আৰু উভতি নাহোঁ বুলি কৈ ওলাই গৈছিল ঘৰৰ পৰা! ৩ মাহে স্বামীৰ বাবে অপেক্ষাৰত এগৰাকী নৱ বিবাহিতা পত্নীৰ মৰ্মবেদনা…

নিউজ ডেস্কঃ মাতৃৰ সৈতে কাজিয়া লাগি ঘৰৰ পৰা ওলাই অহাৰে পৰা সন্ধানহীন হৈ থকা স্বামীক বিচাৰি বিগত ৩ মাহে হাহাকাৰ কৰিছে এগৰাকী মহিলাই। বিয়াৰ মাত্ৰ ১০ মাহ পিছতে সন্ধানহীন হোৱা স্বামীৰ আজি পৰ্যন্ত কোনো সন্ধান লাভ নকৰাত কান্দি কান্দি ভাগৰি পৰিছে পত্নীয়ে। উল্লেখ্য যে, চলিত বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰাই সন্ধানহীন হৈ আছে নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ … Read more

মৰ্মান্তিক! সপৰিয়ালে ফুৰিবলৈ গৈ বহিঃৰাজ্যত পথ দুৰ্ঘটনাত অকাল মৃত্যু জী-জোঁৱাইসহ অসমৰ এগৰাকী অৱসৰী শিক্ষয়িত্ৰীৰ…

নিউজ ডেস্কঃ জী-জোঁৱাইৰ সৈতে ফুৰিবলৈ গৈ বহিঃৰাজ্যত অসমৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীসহ পৰিয়ালৰ ৩ সদস্যৰ অকাল মৃত্যুৱে শোকৰ বন্যা নমাইছে বোকাখাতত। ৰাজস্থানৰ আলৱাৰত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু ঘটে নুমলীগড়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীগৰাকীৰ লগতে তেওঁৰ জী আৰু জোঁৱাইৰ। নিহত সকলক অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী জ্যোতিমালা গগৈ চৌধুৰী (৭৫), কন্যা মনমী বৰা গগৈ (৪২) আৰু জোঁৱাই অৰ্ণৱ বৰা (৪৫) … Read more

গান্ধী, নেহৰু, আইনষ্টাইনৰ চেল্ফি! AIৰ দৃষ্টিৰে চাওক প্ৰসিদ্ধ ব্যক্তিৰ কেইখনমান বিৰল ছবি…

নিউজ ডেস্কঃ বিজ্ঞান প্ৰযুক্তিৰ দ্ৰুত অগ্ৰগতিয়ে আজি সম্ভৱ কৰি তুলিছে বহু অসম্ভৱকো। কৃত্তিম বুদ্ধিমত্তাই আজি সহজ কৰি তুলিছে বিশ্ববাসীৰ জীৱন। এই যুগত কিতাপ বা ইণ্টাৰনেটত সন্ধান কৰি তথ্য যুগুতাই লেখা এটা লিখাৰ প্ৰয়োজন নাই। ‘চাট জিপিটি’ৰ দৰে আৰ্টিফিচিয়েল ইণ্টালিজেন্সৰ সহায়ত মাত্ৰ কেই চেকেণ্ডমানৰ ভিতৰতে এতিয়া আপুনি লিখিব পাৰে যিকোনো বিষয়ৰ এটা তথ্য সমৃদ্ধ লেখা। সেইদৰে … Read more

প্ৰেমত হেঙাৰ পৰিয়াল! চৰম পথ লৈ সুউচ্চ পাহাৰৰ পৰা জঁপিয়াইও প্ৰাণৰক্ষা পৰিল প্ৰেমিক যুগলৰ…

নিউজ ডেস্কঃ পৰিয়ালে প্ৰেমৰ সম্পৰ্ক মানি নোলোৱাৰ বাবেই সুউচ্চ পাহাৰৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা চলালে এহাল প্ৰেমিক যুগলে। অৱশ্যে সৌভাগ্যক্ৰমে জীৱন ৰক্ষা পৰে যুৱক-যুৱতীহালৰ। এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে কৰ্ণাটকৰ ৰামনগৰ জিলাত। জানিব পৰা মতে, জিলাখনৰ নাগাৰভৱীৰ বাসিন্দা চেতন (১৯) আৰু কাঠৰিগুপেৰ নিৱাসী সাহিত্য এম (১৯)ৰ মাজত বিগত ৬ বছৰ ধৰি আছিল প্ৰেমৰ সম্পৰ্ক। ৰামনগৰ … Read more

সংঘৰ পৰা বহিস্কাৰ কৰা হোৱা নাই কৰিশ্মাক! তথাপিও তেওঁ ক’লে- মই ভৰিত ধৰি ক্ষমা খুজিম, কিন্তু…

নিউজ ডেস্কঃ নাগাৰা নামৰ পাঠিকা কৰিশ্মা আৰু সদৌ অসম নাগাৰা নাম সংঘৰ মাজৰ মত বৈষম্যৰ মাজতে এইবাৰ খবৰ ওলাল- সংঘৰ পৰা বহিস্কাৰ কৰা হৈছে কৰিশ্মা নাথক। নাগাৰা নামত বিয়া গীতৰ সুৰ সন্নিৱিষ্ট কৰা কৰিশ্মা নাথে লোককৃষ্টি নাগাৰা নামক বিকৃত কৰাৰ অভিযোগ তুলি পূৰ্বে ক্ষমা খোজাৰ দাবী জনাইছিল সংঘই। কিন্তু তাৰ পিছতো কৰিশ্মা নাথে ক্ষমা খুজিবলৈ … Read more

দুঃখবৰ! প্ৰখ্যাত লেখিকা, শিক্ষাবিদ শ্ৰুতিমালা দুৱৰাৰ শেষ নিশ্বাস ত্যাগ…

নিউজ ডেস্কঃ অসমীয়াৰ লগতে ইংৰাজী ভাষাতো কেইবাখনো গ্ৰন্থ ৰচনা কৰা অসমৰ প্ৰখ্যাত লেখিকা, শিক্ষাবিদ তথা সন্দিকৈ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা শ্ৰুতমালা দুৱৰা আৰু নাই। সোমবাৰে গুৱাহাটীত শেষ নিশ্বাস ত্যাগ কৰে সুলেখিকা গৰাকীয়ে। উল্লেখ্য যে, নৰ্থ-ইষ্ট ৰাইটাৰ্ছ ফ’ৰামৰ প্ৰতিষ্ঠাপক সদস্য আছিল শ্ৰুতিমালা দুৱৰা। এগৰাকী দ্বিভাষিক লেখিকা হিচাপে তেওঁ আছিল অতি জনপ্ৰিয়। তেওঁৰ ইংৰাজী ভাষাৰ গ্ৰন্থ সমূহৰ ভিতৰত … Read more

মৰ্মান্তিক! বলে’ৰৰ ওপৰত বাগৰি পৰিল চিমেণ্টভৰ্তি ট্ৰাক, বিদ্যালয়ৰ ফাদাৰ, হেড মিষ্ট্ৰেছসহ মৃত্যু ৬ জনৰ…

নিউজ ডেস্কঃ নিৰ্বাচনী ব্যস্ততাৰ মাজতে মেঘালয়ত ভয়ংকৰ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়ি লৈ গ’ল বিদ্যালয়ৰ ফাদাৰসহ ৬ জনকৈ লোকৰ। মেঘালয়ৰ নংপুত দেওবাৰে এখন বলেৰ’ বাহনৰ ওপৰত চিমেণ্টভৰ্তি ট্ৰাক বাগৰি পৰাত থিতাতে মৃত্যুক সাৱটি লয় লোক কেইজনে। জানিব পৰা মতে, বৰমাস্থিত চেইণ্ট জ’নছ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ফাদাৰসহ ৬ জনকৈ লোকে গৈ থকা এএছ ২৬বি ৭৯০৮ নম্বৰৰ বলেৰ’ … Read more

মৰ্মান্তিক! চাইকেল চলাই কলেজলৈ যোৱাৰ পথতে ট্ৰেক্টৰৰ প্ৰচণ্ড খুন্দা, অকালতে মৃত্যু চিকিৎসা বিজ্ঞানৰ ছাত্ৰী পায়েলৰ…

নিউজ ডেস্কঃ দুদিন পূৰ্বে পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে অতি ধুমধামেৰে পালন কৰিছিল ১৭ বছৰীয়া জন্মদিন। তাৰ পিছত শনিবাৰে চাইকেল লৈ কলেজলৈ যোৱাৰ পথতে এক কৰুণ পথ দুৰ্ঘটনাত অকাল মৃ্ত্যুক সাৱটি ল’বলগীয়া হ’ল ভৱিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ সপোন দেখা ছোৱালীজনীয়ে। এই হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে হাৰিয়ানাৰ কৰ্ণালত। চাইকেল চলাই কলেজলৈ গৈ থকা সময়তে তীব্ৰবেগী ট্ৰেক্টৰ … Read more

মৰ্মান্তিক! মেলা চাই ঘৰলৈ ওভতাৰ পথতে তীব্ৰবেগী বাহনে মহটিয়াই লৈ গ’ল মাতৃ-কন্যাক, হাস্পতালত মৃত্যু কন্যা বৈষ্ণৱীৰ…

নিউজ ডেস্কঃ ওচৰৰ গাঁৱত আয়োজিত মেলা চাবলৈ একেলগে গৈছিল মাতৃ-কন্যাই। দিনটো মেলাত পাৰ কৰি সন্ধিয়া ঘৰলৈ ওভতাৰ পথতে সংঘটিত হ’ল এক হৃদয় বিদাৰক ঘটনা। পথ পাৰ হ’বলৈ লোৱাৰ সময়তে তীব্ৰবেগী বাহনে মাতৃ-কন্যাক মহটিয়াই নিয়াত গুৰুতৰভাৱে আহত হয় দুয়োগৰাকী। পিছত আহত মাতৃ-কন্যাক হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটে কন্যাৰ। এই হৃদয় বিদাৰক ঘটনা … Read more

নিষ্ঠুৰ নিয়তিৰ পৰিহাস! গাড়ী মেৰামতিৰ পিছত টেষ্ট ড্ৰাইভলৈ গৈ অকাল মৃত্যু ৫ যুৱকৰ…

নিউজ ডেস্কঃ মুহূৰ্তৰ ভিতৰতে সংঘটিত এক ভয়াবহ পথ দুৰ্ঘটনাই নিমিষতে নিঃশেষ কৰি পেলালে ৫ সুঠাম যুৱকৰ সপোন। নিষ্ঠুৰ নিয়তিয়ে অকালতে প্ৰাণ কাঢ়ি লৈ গ’ল যুৱক কেইজনৰ। গাড়ী মেৰামতিৰ পিছত নিশা টেষ্ট ড্ৰাইভলৈ গৈ উভতি অহাৰ পথতে সংঘটিত হ’ল সকৰুণ দুৰ্ঘটনা। এই দুৰ্ঘটনাৰ স্থান শোণিতপুৰ জিলাৰ বালিপৰাৰ মিট চাপ্লাই। জানিব পৰা মতে, গটংগাৰ নিৱাসী দ্বীপেন বৰাৰ … Read more