৫ বছৰীয়া সন্তানক এৰি আজিও সন্ধানহীন নামতিৰ মঞ্জুলা! বিচাৰি হাহাকাৰ স্বামীৰ…

নিউজ ডেস্কঃ ৫ বছৰীয়া সন্তানক এৰি এগৰাকী মহিলা সন্ধানহীন হৈ থকাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে শিৱসাগৰৰ নামতিত। জানিব পৰা মতে, যোৱা ১০ নৱেম্বৰৰ পৰা সন্ধানহীন হৈ আছে আমগুৰি নামতি চাৰিআলি আদৰ্শ গাঁৱৰ ৰফিক আলীৰ কন্যা মঞ্জুলা বেগম ওৰফে ৰিমি নামৰ মহিলাগৰাকীয়ে। এটি ৫ বছৰীয়া পুত্ৰ সন্তানৰ মাতৃ মঞ্জুলা সন্ধানহীন হোৱাৰ পিছতে এতিয়া মহিলাগৰাকীক বিচাৰি … Read more

মৰ্মান্তিক! তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত প্ৰাণ গ’ল বাইক আৰােহী যুৱকৰ

নিউজ ডেস্ক। ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে ডাম্পাৰৰ সন্ত্ৰাস। এইবাৰ সৰুপেটা টাউনত দ্রুতবেগী ডাম্পাৰৰ খুন্দাত মৃত্যু ঘটিল এজন বাইক আৰােহী যুৱকৰ। জানিব পৰা মতে, ভৱানীপুৰ-মানাহ অভয়াৰণ্য পথৰ সৰুপেটা হস্ততাঁত বিভাগৰ পৰিদৰ্শন কাৰ্যালয়ৰ সন্মুখত শনিবাৰে বিয়লি সংঘটিত হয় এই দুৰ্ঘটনা। মৃত যুৱকজন সৰুপেটাৰ সমীপৱৰ্তী বৰবড়ী গাঁৱৰ কাজিম আলীৰ পুত্ৰ কাইমুদ্দিন আলী (২৭)। কাইমুদ্দিন আলীয়ে সৰুপেটা বজাৰলৈ … Read more

পুনৰ ৰঙীন হৈ পৰিল কল্পনাৰ জীৱন! কল্পনাৰ উকা কপালত সেন্দুৰ দি নিজৰ কৰি ল’লে নলবাৰীৰ প্ৰশান্তই…

নিউজ ডেস্কঃ এখন ব্যতিক্ৰমী বিবাহেৰে এতিয়া চৰ্চিত হৈছে নলবাৰীৰ প্ৰশান্ত শৰ্মা আৰু কল্পনা ভাগৱতী। শেহতীয়াকৈ নলবাৰীৰ ঐতিহ্যমণ্ডিত বালিলেছাৰ কালী মন্দিৰত সম্পন্ন হৈ যায় কল্পনা আৰু প্ৰশান্তৰ বিয়াখন। য’ত ৮ বছৰীয়া কন্যা সন্তানৰ সৈতে বৈধব্যৰ দুৰ্বিসহ জীৱন পাৰ কৰা কল্পনা ভাগৱতীক জীৱন সংগীৰূপে আঁকোৱালি লয় ম’হখুলীৰ প্ৰশান্ত শৰ্মাই। পৰিয়ালৰ সন্মতি আৰু সামাজিক ৰীতি-নীতিৰে আয়তীৰ উৰুলি, পুৰোহিতৰ … Read more

৫০ টকীয়া দুটা লটাৰীৰ টিকটে সলনি কৰিলে মাছ বিক্ৰেতা ৰবিৰাম বসুমতাৰীৰ ভাগ্য, লাভ কৰিলে ১৮ লাখ টকীয়া ইনোভা…

নিউজ ডেস্কঃ লটাৰীৰ দুটা ৫০ টকীয়া টিকটেই ভাগ্য সলনি কৰিলে বৰপেটাৰোডৰ কালপানীৰ নিৱাসী ৰবিৰাম বসুমতাৰী। বৰপেটাৰোড সাৰ্বজনীন ৰাস মহোৎসৱৰ লটাৰী খেলত প্ৰথম পুৰস্কাৰ এখন ইনোভা বাহন লাভ কৰিবলৈ সক্ষম হ’ল পেছাত মাছ বিক্ৰেতা ৰবিৰাম বসুমতাৰীয়ে। লটাৰীত পুৰস্কাৰ জয়ৰ খবৰ লাভ কৰিয়েই আনন্দত আত্মহাৰা হৈ পৰে ৰবিৰাম আৰু তেওঁৰ পৰিয়াল। উল্লেখ্য যে, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে … Read more

মৰ্মান্তিক! কৰ্তব্যৰত অৱস্থাতে হাৰ্ট এটেকত আকস্মিক মৃত্যু অ’চি দিব্যধৰ সোণোৱালৰ

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা। কৰ্তব্যৰত অৱস্থাত হঠাতে অসুস্থ হৈ আকস্মিক মৃত্যুক আকােৱালি ল’লে এগৰাকী আৰক্ষী বিষয়াই। এই বিষয়াগৰাকীৰ নাম দিব্যধৰ সােণােৱাল। তেওঁ শদিয়া আৰক্ষীৰ জিলাৰ অন্তৰ্গত ছৈখোৱাঘাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে কৰ্মৰত আছিল। জানিব পৰামতে, বুধবাৰে দুপৰীয়া ছৈখোৱাঘাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিব্যধৰ সোণোৱালে টহল দিয়াৰ বাবে ন-দিহিং নদী পাৰ হৈ সীমান্তৰ টেঙাপানী গাঁৱলৈ গৈছিল। … Read more

মৰ্মান্তিক! আই-২੦ বাহনৰ সৈতে ট্ৰাকৰ মুখামুখি সংঘৰ্ষত প্ৰাণ গ’ল দুই শিক্ষকৰ, আহত ৩

নিউজ ডেস্ক। ৰাজ্যত নিতৌ সংঘটিত পথ দুৰ্ঘটনাত অকালতে প্ৰাণ হেৰুৱাইছে বহুজনে। এইবাৰ গহপুৰত সংঘটিত এক ভয়াৱহ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল দুজন শিক্ষকৰ, আহত হ’ল ৩ জন লােক। জানিব পৰা মতে, বুধবাৰে সন্ধিয়া প্ৰায় ৭-৩০ বজাত গহপুৰত সংঘটিত হয় এই পথ দুৰ্ঘটনা। জানিব পৰা মতে, গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত সোলেঙীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাক আৰু … Read more

দুঃখবৰ! অসমৰ চোৰাং চিকাৰ বিৰোধী দলৰ অন্যতম সদস্য ‘জৰবা’ৰ মৃত্যু

নিউজ ডেস্কঃ কাজিৰঙাত চোৰাং চিকাৰীৰ বিৰুদ্ধে চলোৱা বন বিভাগৰ অভিযানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ‘জৰবা’ আৰু নাই! বয়স আৰু স্বাস্থ্যজনিত সমস্যাৰ বাবে বিগত কিছুদিন ধৰি অসুস্থ হৈ থাকি ২১ নৱেম্বৰ অৰ্থাৎ সোমবাৰে শেষ নিশ্বাস ত্যাগ কৰে বেলজিয়ামৰ মেলিনয় ট্ৰেকিং ডগৰ অনত্যম জৰবাই। উল্লেখ্য যে, জৰবা আৰান্যক-ভাৰতৰ অন্যতম বিশিষ্ট জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থাৰ প্ৰথম কে ৯ … Read more

ভাগ্যৰ খেল! হাউলী ৰাস মহোৎসৱৰ লটাৰী খেলত প্ৰথম পুুৰস্কাৰ AUDI A4 লাভ আৰক্ষী কনিষ্টবল জনাৰ্দন বড়োৰ…

নিউজ ডেস্কঃ এইবাৰ অনুষ্ঠিত হোৱা নামনি অসমৰ অন্যতম ৰাস মহোৎসৱ হাউলীৰ ৯৫ সংখ্যক ৰাস মহোৎসৱতে ভাগ্য উদয় হ’ল উত্তৰ গুৱাহাটীৰ নিৱাসী এগৰাকী আৰক্ষী কনিষ্টবলৰ। ৰাস মহোৎসৱৰ লটাৰী খেলত প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে জনাৰ্দন বড়ো নামৰ কনিষ্টবল গৰাকীয়ে। লটাৰী খেলখনৰ প্ৰথম পুৰস্কাৰ হিচাপে এখন AUDI A4 বিলাসী বাহন লাভ কৰে জনাৰ্দনে। জনাৰ্দন বড়োৱে লাভ … Read more

সুঃখবৰ! ‘হাড়গিলা বাইদেউ’ ড০ পূৰ্ণিমা দেৱী বৰ্মনলৈ ৰাষ্ট্ৰসংঘৰ সৰ্বোচ্চ পৰিৱেশ সন্মান…

নিউজ ডেস্কঃ অস্তিত্ব বিপদাপন্ন হৈ হৈ পৰা হাড়গিলাৰ সুৰক্ষাৰ বাবে অহৰহ চেষ্টা চলাই অহা অসমৰ পৰিৱেশ কৰ্মী তথা হাড়গিলা বাইদেউ হিচাপে পৰিচিত ড০ পূৰ্ণিমা দেৱী বৰ্মনলৈ আন এক আন্তঃৰাষ্ট্ৰীয় সন্মান। এইবাৰ ড০ পূৰ্ণিমা দেৱীক ৰাষ্ট্ৰসংঘই প্ৰদান কৰিলে সৰ্বোচ্ছ পৰিৱেশ সন্মান ‘চেম্পিয়ন অৱ দ্য আৰ্থ, ২০২২’। উল্লেখ্য যে, হাড়গিলা সম্পৰ্কে মানুহৰ ধাৰণা সলনি কৰাত সফলতা লাভ … Read more

মৰ্মান্তিক! মধুচন্দ্ৰিকা যাপনৰ বাবে গেংটকলৈ গৈ আকস্মিক মৃত্যুক সাবটিলে ৰঙিয়াৰ ডঃ মুনজিৎ দাসে

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা। মধুচন্দ্ৰিকাৰ যাপনৰ বাবে ছিক্কিমৰ গেংটকলৈ গৈ প্ৰাণ গ’ল সদ্য বিবাহিত উচ্চ শিক্ষিত যুৱকৰ। জানিব পৰা মতে, ৰঙিয়া চহৰৰ শান্তিপুৰ নিবাসী তথা অৱসৰপ্ৰাপ্ত বেংক কৰ্মচাৰী শম্ভুৰাম দাসৰ জ্যেষ্ঠ পুত্র মুনজিৎ দাসে (৩৪) সদ্যবিবাহিত পত্নীক লৈ মধুচন্দ্ৰিকা যাপনৰ বাবে গেংটকলৈ গৈছিল। গেংটকৰ পৰা উভতি অহাৰ পথত যোৱা ১৯ নৱেম্বৰত উশাহ-নিশাহত কষ্ট অনুভৱ … Read more