আচামীক ধৰিবলৈ যােৱা আৰক্ষীৰ বাহন ভয়ংকৰ দুৰ্ঘটনাত পতিত…

নিউজ ডেস্ক। মেঘালয়ৰ পশ্চিম গাৰাে পাহাৰ জিলাৰ ফুলবাৰীৰ পৰা আচামীক লৈ থানালৈ ওভতাৰ পথত ভয়ংকৰ দুৰ্ঘটনাত পতিত পলাশবাৰী আৰক্ষীৰ থানাৰ বাহন। জানিব পৰা মতে, গােৱালপাৰা জিলাৰ দুধনৈৰ সমীপৱৰ্তী ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুৱা সংঘটিত হয় এই দুৰ্ঘটনা। ঘাইপথৰ এখন দলঙৰ ৰেলিঙত খুন্দিয়াই বিধ্বস্ত হৈ পৰে কামৰূপ জিলাৰ পলাশবাৰী আৰক্ষীৰ থানাৰ বলেৰ’ বাহনখন। দুৰ্ঘটনাত পতিত বাহনখনত … Read more

ৰাজ্যত প্ৰবল বৰষুণৰ লগতে ধুমুহা-বজ্ৰপাতৰ আগজাননী, ডাৱৰীয়া হৈ থাকিব মহানগৰীৰ আকাশ

নিউজ ডেস্কঃ অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত প্ৰবল বৰষুণৰ লগতে ধুমুহা-বজ্ৰপাতৰ আগজাননী জাৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই। আইএমডিয়ে সম্ভাৱনা ব্যক্ত কৰা মতে, অহা ৪ দিনলৈ সমগ্ৰ অসমৰ লগতে ছিকিম, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ ঠায়ে ঠায়ে মধ্যমীয়া আৰু প্ৰবল বৰষুণ হ’ব। এই সময়ছোৱাত প্ৰতিঘণ্টাত ৩০-৪০ কিলোমিটাৰ গতিবেগত ধুমুহা আৰু বজ্ৰপাতৰো সম্ভাৱনা কৰা হৈছে। তদুপৰি ১৫ … Read more

এম্বুলেন্স নাহিল! অৱশেষত এক্সভেটৰত উঠাই পথ দুৰ্ঘটনাত আহত যুৱকক হাস্পতাললৈ লৈ গ’ল ৰাইজে, ভাইৰেল ভিডিঅ’

নিউজ ডেস্কঃ সময়মতে ১০৮ এম্বুলেন্স সেৱা লাভ নকৰাৰ বাবেই এক্সভেটৰেৰে হাস্পতাললৈ লৈ যাবলগীয়া হ’ল দুৰ্ঘটনাগ্ৰস্ত এজন যুৱকক। সামাজিক মাধ্যমত দুৰ্ঘটনাত আহত এজন যুৱকক এক্সভেটৰত উঠাই হাস্পতাললৈ নিয়াৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। এই ঘটনাৰ স্থান মধ্যপ্ৰদেশৰ কটনী। জানিব পৰা মতে, মঙলবাৰে কটনীত সংঘটিত এক পথ দুৰ্ঘটনাত আহত হৈছিল এজন যুৱক। शिवराज सरकार … Read more

শ্ৰী শ্ৰী মাধৱদেৱ তিথি উপলক্ষ্যে চৰকাৰী বন্ধৰ দিন সলনি

নিউজ ডেস্কঃ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ তিথি উপলক্ষ্যে চৰকাৰী বন্ধৰ দিন সলনি কৰিলে ৰাজ্য চৰকাৰে। ১৪ ছেপ্টেম্বৰৰ ঠাইত ১৫ ছেপ্টেম্বৰত বন্ধ ঘোষণা কৰিছে অসম চৰকাৰে। এক জাননীৰ জৰিয়তে মাধৱেদৱৰ তিথি উপলক্ষ্যে বন্ধৰ দিন সলনি কৰাৰ কথা প্ৰকাশ কৰিছে ৰাজ্য চৰকাৰে। উল্লেখ্য যে, ইয়াৰ পূৰ্বে ১৪ ছেপ্টেম্বৰত চৰকাৰী বন্ধ ঘোষণা কৰা হৈছিল।

মৰ্মান্তিক! আকাশমাৰ্গত খোল নাখালে পেৰাচুট, প্ৰশিক্ষণৰ সময়তে শ্বহীদ হ’ল সেনা জোৱান সুৰজপাল

নিউজ ডেস্কঃ আকৌ আকাশ মাৰ্গত পেৰাচুট খোল নোখোৱাৰ বাবেই প্ৰশিক্ষণৰ সময়ত শ্বহীদ হ’বলগীয়া হ’ল এগৰাকী সেনা জোৱান। শনিবাৰে লেহত সেনাৰ প্ৰশিক্ষণৰ সময়ত পেৰাচুট খোল নোখোৱাৰ বাবেই মাটিত পৰি প্ৰাণ হেৰুৱায় সুৰজপাল পচৌৰী নামৰ ৩০ বৰ্ষীয় ভাৰতীয় সেনা জোৱান গৰাকীয়ে। জানিব পৰা মতে, শ্বহীদ সুৰজপাল পচৌৰীৰ ঘৰ উত্তৰ প্ৰদেশৰ হাথৰছ জিলাৰ নন্দৰাম নাগৰীয়া গাঁৱত। জোৱানগৰাকীৰ মৃত্যুৰ … Read more

শোকাবহ! নিয়ন্ত্ৰণ হেৰুৱাই ঘাইপথৰ পৰা উফৰি পৰিল টাটা নেক্স’ন, মৃত্যু অসম বিশ্ববিদ্যালয়ৰ ছাত্ৰ অভিষেকৰ

নিউজ ডেস্কঃ এক শোকাবহ দুৰ্ঘটনাই প্ৰাণ কাঢ়ি লৈ গ’ল অসম বিশ্ববিদ্যালয়ৰ এগৰাকী আইনৰ ছাত্ৰৰ। শনিবাৰে শিলচৰ চহৰৰ পাৰ্শ্বৱৰ্তী ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু ঘটে ২৪ বৰ্ষীয় আইনৰ ছাত্ৰ অভিষেক দেৱৰ। জানিব পৰা মতে, ছাত্ৰজনে শনিবাৰে সন্ধিয়া শিলচৰৰ পৰা ডলু অভিমুখে গৈ থকা সময়ত নিয়ন্ত্ৰণ হেৰুৱাই এএছ ১১আৰ ৮৬১৮ নম্বৰৰ তেওঁৰ টাটা নেক্সন … Read more

কেন্দ্ৰত চৰকাৰ সলনি হ’লেই বিজেপি ত্যাগ কৰিব হিমন্ত বিশ্ব শৰ্মাঃ গৌৰৱ গগৈ

নিউজ ডেস্কঃ কেন্দ্ৰত চৰকাৰ সলনি হ’লেই বিজেপি ত্যাগ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই! মুখ্যমন্ত্ৰী শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰি এই সন্দেহ ব্যক্ত কৰিলে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে। বিজেপি চৰকাৰৰ বহুতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এতিয়াও বিশ্বাস নকৰে বুলি প্ৰকান্তৰে মন্তব্য কৰি গৌৰৱ গগৈয়ে কয় যে বিজেপিৰ বহুতেই ভাৱে যে কেন্দ্ৰত চৰকাৰ সলনি হ’লেই হিমন্ত বিশ্ব … Read more

সুঃখবৰঃ বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্ছিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হব ৰীমা দাসৰ ‘তৰা’জ হাজবেণ্ড’

নিউজ ডেস্কঃ আন এক অনন্য সফলতা লাভৰ দিশে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ছবি নিৰ্মাতা ৰীমা দাসৰ ‘তৰা’জ হাজবেণ্ড’লৈ। এছিয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ চলচ্ছিত্ৰ মহোৎসৱ ‘বুছান ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল’ত প্ৰদৰ্শিত হ’ব ৰীমা দাসৰ তৰা’জ হাজবেণ্ড। উল্লেখ্য যে, ৫-১৪ অক্টোবৰলৈ দক্ষিণ কোৰিয়াত অনুষ্ঠিত হ’বলগীয়া চলচ্ছিত্ৰ মহোৎসৱখনিৰ ‘A window on Asian cinema’ শীৰ্ষক এক বিশেষ শাখাত প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত কৰা হৈছে … Read more

পুনৰ ঘােচ কাণ্ড! এইবাৰ ঘােচ লৈ দুৰ্নীতি নিবাৰকৰ জালত পৰিল এএছআই গােপাল দলে…

নিউজ ডেস্ক। ৰাজ্যৰ চৰকাৰী কাৰ্যালয়সমূহত দুৰ্নীতিৰ বিৰুদ্ধে দুৰ্নীতি নিবাৰকৰ তীব্ৰতৰ অভিযানৰ মাজতে পুনৰ উৎকােচ লৈ গ্ৰেপ্তাৰ হ’ল এজন। এইবাৰ অভিযান চলিল আৰক্ষী চকীত। দুৰ্নীতি নিবাৰকৰ অভিযানত গ্ৰেপ্তাৰ হ’ল ওদালগুৰি জিলাৰ দৰঙা মেলা আৰক্ষীৰ চকীত কৰ্মৰত সহকাৰী উপ-পৰিদৰ্শক গােপাল দলে। জানিব পৰা মতে, এজন ট্ৰাকৰ গৰাকীৰ পৰা ভুক্তিভােগীৰ পৰা উৎকােচ লৈ থকা দুৰ্নীতি নিবাৰকৰ হাতত ধৰা … Read more

সি বেচেৰাই সঠিক তথ্য দিব পৰা নাইঃ ভিক্টৰ দাসৰ গ্ৰেপ্তাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া DGP ভাস্কৰজ্যোতি মহন্তৰ…

নিউজ ডেস্কঃ নিযুক্তি প্ৰক্ৰিয়াত অনিয়মৰ অভিযোগ তুলি নিজেই গ্ৰেপ্তাৰ হ’বলগীয়া হোৱা ভিক্টৰ দাসৰ মুক্তিৰ দাবীৰে সৰৱ হৈ পৰিছে সামাজিক মাধ্যম। ভিক্টৰ দাসে উত্থাপন কৰা অভিযোগৰ তদন্ত কৰাৰ পৰিৱৰ্তে তেওঁলোকেই গ্ৰেপ্তাৰ কৰা অসম আৰক্ষীৰ কাণ্ডক সহজে মানি ল’ব পৰা নাই অনেকেই। সমান্তৰালভানে নিযুক্তি পৰীক্ষা স্বচ্ছ আৰু নিকা পদ্ধতিৰে অনুষ্ঠিত কৰা বুলি ঢাক-ঢোল বজোৱা অসম চৰকাৰ তথা … Read more