নিৰ্বাচনৰ পূৰ্বে ছবিগৃহলৈ আহি আছে জুবিনৰ ‘ৰাজনীতি’! মুকলি হ’ল টিজাৰ
অহা ২৬ মাৰ্চত ছবিগৃহত মুক্তি পাব জুবিনৰ ‘ৰাজনীতি’ নিউজ ডেস্ক। অসমীয়া ছবি জগতৰ বাবে এক সুখবৰ! অহা ২৬ মাৰ্চত ছবিগৃহত মুক্তি পাব নতুন অসমীয়া ছবি ‘ৰাজনীতি’ ৷ ৰামধেনু প্ৰডাকছনৰ বেনাৰ নিৰ্মাণ কৰা এই ছবিত মুখ্য চৰিত্ৰত অভিনয় কৰিছে জুবিন গাৰ্গ, তপন দাস, বৰষাৰাণী বিষয়া, গীতাৱলী ৰাজকুমাৰী, সন্দীপ শৰ্মা আৰু সিদ্ধাৰ্থ শৰ্মাকে ধৰি কেবাজনাে বিশিষ্ট অভিনেতা-অভিনেত্ৰীয়ে। … Read more