অৱশেষত আহিল বৰষুণ! আনন্দতে নাচি উঠিল এগৰাকী মহিলা বন বিষয়া, Video ভাইৰেল

নিউজ ডেস্ক। তেনে দৃশ্য সাধাৰণতে বলিউদৰ ছবিতহে দেখা যায়। বাস্তৱত তেনেদৰে বৰষুণ আহিলে সম্ভৱত কাকো দেখা নাযায়। ঠিক বলিউদৰ দৰেই এক দৃশ্য দেখা হ’ল উৰিষ্যাৰ শিমলিপালৰ এখন বনাঞ্চলত। বৃষ্টিৰ আগমনত আত্মহাৰা হৈ চিঞৰি নাচি উঠিল এগৰাকী মহিলা বন বিষয়া। তেনে এক দৃশ্যই এতিয়া মন জিনিছে সকলোৰে। জানিব পৰা মতে, কিছুদিনৰ পৰা বনাঞ্চলখনৰ গছ, বন শুকাই … Read more

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰিকেট খেলৰ মাজতে হঠাতে শুই পৰিল সকলাে খেলুৱৈ আৰু অম্পায়াৰ!

নিউজ ডেস্ক। চলি আছে ৱেষ্ট ইণ্ডিজ আৰু শ্ৰী লংকাৰ মাজত এদিনীয়া শৃংখলা। সেই সময়ত অব্যাহত আছে ৩৮ নম্বৰ অভাৰৰ খেল। বেটিং কৰি আছে শ্ৰীলংকাৰ দুই বেটচমেনে। বল কৰিবলৈ আগবাঢ়ি গৈছে ৱেষ্ট ইণ্ডিজৰ এণ্ডাৰছন ফিলিপ। বেটিং কৰি থকা বেটচমেনে সাজু হৈছে ফিলিপৰ বল মাৰিবলৈ। ফিলিপে বল দিবলৈ কিছুদূৰ আগুৱাই যাওঁতেই দেখা গ’ল এক সাংঘাতিক দৃশ্য। বলাৰ … Read more

সঞ্জনা গণেশনৰ সৈতে বিবাহপাশত আবদ্ধ বুমৰাহ, শ্বেয়াৰ কৰিলে ফটাে

নিউজ ডেস্ক। সকলাে জল্পনা-কল্পনাক অন্ত পেলাই অৱশেষত ক্ৰীড়া সঞ্চালিকা সঞ্জনা গণেশনৰ সৈতে বিবাহপাশত আবদ্ধ হ’ল ভাৰতীয় ক্ৰিকেটাৰ যশপ্ৰীত বুমৰাহ। জানিব পৰা মতে, গোৱাৰ এখন হোটেলত সম্পূৰ্ণ বিবাহৰ মাংগলিক অনুষ্ঠান সম্পন্ন কৰা হয়। এই অনুষ্ঠানত দুই পক্ষৰ পৰিয়ালৰ কেইগৰাকীমান লোকৰ উপৰি পাত্ৰ-পাত্ৰীৰ ঘনিষ্ঠ কেইগৰাকীমান বন্ধু-বান্ধৱী উপস্থিত আছিল। উল্লেখ্য, দৰা-কইনা উভয় পৰিয়ালৰ সদস্যই এই বিবাহ পৰ্বক লৈ … Read more

হুইল চেয়াৰত থকা কুকুৰৰ সাৰথি অন্ধ শিয়াল! ভিডিঅ’ ভাইৰেল

নিউজ ডেস্ক। এক ব্যতিক্ৰম ঘটনা। জন্তুও কেতিয়াবা হ’ব পাৰে অন্য জন্তুৰ সাৰথি। তেনে এক দৃশ্য দেখা গ’ল ইংলেণ্ডত। এক দৃশ্যত দেখা অনুসৰি, হুইল চেয়াৰত যোৱা এটা কুকুৰৰ পিছে পিছে গৈছে এটা অন্ধ শিয়াল। হুইল চেয়াৰৰ চকাৰ শব্দ অনুসৰণ কৰি পিছে পিছে গৈছে শিয়ালটো। এই দৃশ্য এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। কুকুৰটোৰ গৰাকীয়ে জনোৱা অনুসৰি, … Read more

প্ৰেমিকাক কোলাত বহুৱাই বাইক ষ্টাণ্ট কৰি জৰিমনা ভৰিলে প্ৰেমিকে! ৰাজহুৱা ক্ষমা প্ৰাৰ্থনা

নিউজ ডেস্ক। এক বাইক ষ্টাণ্টৰ দৃশ্য বৰ্তমান ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। দৃশ্যটো বেচ আকৰ্ষণীয়। কিয়নো বাইক ষ্টাণ্টত এহাল প্ৰেমিক-প্ৰেমিকাই দেখুৱালে কিছু ৰেহ-ৰূপ। সেই দৃশ্য গুজৰাটৰ চুৰাটৰ। দৃশ্যটোত দেখা অনুসৰি, প্ৰেমিক-প্ৰেমিকাই বাইক ষ্টাণ্ট কৰি ৰোমাঞ্চত মগ্ন হৈছে। প্ৰদৰ্শন কৰিছে বিশেষ ভংগিমা। আনকি প্রেমিকে মাজতে নিজৰ কোলাত বহুৱাইয়ো লৈছে প্ৰেমিকাক। নিজৰ চখ আৰু জনপ্ৰিয়তাৰ বাবে প্ৰেমিক-প্ৰেমিকাই … Read more

ক’ভিড-১৯ আক্ৰান্ত হৈয়ো JEE-2021 ত শীৰ্ষস্থান লাভ কৰা অসমৰ ৰঞ্জিভ প্ৰবাল দাস এলন মাস্কৰ অনুগামী

নিউজ ডেস্ক। যোৱা ৮ মাৰ্চত National Testing Agency (NTA) এ ঘোষণা কৰিছিল জে ই ই-২০২১ মেইনছৰ ফলাফল। এইবাৰ মুঠ ৬ জন পৰীক্ষাৰ্থীয়ে দেশৰ ভিতৰত শীৰ্ষস্থান লাভ কৰিছে। সেই সমূহৰ ভিতৰত আছে অসম সন্তান ৰঞ্জিভ প্ৰবাল দাস। উল্লেখ্য যে, ২০২০ বৰ্ষত মহামাৰী কোৰোনাত আক্ৰান্ত হৈছিল ৰঞ্জিভ। ৰঞ্জিভ Tesla আৰু SpaceX ৰ মুখ্য কাৰ্যবাহী বিষয়া এলন মাস্কৰ … Read more

৬ বছৰীয়া শিশুৰ সুললিত কন্ঠত অসমৰ জাতীয় সংগীত! সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

নিউজ ডেস্ক। এগৰাকী ৬ বছৰীয়া কন্যা শিশু। নাম কালমাৱিজো মাৰ। ঘৰ অসমৰ হাফলঙত। তেওঁৰ এক বিশেষ প্ৰতিভা এতিয়া ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। শিশু গৰাকীয়ে অসমৰ জাতীয় সংগীত ‘অ মোৰ আপোনাৰ দেশ’ পৰিবেশন কৰি এৰি দিয়ে সামাজিক মাধ্যম ইউটিউবত আৰু তাৰ পিছতেই ভাইৰেল হৈ পৰে হাফলঙৰ এই ৬ বছৰীয়া কন্যা কালমাৱিজো মাৰ। উল্লেখ্য যে, সদৌ … Read more

দুই বাংলাদেশী নাগৰিকক আটক BSF ৰ, গতাই দিলে বাংলাদেশৰ সীমান্তৰক্ষীক

নিউজ ডেস্ক। এক মানৱীয়তা তথা সদিচ্ছাৰ নিদৰ্শন দাঙি ধৰিলে ভাৰতীয় সীমা সুৰক্ষা বল অৰ্থাৎ বি এছ এফে। মেঘালয়ৰ পূব জয়ন্তীয়া পাৰ্বত্য জিলাৰ ভাৰত বাংলাদেশ সীমান্তত আটক কৰা দুই বাংলাদেশী নাগৰিকক স-সন্মানে গতাই দিলে বাংলাদেশ সীমান্তৰক্ষীক। লাইজুৰি সীমান্ত চকীত এখন সভা অনুষ্ঠিত কৰি গতাই দিয়া হয় বাংলাদেশী নাগৰিক দুজনক। অবৈধভাৱে ভাৰতৰ সীমান্তত প্ৰৱেশ কৰা দুয়োজনকে স্বাস্থ্য … Read more

গুৱাহাটীৰ পদপথৰ সেতুত বিহু নাচিলে অভিনেত্ৰী দেবলীনাই! মূহুৰ্ততে ভাইৰেল হৈ পৰিল ভিডিঅ’

নিউজ ডেস্ক। অসম গৌৰৱ তথা ৰাষ্ট্ৰীয় টেলিভিশ্যন চেনেলৰ ধাৰাবাহিকৰ জনপ্ৰিয় অভিনেত্ৰী দেবলীনা ভট্টাচাৰ্য্যই গুৱাহাটীত উপস্থিত হৈ পদপথৰ নৱনিৰ্মিত সেতুত এইবাৰ বিহু নাচি আপলোড কৰিলে ইনষ্টাগ্ৰামত। সেই বিহু নৃত্যৰ দৃশ্য এতিয়া ইনষ্টাগ্ৰামত ভাইৰেল হৈ পৰিছে। দেশ-বিদেশৰ লক্ষাধিক অনুৰাগীয়ে ইতিমধ্যে এই ভিডিঅ’ লাইক কৰাৰ লগতে কমেন্টত প্ৰশংসাৰে ওপচাই পেলাইছ ইনষ্টাগ্ৰাম। উল্লেখ্য যে ‘সাথ নিভানা সাথিয়া’ নামৰ ধাৰাবাহিক … Read more

হেলমেটৰ বাবেই ৰক্ষা পৰিল এজন বাইক চালকৰ জীৱন! কেমেৰাত বন্দী হ’ল দুৰ্ঘটনাৰ দৃশ্য

নিউজ ডেস্ক। সাধাৰণতে আমি দেখা এটা সুলভ দৃশ্য হ’ল যে বাইক আৰোহীয়ে পৰিধান নকৰে হেলমেট। কিছুমানে আকৌ হেলমেট মূৰত পিন্ধাৰ পৰিৱৰ্তে পিন্ধে হাতত আৰু যদিহে আৰক্ষীক দেখে জৰিমনা ভৰাৰ ভয়ত পিন্ধি লয় মূৰত। যেন জীৱনৰ নিৰাপত্তাক কৰা হয় চূড়ান্ত ভেঙুচালি। কিন্তু হেলমেট যে জীৱনদায়িনী, এইবাৰ সেই কথা প্ৰমাণ কৰিলে এটা পথ দুৰ্ঘটনাই। পথ দুৰ্ঘটনাত পতিত … Read more