বাইকক প্ৰচণ্ড জােৰে খুন্দিয়ায় পলায়ন তীব্ৰবেগী বাহনৰ, গ্ৰেপ্তাৰ চালকসহ ৪ আৰােহী

নিউজ ডেস্ক। এক ভয়ংকৰ পথ দুৰ্ঘটনাৰ দৃশ্য। যিটো দেখিলে আপোনাৰো গাৰ নোম শিয়ৰি উঠিব। দুজন আৰোহী যোৱা এখন মটৰ চাইকেলত এখন বিলাসী গাড়ীয়ে খুন্দা মাৰে। যাৰ ফলত পথৰ কাষৰ ৰেলিঙত খুন্দা মাৰে মটৰ চাইকেল। আৰু দুই আৰোহী পৰে পথত। এই দৃশ্য তামিলনাডুৰ এক ঘাইপথৰ। দৃশ্যটো বন্দী হয় মটৰ চাইকেলৰ খনৰ পিছে পিছে যোৱা এখন গাড়ীৰ … Read more

বহু দিনৰ মূৰত সাক্ষাৎ, মাতৃক সাৱটি ধৰি উচুপি উঠিল মীৰাবাই চানু

নিউজ ডেস্ক। অলিম্পিকত প্ৰথম বাৰৰ বাবে বিজয়ী মুকুট পিন্ধা মীৰাবাই চানুৰ বাবে এয়া আছিল এক আৱেগিক মূহুৰ্ত। নিজ ঘৰলৈ উভতি আহি অলিম্পিকত ৰূপৰ পদক বিজয়ী মীৰাবাই চানু আৱেগিক হৈ পৰিল। মঙলবাৰে বীৰ টিকেন্দ্ৰজিত আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত তেওঁ মাতৃক লগ পায় আৱেগিক হৈ পৰে। ২০১৬ ৰ ৰিঅ’ অলিম্পিক গেমছৰ পিছত কঠোৰ প্ৰশিক্ষণ পদ্ধতিৰ বাবে চানুৱে যোৱা পাঁচ … Read more

পূৰণ হ’ল ইচ্ছা! দেশলৈ আহি মীৰাবাই চানুৱে হেঁপাহেৰে খালে পিজা…

নিউজ ডেস্ক। যেতিয়া তেওঁ চলিত টকিঅ’ অলিম্পিকত জয় লাভ কৰিছিল। তেতিয়া তেওঁক সোধা হৈছিল যে তেওঁ দেশত গৈ কি কৰিব। আৰু তেতিয়া তেওঁ উত্তৰত কৈছিল যে তেওঁ বহুদিন পিজা খোৱা নাই। সেয়েহে তেওঁ দেশলৈ আহি হেঁপাহেৰে পিজা খাব। অৱশেষত তেওঁৰ আশা পূৰণ হ’ল। সোমবাৰে নতুন দিল্লীত টকিঅ’ অলিম্পিকৰ ৰূপৰ পদক বিজয়ী চানু চাইখোম মীৰাবাইক সম্বৰ্ধনা … Read more

টকিঅ’ত ইতিহাস সৃষ্টি লাভলীনাৰ! কোৱার্টাৰ ফাইনেলত প্ৰৱেশ অসম কন্যাৰ

নিউজ ডেস্ক। আজি প্ৰথমবাৰলৈ টকিঅ’ অলিম্পিকৰ বক্সিং ৰিঙত নামিল অসম কন্যা লাভলীনা বৰগোহাঁই।  ৰিঙত নামিয়েই লাভলীনাই সৃষ্টি কৰিলে ইতিহাস। পুৱা ১০.৫৭ বজাত ৬৯ কেজি ওজন শাখাৰ প্রি–কোৱার্টাৰ ফাইনেলত লাভলীনাই ধৰাশায়ী কৰিলে জাৰ্মান প্ৰতিদ্বন্দ্বীক। Onwards! 🥊🔥 Power packed punching from Lovlina Borgohain lands her a last eight slot as she wins 3-2 against Nadine Apetz of … Read more

ভয়ংকৰ পথ দুৰ্ঘটনাত শিশু সহ ৩ জনৰ শােকাৱহ মৃত্যু

নিউজ ডেস্ক। এক শোকাৱহ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথত বাগৰি পৰে এখন ফৰ্ড ফিগ’ গাড়ী। এই দুৰ্ঘটনাত শিশু সহ তিনিজন লোক থিতাতে নিহত হয়। এই ঘটনা ২৫ জুলাইৰ নিশা সংঘটিত হয় অৰুণাচল প্ৰদেশৰ নামচাইত। নামচাই নগৰৰ পৰা ১৫ কিমি দূৰত্বৰ টেঙাপানী সংৰক্ষিত বনাঞ্চলৰ পথত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনাটো। জানিব পৰা অনুসৰি, ২৬ জুলাইৰ পুৱা … Read more

অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে মীৰাবাই চানুক নিযুক্তি মণিপুৰ চৰকাৰৰ

নিউজ ডেস্ক। টকিঅ’ অলিম্পিকত ‍ভাৰোত্তোলন শাখাত ৰূপৰ পদক লাভ কৰিছিল মীৰাবাই চানুৱে। দেশ তথা মণিপুৰলৈ এই গৌৰৱ কঢ়িয়াই অনাৰ বাবে মীৰাবাই চানুক মণিপুৰ চৰকাৰে প্ৰদান কৰিব অতিৰিক্ত আৰক্ষী অধীক্ষক পদ। এই কথা ঘোষণা কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে। এন বীৰেন সিঙে কয় যে মীৰাবাই চানুক ইতিমধ্যে চৰকাৰে ঘোষণা কৰা ১ কোটি টকা প্ৰদানেৰে পুৰস্কৃত … Read more

শ্বহীদ ভাতৃৰ নশ্বৰ দেহত দৰাৰ সাজ পিন্ধালে জ্যেষ্ঠ ভাতৃয়ে, অক্টােবৰত ঠিক হৈছিল বিয়াৰ দিন

নিউজ ডেস্ক। এক আৱেগিক মুহূৰ্ত। দৃশ্য দেখি চকু সেমেকি উঠিল সকলােৰে। বিয়াৰ মাত্ৰ ৩ মাহ পূৰ্বে শ্বহীদ এগৰাকী ভাৰতীয় সেনা জােৱানক শেষকৃত্যৰ পূৰ্বে দৰাৰ সাজ পিন্ধালে জ্যেষ্ঠ ভাতৃয়ে। আত্মীয়ৰ মাজত উঠিল কান্দােনৰ ৰােল। চকুপানী টুকিলে আন বহুজনে। এই দৃশ্য দেখা গ’ল হিমাচল প্ৰদেশৰ হামিৰপুৰ জিলাৰ ঘুৰৱী গাঁৱত। উল্লেখ্য যে জম্মু আৰু কাশ্মীৰৰ পুঞ্চ জিলাৰ নিয়ন্ত্ৰণ … Read more

ভোটাৰক উৎকোচ দিয়াৰ অপৰাধত ৬ মাহৰ কাৰাদণ্ডৰ শাস্তি মহিলা সাংসদক!

নিউজ ডেস্ক। দেশৰ বিভিন্ন নিৰ্বাচনত ভােটাৰক প্ৰলােভিত কৰিবলৈ ৰাজনৈতিক দলসমূহে বিভিন্ন পন্থা গ্ৰহণ কৰে। ইয়াৰ মাজতে কিছুমানে নেতা-পালিনেতাই আকৌ আইন উলংঘা কৰি ভােটাৰক প্ৰত্যক্ষভাৱে নগদ ধন, সুৰা আদি প্ৰদান কৰে। কিন্তু দেশৰ ইতিহাসত এনে বে-আইনী কাৰ্য কৰিবলৈ গৈ কােনাে নিৰ্বাচিত ৰাজনৈতিক নেতা কাৰাদণ্ডৰ দৰে আইনী শাস্তিৰ সন্মুখীন হােৱাৰ ঘটনা পূৰ্বে হােৱাৰ উদাহৰণ নাই। কিন্তু এইবাৰ … Read more

সহস্ৰাধিকৰ উপস্থিতিত সম্পন্ন শ্বহীদৰ শেষকৃত্য, ভাতৃৰ নশ্বৰ দেহ দৰ্শনৰ পৰা বঞ্চিত হ’ল ভগ্নী

নিউজ ডেস্ক। জম্মু আৰু কাশ্মীৰৰ পুঞ্চ জিলাৰ নিয়ন্ত্ৰণ ৰেখাৰ কৃষ্ণ ঘাটি চেক্টৰত হোৱা এক লেণ্ডমাইন বিস্ফোৰণত শ্বহীদ হৈছিল সেনা জোৱান চিপাহী কমলদেৱ বৈদ্য। সেনাৰ দলে টহল দিয়া সময়ত শুকুৰবাৰে পুৱতি নিশা সংঘটিত হৈছিল এই ঘটনা। বিস্ফোৰণটোত এটা ভৰি আৰু কমলদেৱ বৈদ্যৰ আন অংশ ক্ষতিগ্ৰস্ত হৈছিল। ইয়াৰ পিছতেই শ্বহীদজনৰ নশ্বৰ দেহ হিমাচল প্ৰদেশৰ স্থানীয় ঘুৰৱী গাঁৱলৈ … Read more

শােকাৱহ! ভূমিস্খলনত নিহত মহিলা চিকিৎসক, মৃত্যুৰ পূৰ্বে কৰা টুইট ভাইৰেল

নিউজ ডেস্ক। দেশ-বিদেশৰ পৰ্যটকসকলৰ অন্যতম পছন্দ হিমাচল প্ৰদেশৰ পৰ্যটনস্থলী সমূহ। সু-উচ্চ হিমালয়ৰ পৰ্বতমালাৰে আৱৰা ৰাজ্যখনত প্ৰতি বছতে লাখ লাখ পৰ্যটকৰ আগমন ঘটে। বিশেষকৈ ভাৰত-তিব্বত সীমান্তৱৰ্তী অঞ্চলসমূহৰ নৈসৰ্গিক সৌন্দৰ্য উপভােগ কৰিবলৈ সেই দুৰ্গম ঠাইসমূহত উপস্থিত হয় পৰ্যটকসকল। সেই অনুসৰি দেওবাৰেও এটা ১১ জনীয়া পৰ্যটকৰ দল ৰাজ্যখনৰ কিন্নাওৰ জিলালৈ গৈছিল। কিন্তু তেওঁলােক জনা নাছিল যে এক ভয়াৱহ … Read more