তীব্ৰবেগী অ’ডিৰ খুন্দাত বিধ্বস্ত অটােৰিক্সা, আটক চালকসহ ৩ জন
নিউজ ডেস্ক। এক ভয়ংকৰ পথ দুৰ্ঘটনা। দ্ৰুতবেগী বিলাসী অ’ডি গাড়ীৰ খুন্দাত মৃত্যু হ’ল এজন অটোৰিক্সাৰ যাত্ৰীৰ। এই দুৰ্ঘটনাৰ স্থান তেলেংগানাৰ হায়দৰাবাদৰ চাইবাৰাবাদ। বৰষুণত তিতি থকা পথত অ’ডি গাড়ীখনে অটোৰিক্সাত খুন্দা মৰাৰ দৃশ্যটো মঙলবাৰে চাইবাৰাবাদ ট্ৰেফিক আৰক্ষীয়ে মুকলি কৰে। পথ দুৰ্ঘটনাৰ সন্দৰ্ভত তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ২৯ ছেকেণ্ডৰ ভিডিঅ’টোত দেখা অনুসৰি, বৰষুণত তিতি আছে ৰাজপথ। … Read more