তালিবানী শাস্তি! ট্ৰাকৰ পৰা ঘেঁহু চুৰি কৰাৰ বাবেই বনেটত বান্ধি থানালৈ লৈ যোৱা হ’ল চোৰক…

নিউজ ডেস্কঃ ট্ৰাকৰ পৰা ঘেঁহুৰ বস্তা চুৰি কৰাৰ অপৰাধত তালিবানী শাস্তি প্ৰদান কৰা হ’ল এজন লোকক। শেহতীয়াকা পঞ্জাৱত সংঘটিত এই ঘটনাৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। জানিব পৰা মতে, পঞ্জাৱৰ মুক্তিছাৰ জিলাত এজন ব্যক্তিয়ে এখন ট্ৰাকৰ পৰা চুৰি কৰিছিল দুই বস্তা ঘেঁহু। কিন্তু চুৰি কৰি ধৰা পৰাৰ পিছতে … Read more

শোকাবহ! বিদেশত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে ভাৰতীয় মহিলা মডেল-চিকিৎসকৰ…

নিউজ ডেস্কঃ আমেৰিকাৰ হিউষ্টনত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে এগৰাকী ভাৰতীয় মহিলা চিকিৎসক তথা সুপৰিচিত মডেলৰ। শনিবাৰে বিয়লি হিউষ্টনৰ স্কট ষ্ট্ৰীটত এখন বাইক আৰু চাৰিচকীয়া বাহনৰ মাজৰ সংঘৰ্ষত মৃত্যু ঘটে প্ৰৱাসী ভাৰতীয় মহিলা চিকিৎসক তথা এগৰাকী সুপৰিচিত মডেল, নৃত্যশিল্পী ডা০ মিনি ভেট্টিকাল (৫২)ৰ। ইফালে দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে বাইক … Read more

মৰ্মান্তিক! দৰাৰ বাবে অপেক্ষা কৰি থাকোতেই লাভ কৰিলে সেই দুঃসংবাদ, হাতৰ মেহেন্দিলৈ চাই চাই নিশ্চুপ হৈ বহি ৰ’ল কইনা…

নিউজ ডেস্কঃ সম্পূৰ্ণ হৈছিল বিয়াৰ সকলো প্ৰস্তুতি। আটক ধুনীয়াকৈ সজাই তোলা হৈছিল ৰভাতলী। মিতিৰ-কুটুম্বৰে ভৰি পৰিছিল ঘৰ। হাতত মেহেন্দী সানি লাজ আৰু শংকাৰ আকুল হেঁপাহেৰে যুগ্ম জীৱনলৈ অপেক্ষা কৰিছিল কইনাই। কাষতে বহি লৈ তেওঁক জোকাইছিল বান্ধৱীয়ে। ব্যস্ততা বাঢ়িছিল কইনাৰ ভাতৃ-পিতৃ আৰু পৰিয়ালৰ আন সদস্যসকলৰ মাজতো। বিয়ালৈ অহা কোনোজনেই যাতে নোখোৱাকৈ নাযায়, কোনো এটা বস্তুৰে যাতে … Read more

ভাল খবৰ! ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশ লৈ সোণৰ পদক অৰ্জন নগাঁৱৰ তিস্তা কলিতাৰ…

নিউজ ডেস্কঃ পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম অৰ্জন কৰিবলৈ সক্ষম হ’ল অসমৰ আন এগৰাকী ছাত্ৰীয়ে। বাংগালুৰুত অনুষ্ঠিত ৫ম সংখ্যক ৰাষ্ট্ৰীয় পৰ্যায়ৰ ষ্টুডেণ্টচ এণ্ড টিচাৰ্চ আৰ্ট, ২০২২ত সোণৰ পদক অৰ্জন কৰি নগাঁৱৰ লগতে সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে নগাঁও জিলাৰ আমোলাপট্টিৰ তিস্তা কলিতা নামৰ ছাত্ৰীগৰাকীয়ে। উল্লেখ্য যে, ললিত কলা চেণ্টাৰ ফৰ ভিজুৱেল আৰ্টৰ দ্বাৰা আয়োজিত বিভিন্ন প্ৰতিযোগিতাত … Read more

মৰ্মান্তিক! ৮৪ ঘণ্টা ধৰি অভিযান চলিল ৪০০ ফুট দ ব’ৰৱেলত আৱদ্ধ কণমানি তন্ময়ৰ উদ্ধাৰৰ বাবে, তথাপিও নাবাচিল প্ৰাণ…

নিউজ ডেস্কঃ ৮৪ ঘণ্টা ধৰি চলোৱা ধাৰাবাহিক উদ্ধাৰ অভিযানেও জীৱন ঘূৰাই দিব নোৱাৰিলে কণমানি তন্ময়ৰ। পথাৰৰ মাজৰ ৪০০ ফুট দ বৰৱে’লত বিগত ৪ দিন ধৰি আৱদ্ধ হৈ থাকি অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে ৮ বছৰীয়া এটি শিশুৱে। এই শোকাবহ ঘটনাই এতিয়া জোকাৰি গৈছে মধ্যপ্ৰদেশৰ লগতে সমগ্ৰ দেশ! শিশুটিৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে পৰিয়াল। উল্লেখ্য যে, … Read more

১৮ জানুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব গুণোৎসৱ, জানক সৱিশেষ…

নিউজ ডেস্কঃ ছাত্ৰ-ছাত্ৰীৰ গুণগত মানদণ্ড পৰীক্ষাৰ বাবে প্ৰত্যেক বছৰে অনুষ্ঠিত হোৱা গুণোৎসৱ এইবাৰ অনুষ্ঠিত হ’ব নৱবৰ্ষৰ পহিলা মাহত। শুকুৰবাৰে অসম চৰকাৰৰ শিক্ষা বিভাগে প্ৰকাশ কৰা মতে, এইবাৰ তিনিটা পৰ্যায়ত বিদ্যালয়ত অনুষ্ঠিত হ’ব গুণোৎসৱ। প্ৰথম পৰ্যায়ত গুণোৎসৱ অনুষ্ঠিত হ’ব ১৮ জানুৱাৰীৰ পৰা ২১ জানুৱাৰীলৈ। এই সময়ছোৱাত গুণোৎসৱ অনুষ্ঠিত হ’বলগীয়া জিলা কেইখন হৈছে ক্ৰমে- বৰপেটা, কৰিমগঞ্জ, গোলাঘাট, … Read more

ঘোচ লৈ গ্ৰেপ্তাৰ আন এজন SI ছাৰ! এইবাৰ হাতে-লোটে জালত পৰিল গহপুৰ থানাৰ এছআই ধীৰাজ নমশূদ্ৰ…

নিউজ ডেস্কঃ আকৌ আৰক্ষীৰ খাকী পোছাকত কলংক দুৰ্নীতিগ্ৰস্ত এছআই ছাৰৰ। এইবাৰ ঘোচ লৈ হাতে লোটে জালত পৰিল আন এগৰাকী আৰক্ষীৰ উপ-পৰিদৰ্শক। দুৰ্নীতি নিবাৰক শাখাই উৎকোচ গ্ৰহণৰ সময়তে গ্ৰেপ্তাৰ কৰে গহপুৰ থানাৰ আৰক্ষী উপ-পৰিদৰ্শক ধীৰাজ নমশূদ্ৰক। অভিযোগকাৰীক অপৰাধৰ গোচৰৰ পৰা মুক্ত কৰাৰ বাবদ ধন বিচাৰিছিল এছআই নমশূদ্ৰই। বৃহস্পতিবাৰে সেই ধন গ্ৰহণৰ সময়তে দুৰ্নীতি নিবাৰক শাখাই হাতে-লোটে … Read more

আকৌ ঘোচ খাই ফচিল দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী! এইবাৰ জালত পৰিল লাট মণ্ডল অনুপ বড়ো…

নিউজ ডেস্কঃ পুনৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত ঘোচখোৰ চৰকাৰী কৰ্মচাৰী। এইবাৰ বাক্সা জিলাৰ বৰমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত চলিল দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। ঘোচ লোৱাৰ সময়তে হাতেলোটে গ্ৰেপ্তাৰ লাট মণ্ডল অনুপ বড়ো। ১৫০০ টকাৰ ঘোচ লোৱাৰ সময়তে গ্ৰেপ্তাৰ হয় দুৰ্নীতিগ্ৰস্থ লাট মণ্ডলজন। লাট মণ্ডল অনুপ বড়োৰ কৰায়ত্ত সন্দৰ্ভত জানিবলৈ দিয়ে বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান জিপি সিঙে।

ঘোষণা কৰা হ’ল ২০২৩ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ তাৰিখ, এইবাৰ নতুন পদ্ধতিৰে অনুষ্ঠিত হ’ব পৰীক্ষা…

নিউজ ডেস্কঃ ২০২৩ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দিন ঘোষণা। ২০২৩ চনৰ ৩ মাৰ্চৰ পৰা আৰম্ভ হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা। ২০ মাৰ্চলৈকে অনুষ্ঠিত হ’ব মেট্ৰিক পৰীক্ষা। বৃহস্পতিবাৰে আগন্তুক বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ তাৰিখ ঘোষণা কৰে ছেবাই। এইবাৰ ৪টা বিষয়ত থাকিব ৫০টাকৈ ১ নম্বৰৰ প্ৰশ্ন। গণিত, ইংৰাজী, সাধাৰণ বিজ্ঞান আৰু সমাজ বিজ্ঞানত থাকিব অবজেক্টিভ প্ৰশ্ন। নতুন শিক্ষা নীতিৰে … Read more

শোকাবহ! বিদ্যালয়ৰ পৰা ওভতাৰ পথতে তীব্ৰবেগী বাহনৰ খুন্দা কণমানি বৰণ্যাক, সংকটজনক অৱস্থাত চিকিৎসাধীন

নিউজ ডেস্কঃ মঙলবাৰে নগাঁও জিলাৰ পুৰণিগুদামত সংঘটিত এই ভয়ংকৰ দুৰ্ঘটনাই শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটোত। বিদ্যালয়ৰ পৰা ঘৰলৈ ওভতাৰ সময়ত মিকিৰভেটা আলিছিগাত পথ পাৰ হ’বলৈ লওতেই দ্ৰুতবেগী বাহনৰ খুন্দাত গুৰুতৰভাৱে আহত হয় এগৰাকী ১০ বছৰীয়া ছাত্ৰী। বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা শিশুটিৰ নাম বৰণ্যা দাস (১০) বুলি জানিব পৰা গৈছে। ইফালে এএছ … Read more