শােকাৱহ! জুম্মাৰ নামাজৰ সময়তে মছজিদত ভংয়কৰ বিস্ফোৰণ, বিশিষ্ট ধৰ্মগুৰুসহ ১৮ জনৰ মৃত্যু

নিউজ ডেস্কঃ পশ্চিম আফগানিস্তানৰ এটা মছজিদত শুকুৰবাৰৰ নামাজ আদায়ৰ সময়তে সংঘটিত ভয়ংকৰ আত্মঘাতী বিস্ফোৰণত নিহত হ’ল এগৰাকী বিশিষ্ট ধৰ্মগুৰুকে ধৰি ১৮ জনকৈ লোকে। তালিবান চৰকাৰৰ এগৰাকী বিষয়াই এই তথ্য সদৰী কৰি জানিবলৈ দিয়া মতে, বিস্ফোৰণত আহত হৈছে কমেও ২১ জন লোক। বাতৰি অনুসৰি, পশ্চিমৰ হেৰাট চহৰৰ গুজাৰগা মছজিদত শুকুৰবাৰে দুপৰীয়াৰ নামাজৰ সময়তে সংঘটিত হয় এই … Read more

ছবি প্ৰযােজক ৰবীন্দৰৰ সৈতে বিয়াত বহিল দাক্ষিণাত্যৰ জনপ্ৰিয় অভিনেত্ৰী মহালক্ষ্মী

নিউজ ডেস্ক। বিবাহ পাশত আবদ্ধ হ’ল দাক্ষিণাত্যৰ জনপ্ৰিয় অভিনেত্ৰী মহালক্ষ্মী। দৰা দাক্ষিণাত্যৰ বিশিষ্ট ছবি নিৰ্মাতা ৰবীন্দৰ চন্দ্ৰশেখৰণ। এই বিয়াৰ ছবি বিয়পি পৰিছে সামাজিক মাধ্যমতাে। সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে সম্পন্ন হৈ যায় মহালক্ষ্মী আৰু ৰবীন্দৰৰ বিবাহখন। তিৰুপতিত পৰিয়াল আৰু অন্তৰংগ বন্ধু-বান্ধৱীৰ উপস্থিতিত যুগ্ম জীৱনৰ পাতনি মেলে দুয়োজনে। শেহতীয়াকৈ বিদ্যুম বৰাই কাথিৰু নামৰ এখন ছবিত একেলগে কাম কৰিছে … Read more

শোকাবহ! মাথো ২২ বছৰ বয়সতে শ্বহীদ হ’ল ভাৰতীয় সেনা জোৱান সুধাংশু কুমাৰ…

নিউজ ডেস্কঃ বয়লাৰ বিস্ফোৰণৰ ফলত গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হৈ থকা এগৰাকী ভাৰতীয় সেনা জোৱানৰ মৃত্যুৰ খবৰে মৰ্মাহত কৰিছে সমগ্ৰ দেশবাসীক। লাডাখৰ গলৱানত যোৱা ২১ আগষ্টত সংঘটিত বয়লাৰ বিস্ফোৰণত গুৰুতৰভাৱে আহত হৈছিল ২২ বৰ্ষীয় ভাৰতীয় সেনা জোৱান সুধাংশু কুমাৰ। জোৱানজনক লগে লগে চিকিৎসাৰ বাবে লেহৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও উন্নত চিকিৎসাৰ বাবে তাৰ পৰা … Read more

GMCHত চিকিৎসাধীন অৱস্থাত বিয়োগ জ্যেষ্ঠ সাংবাদিক পাৰভিজুৰ ৰহমানৰ

নিউজ ডেস্কঃ দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাৰ সৈতে যুঁজি অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে ধুবুৰীৰ জ্যেষ্ঠ সাংবাদিক পাৰভিজুৰ ৰহমানে। ৪৭ বছৰ বয়সত গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে সাংবাদিকগৰাকীয়ে। উল্লেখ্য যে, ৰাজ্যৰ বৈদ্যুতিন সংবাদ মাধ্যম প্ৰতিদিন টাইমৰ ধুবুৰীৰ সংবাদদাতা হিচাপে কাম কৰি আছিল পাৰভিজুৰ ৰহমানে। জ্যেষ্ঠ সাংবাদিকগৰাকীৰ বিয়োগৰ খবৰে মৰ্মাহত কৰিছে তেওঁৰ … Read more

এইখন অসমৰে আজৱ ঘটনা! গৰ্ভস্থ সন্তানৰ আকাৰ সৰু থকাৰ বাবেই অস্ত্ৰোপচাৰৰ পিছত পুনৰ প্ৰসূতিৰ পেটৰ ভিতৰত ভৰাই থলে চিকিৎসকে

নিউজ ডেস্কঃ গৰ্ভত থকা সন্তানৰ আকাৰ সৰু হোৱাৰ বাবেই পেট কাটি বাহিৰলৈ উলিয়াই অনাৰ পিছত পুনৰ আকৌ পেটৰ ভিতৰত ভৰাই থলে চিকিৎসকে। এনে এক আশ্বৰ্যকৰ কাণ্ড সংঘটিত হৈছে এইখন অসমৰে এখন চৰকাৰী হাস্পতালত। জানিব পৰা মতে, কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত ভৰ্তি হৈছিল এগৰাকী ৬ মহীয়া গৰ্ভৱতী মহিলা। অহা ডিচেম্বৰ মাহৰ শেষতহে মহিলাগৰাকীৰ প্ৰসৱৰ সম্ভাৱনা আছিল। কিন্তু … Read more

চাঞ্চল্যকৰ! আন যুৱকৰ সৈতে ঠিক হৈছিল প্ৰেমিকাৰ বিয়া, খঙতে প্ৰেসয়ী আৰু মাতৃৰ সৈতে এই কাণ্ড সংঘটিত কৰিলে যুৱকে…

নিউজ ডেস্কঃ দিনৰ পোহৰতে সংঘটিত এক লোমহৰ্ষক হত্যাকাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে উত্তৰাখণ্ডৰ কুমাওৰ কাশীপুৰত। ব্যৰ্থ প্ৰেমৰ পৰিণতিতে এহাল মাতৃ-কন্যাক চোকা অস্ত্ৰৰে হানি-খুচি নৃশংসভাৱে হত্যা কৰে এজন যুৱকে। ইফালে এই হত্যাকাণ্ড সংঘটিত কৰি নিজেই আৰক্ষী থানাত উপস্থিত হৈ আত্মসমৰ্পণ কৰে হত্যাকাৰীয়ে। ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। জানিব পৰা মতে, কাশীপুৰৰ মোহল্লা … Read more

জম্মু-কাশ্মীৰত সেনা-আৰক্ষীৰ বৃহৎ সফলতা! এনকাউণ্টাৰত নিহত ২ দুধৰ্ষ সন্ত্ৰাসবাদী

নিউজ ডেস্কঃ জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে এক বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে সেনা আৰু আৰক্ষীয়ে। কাশ্মীৰৰ বাৰামুল্লা জিলাৰ চুপুৰ অঞ্চলত সেনা-আৰক্ষীয়ে চলোৱা সন্ত্ৰাসবাদ বিৰোধী যুটীয়া অভিযানত নিহত হয় দুজনকৈ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী। নিহত সন্ত্ৰাসবাদী দুজন পাক সমৰ্থিত সন্ত্ৰাসবাদী সংগঠন জৈছ-এ-মহম্মদৰ সদস্য আছিল বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, চুপুৰত এটা সন্ত্ৰাসবাদীৰ দল আত্মগোপন কৰি … Read more

বাইক এখন, আৰোহী ৭ জন! সামাজিক মাধ্যমত ভাইৰেল এটা আশ্বৰ্যকৰ ভিডিঅ’, দেখি হতবাক নেট দুনীয়া…

নিউজ ডেস্কঃ এখন বাইকত কেইজন উঠিব পাৰে? আপুনি নিশ্চয় ক’ব- দুজন বা তিনিজন। বা খুব বেছি ৪ জন। কিন্তু সামাজিক মাধ্যমত শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে এনে এটা ভিডিঅ’, যি ভিডিঅ’ প্ৰত্যক্ষ কৰি হতবাক হৈ পৰিছে নেট ব্যৱহাৰকাৰীও। কিয়নো দুজন বা তিনিজন নহয়, বৰং এখন বাইকত উঠি যাত্ৰা কৰিছে মুঠ ৭জনকৈ লোকে। আইএএছ বিষয়া সুপ্ৰিয়া চাহুৱে … Read more

মৰ্মান্তিক! পথাৰত মাছ মাৰিবলৈ গৈ ভূ-মাফিয়াই খান্দি থোৱা দ গাঁতত পৰি মৃত্যু দুগৰাকী মহিলাৰ

নিউজ ডেস্কঃ মাছ মাৰিবলৈ গৈ পথাৰত খান্দি থোৱা দ গাতত পৰি অকাল মৃত্যুক সাৱটিবলগীয়া হ’ল দুগৰাকীকৈ মহিলাই। এই শোকাবহ ঘটনা সংঘটিত হৈছে দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত সৰপাৰাত। জানিব পৰা মতে, মঙলবাৰে গাঁওখনৰ তিনি গৰাকী মহিলাই একেলগে মাছ মাৰিবলৈ গৈছিল পথাৰলৈ। কিন্তু পথাৰৰ মাজত ভূমি মাফিয়াই খান্দি থোৱা দ গাঁতত বাগৰি পৰে মহিলা কেইগৰাকী। এক্সেভেটৰৰে … Read more

অভিযানত নামিল DSP হিমা দাস! হাতত মাৰণাস্ত্ৰ লৈ ঘােঁৰাৰ পিঠি উঠি ক’লে…

নিউজ ডেস্কঃ আৰক্ষীৰ পোছাক পিন্ধি হাতত মাৰণাস্ত্ৰ লৈ নতুন ৰূপত দেখা গ’ল আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন খেলুৱৈ তথা ডিএছপি হিমা দাসক। বুধবাৰে দেৰগাঁৱৰ আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত উপস্থিত হয় ধিং এক্সপ্ৰেছ হিমা দাস। আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া ক্ষেত্ৰত লাভ কৰা সফলতাৰ সন্মান স্বৰূপে ডিএছপি পদত নিযুক্তি লাভ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে তেওঁ উপস্থিত হয় আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত। দেৰগাঁৱৰ আৰক্ষী প্ৰশিক্ষণ … Read more