সুঃখবৰ! ‘হাড়গিলা বাইদেউ’ ড০ পূৰ্ণিমা দেৱী বৰ্মনলৈ ৰাষ্ট্ৰসংঘৰ সৰ্বোচ্চ পৰিৱেশ সন্মান…

নিউজ ডেস্কঃ অস্তিত্ব বিপদাপন্ন হৈ হৈ পৰা হাড়গিলাৰ সুৰক্ষাৰ বাবে অহৰহ চেষ্টা চলাই অহা অসমৰ পৰিৱেশ কৰ্মী তথা হাড়গিলা বাইদেউ হিচাপে পৰিচিত ড০ পূৰ্ণিমা দেৱী বৰ্মনলৈ আন এক আন্তঃৰাষ্ট্ৰীয় সন্মান। এইবাৰ ড০ পূৰ্ণিমা দেৱীক ৰাষ্ট্ৰসংঘই প্ৰদান কৰিলে সৰ্বোচ্ছ পৰিৱেশ সন্মান ‘চেম্পিয়ন অৱ দ্য আৰ্থ, ২০২২’। উল্লেখ্য যে, হাড়গিলা সম্পৰ্কে মানুহৰ ধাৰণা সলনি কৰাত সফলতা লাভ … Read more

এয়াই অনন্য ভাৰত! আৰৱী ভাষাত সাৱলীলভাৱে কোৰআন আবৃত্তি কৰি প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ এগৰাকী হিন্দু ছাত্ৰীৰ…

নিউজ ডেস্কঃ হিন্দু হৈও কোৰআন আবৃত্তি প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে এগৰাকী চতুৰ্থ শ্ৰেণীৰ ছাত্ৰীয়ে। কেৰালাৰ কোঝিকোডৰ চেম্মাৰাথুৰ এল পি স্কুলৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী পাৰ্বতীয়ে অলপতে এক প্ৰতিযোগিতাত অংশ লৈ সাৱলীলভাৱে আৰৱী ভাষাৰ কোৰআন আবৃত্তি কৰি প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়। পাৰ্বতীয়ে কোঝিকোডত অনুষ্ঠিত থোডান্নুৰ মহকুমা কলা মহোৎসৱত কোৰআন আবৃত্তি … Read more

শোকাবহ! বাইক আৰোহীক বচাবলৈ গৈ ট্ৰাকত প্ৰচণ্ড খুন্দা এটা পৰিয়ালে যাত্ৰা কৰা বাহনৰ, দুবছৰীয়া সন্তানসহ পিতৃৰ কৰুণ মৃত্যু

নিউজ ডেস্কঃ উত্তৰ প্ৰদেশৰ মীৰগঞ্জৰ বৰৱান বন্ধোৱা বজাৰৰ সমীপত সোমবাৰে বিয়লি সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু ঘটে পিতা-পুত্ৰৰ। এটা পৰিয়ালে যাত্ৰা কৰা বাহনখনৰ সন্মুখত অকস্মাত উপস্থিত হোৱা বাইক আৰোহীক বচাবলৈ গৈ সন্মুখৰ ট্ৰাকত খুন্দা মৰাৰ ফলতে সংঘটিত হয় এই দুৰ্ঘটনা। জানিব পৰা মতে, যোৱা ১১ নৱেম্বৰত বৰৱা বন্ধোৱা বজাৰৰ নিবাসী মহম্মদ তাৰিকে নিজৰ গাড়ীৰে … Read more

ক’ত গ’ল মামু বেগম? দুসপ্তাহ ধৰি সন্ধানহীন হৈ থকা বোৱাৰীগৰাকীক বিচাৰি হাহাকাৰ পৰিয়ালৰ…

নিউজ ডেস্কঃ গোলাঘাট জিলাৰ খুমটাইৰ দুই সন্তানৰ মাতৃ এগৰাকী মহিলাৰ সন্ধানহীন হৈ থকাৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। জানিব পৰা মতে, বিগত দুটা সপ্তাহধৰি সন্ধানহীন হৈ আছে খুমটাইৰ বাদুলিপাৰ বুঢ়ালিকচন গাঁৱৰ বোৱাৰী মামু বেগম (৩৮) নামৰ মহিলাগৰাকী। পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে, এগৰাকী ১৮ বছৰীয়া কন্যা আৰু এটি ১২ বছৰীয়া পুত্ৰ সন্তানৰ মাতৃ মহিলাগৰাকীয়ে দুসপ্তাহপূৰ্বে … Read more

শোকাবহ! তীব্ৰবেগী বাহনৰ খুন্দাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ হাস্পতালত মৃত্যু ভাৰতীয় সেনা বিষয়া কৰ্ণেল ৰমেশ ৰাথোৰৰ…

নিউজ ডেস্কঃ মঙলবাৰে কাৰ্যালয়ৰ পৰা খোজকাঢ়ি ঘৰলৈ গৈ থকা সময়ত দ্ৰুতবেগী বাহনৰ খুন্দাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ৰমেশ ৰাথোৰৰ বুধবাৰে পুৱা চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে। উল্লেখ্য যে, শ্বিলঙৰ ১২ আৰ্মড ৰেজিমেণ্টৰ কৰ্ণেল ৰমেশ ৰাথোৰে মঙলবাৰে সন্ধিয়া ৫ বজাত কাৰ্যালয়ৰ পৰা কৰ্তব্য সম্পাদন কৰি খোজ কাঢ়ি গৈ থকা সময়তে এখন তীব্ৰবেগী স্কৰপিঅ’ বাহনে … Read more

মাতৃক হেৰুওৱাৰ ১০ মাহ পিছতে হেৰুৱালে পিতৃকো! নিথৰুৱা হ’ল ছিপাঝাৰৰ কণমানি ভৃগু-নন্দিতা

নিউজ ডেস্কঃ নিষ্ঠুৰ নিয়তিৰ হাতত বন্দী এতিয়া ভৃগু-নন্দিতাৰ ভৱিষ্যত! মাত্ৰ দহ মাহৰ ব্যৱধানত পিতৃ-মাতৃ দুয়োজনকে হেৰুৱাই ঘাটমাউৰা হৈ পৰা শিশু দুটিৰ ভৱিষ্যতৰ চিন্তাই উদ্বিগ্ন কৰিছে সকলোকে। ছিপাঝাৰৰ সাতঘৰীয়া মাজচুবুৰিৰ বাসিন্দা কণমানি ভৃগু কুমাৰ নাথ আৰু নন্দিতা দেৱীৰ বাবে এতিয়া একমাত্ৰ ভৰষা তেওঁলোকৰ অশীতিপৰ বুঢ়া আইতাক। উল্লেখ্য যে, দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ জানুৱাৰীত মাহত শেষ … Read more

মৰ্মান্তিক! বৰ পুত্ৰৰ আচৰণত হতাশ হৈ কনিষ্ঠ পুত্ৰৰ সৈতে একেলগে জীৱনৰ চৰম সিদ্ধান্ত বাচি ল’লে মাতৃয়ে…

নিউজ ডেস্কঃ বৰপুত্ৰৰ আচৰণত মানসিক হতাশাত ভুগি কনিষ্ঠ পুত্ৰৰ সৈতে একেলগে বিহপান কৰি মৃত্যুক সাৱটিলে মাতৃয়ে। এনে এক চাঞ্চল্যকৰ আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ গোৰখপুৰৰ গোৰখনাথ অঞ্চলত। জানিব পৰা মতে, মঙলবাৰে মাজনিশা মাতৃ-পুত্ৰই বিহপান কৰাৰ পিছত দুয়োকে সংকটজনক অৱস্থাত বি আৰ ডি মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসকে দুয়োকে মৃত ঘোষণা কৰে। আৰক্ষীয়ে … Read more

দুঃখবৰ! জ্যেষ্ঠ অভিনেতা সুনীল চিন্দে আৰু নাই…

নিউজ ডেস্কঃ নিজৰ অভিনয় দক্ষতাৰে দশক দশক ধৰি ছবিপ্ৰেমীক মন্ত্ৰমুগ্ধ কৰি অহা মাৰাঠী ছবিজগতৰ প্ৰবীণ অভিনেতা সুনীল চিন্দে আৰু নাই! সোমবাৰে পুৱতি নিশা প্ৰায় ১ বজাত মুম্বাইৰ ভিলে পাৰ্লেস্থিত বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে জ্যেষ্ঠ অভিনেতাগৰাকীয়ে। জানিব পৰা মতে, সোমবাৰে দুপৰীয়া এক বজাৰ পৰা আৰম্ভ হ’ব সুনীল চিন্দেৰ অন্ত্যেষ্টিক্ৰিয়াৰ শোভাযাত্ৰা। ইয়াৰ পিছতে পাশ্বীৱাড়াৰ শ্মসান ভূমিত … Read more

শাৰীৰিক প্ৰতিবন্ধকতাক নেওচি হাঁহিৰ গহনা পিন্ধি মেধাৰ বলত JNUত নামভৰ্তি মঙলদৈৰ ৰূপশিখা নাথৰ…

নিউজ ডেস্কঃ ওঁঠত হাঁহিৰ গহনা পিন্ধি সকলোৰে মন জয় কৰি অহা মঙলদৈৰ বিশেষভাৱে সক্ষম ৰূপশিখাই লাভ কৰিলে আন এক সাফল্য। শাৰীৰিক প্ৰত্যাহ্বানক নেওচিও মেধাৰ বলত ভাৰতৰ আগশাৰীৰ শিক্ষানুষ্ঠান দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত নামভৰ্তিৰ সুযোগ লাভ কৰিবলৈ সক্ষম হয় মেধাৱী ৰূপশিখা নাথে। যোৱা ৩ নৱেম্বৰত ৰূপশিখাই জেএনইউৰ ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতকোত্তৰ পাঠ্যক্ৰমৰ বাব নামভৰ্তি কৰে। ভূপেন্দ্ৰ … Read more

ঘোচ লৈ পুনৰ গ্ৰেপ্তাৰ চৰকাৰী কৰ্মচাৰী! এইবাৰ ভিজিলেন্সৰ জালত লক্ষীমপুৰ জল সম্পদ বিভাগৰ ২ কৰ্মচাৰী…

নিউজ ডেস্কঃ লোভে পাপ আৰু পাপে…! দৰমহাৰ টকা কেইটাৰ উপৰিও দুটকা অধিক পোৱাৰ আশাত ঘোচ লৈ পুনৰ গ্ৰেপ্তাৰ হ’ল চৰকাৰী কৰ্মচাৰী। শুকুৰবাৰে লক্ষীমপুৰৰ জল সম্পদ চক্ৰৰ অধীক্ষক অভিযন্তাৰ কাৰ্যালয়ত চলিল দু্ৰ্নীতি নিবাৰক শাখাৰ অভিযান। উৎকোচ গ্ৰহণৰ সময়তে হাতে-লোটে গ্ৰেপ্তাৰ এলডিএ সমৰজ্যোতি শইকীয়া আৰু মুখ্য সহায়ক তৰুণ চন্দ্ৰ মৰাঙ। ঠিকাৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ বাবে ধন লোৱাৰ সময়তে … Read more