মহানগৰীৰ বিদ্যালয়ত অঘটন! প্ৰাৰ্থনা সভাৰ মাজতে ঢলি পৰিল তৃতীয় শ্ৰেণীৰ ছাত্ৰী, মৃত্যু
নিউজ ডেস্ক। এক শোকাৱহ ঘটনা। মহানগৰীৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত হঠাতে ঢলি পৰি কৰুণ মৃত্যু এগৰাকী মেধাৱী ছাত্ৰীৰ। নাৰেংগীৰ বিদ্যা মন্দিৰ ইংলিছ মিডিয়াম আইস্কুলত সংঘটিত হয় এই ঘটনা। জানিব পৰা মতে, পুৱাৰ প্ৰাৰ্থনা সভাৰ মাজতে ঢলি পৰে তৃষা আৰ কলিতা নামৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰীগৰাকী। মৃত ছাত্ৰীগৰাকীঘৰ মহানগৰীৰ গীতা মন্দিৰত বুলি জানিব পৰ গৈছে। বিদ্যালয়ৰ প্ৰাৰ্থনা সভাৰ … Read more