আৰু উভতি নাহোঁ বুলি কৈ ওলাই গৈছিল ঘৰৰ পৰা! ৩ মাহে স্বামীৰ বাবে অপেক্ষাৰত এগৰাকী নৱ বিবাহিতা পত্নীৰ মৰ্মবেদনা…
নিউজ ডেস্কঃ মাতৃৰ সৈতে কাজিয়া লাগি ঘৰৰ পৰা ওলাই অহাৰে পৰা সন্ধানহীন হৈ থকা স্বামীক বিচাৰি বিগত ৩ মাহে হাহাকাৰ কৰিছে এগৰাকী মহিলাই। বিয়াৰ মাত্ৰ ১০ মাহ পিছতে সন্ধানহীন হোৱা স্বামীৰ আজি পৰ্যন্ত কোনো সন্ধান লাভ নকৰাত কান্দি কান্দি ভাগৰি পৰিছে পত্নীয়ে। উল্লেখ্য যে, চলিত বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰাই সন্ধানহীন হৈ আছে নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ … Read more