দুই আৰক্ষীয়ে

নিউজ ডেস্ক। পুনৰ কৰ্তব্যনিষ্ঠ আৰু সততাৰ অনুপম নিদৰ্শন দাঙি ধৰিলে অসম আৰক্ষীৰ দুজন বিষয়া-জােৱানে। চােৰাং সােণ সৰবৰাহকাৰীৰ সােণৰ টােপােলাৰ প্ৰলােভন নেওচি জব্দ কৰিলে প্ৰায় কােটি টকা মূল্যৰ সােণৰ বিস্কুট। এই ঘটনা সংঘটিত হৈছে কামৰূপ জিলাৰ দদৰাত। জানিব পৰা মতে, বুধবাৰে দদৰা আৰক্ষীয়ে নিয়মীয়া তালাচী অভিযানৰ সময়ত এখন চাৰিচকীয়া বাহনৰ পৰা জব্দ কৰিছিল ১৯ খন সােণৰ … Read more