জ্যেষ্ঠ সাংবাদিক বসন্ত কুমাৰ শৰ্মাৰ অকাল বিয়ােগ

বসন্ত কুমাৰ শৰ্মা

নিউজ ডেস্ক। অসমৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক, নগাঁৱৰ দক্ষিণপাট নিবাসী বসন্ত কুমাৰ শৰ্মাৰ অকাল বিয়ােগ। মৃত্যুৰ সময়ত তেওঁ বয়স আছিল ৪৩ বছৰ। জানিব পৰা মতে, নিজ বাসগৃহতে ৰক্তচাপ জনিত ৰােগত আক্ৰান্ত হৈ বসন্ত কুমাৰ শৰ্মা। ইয়াৰ পিছতে তেওঁক নগাঁৱৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও কোনো সুফল লাভ নকৰাত বৃহস্পতিবাৰে উন্নত চিকিৎসাৰ বাবে এম্বুলেঞ্চেৰে … Read more

অতি কৰুণ ঘটনা! নিজ ১২ বছৰীয়া পুত্ৰৰ মৃত্যুৰ সংবাদ পোৱাৰ পাছতে প্ৰাণ ত্যাগ মাতৃৰো

নিউজ ডেস্ক। চৰম দুৰ্যােগ নামি আহিল এটা পৰিয়াললৈ। ১২ বছৰীয়া পুত্ৰ সন্তানক হেৰুওৱা পৰিয়ালটােৱে একেদিনাই হেৰুৱালে সন্তানটিৰ মাতৃকাে। নিজৰ ১২ বছৰীয়া ৰােগাক্ৰান্ত পুত্ৰৰ চিকিৎসালয়ত মৃত্যু হােৱাৰ দুঃসংবাদ লাভ কৰাৰ পিছতে প্ৰাণ ত্যাগ কৰিলে দুৰ্ভাগীয়া মাতৃয়ে। এই হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে ওদালগুৰি জিলাৰ ৰৌতাৰ কঠালবাৰী গাঁৱত। মাতৃ-পুত্ৰৰ একেদিনাই মৃত্যুৰ খবৰে শােকান্বিত কৰি তুলিছে সমগ্ৰ অঞ্চলবাসীক। … Read more

বিদ্যালয়ৰ সন্মুখত ৰৈ ছাত্ৰীক অশালীন ইংগিত! আটক ৭ লম্পট…

নিউজ ডেস্কঃ বিদ্যালয়ৰ সন্মুখত ৰৈ স্কুলীয়া ছাত্ৰীকি জোকাই আটক হ’ল ৭ জনকৈ লম্পট যুৱক। হাইলাকান্দিৰ চন্দ্ৰপুৰ গাঁৱত শনিবাৰে আটক কৰে যুৱক কেইজনক। ইতিমধ্যে আৰক্ষীয়ে যুৱক কেইজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা বুলি জানিব পৰা গৈছে। ইফালে ধৃত যুৱক কেইজনৰ পৰিচয় হাইলাকান্দি জিলাৰ ঢোলচেৰা আৰু বিলাইপুৰ গাঁৱৰ কাছিম উদ্দিন, ৰেজাউল ইছলাম বৰভূঞা, সমীৰ উদ্দিন, … Read more

ঋণ ৰেহাইৰ নামত ১ টকাৰ চেক পালে মহিলাই, চেক সংগ্ৰহ কৰিবলৈ খৰচ ১ হাজাৰ টকা

নিউজ ডেস্ক। অসম চৰকাৰে মাইক্ৰ’ফাইনেন্সৰ ঋণৰ পৰা মহিলাসকলক ঋণমুক্ত কৰিবলৈ গ্ৰহণ কৰা অভিলাষী আঁচনিৰ পৰা লাভান্বিত হৈছে ৰাজ্যৰ হেজাৰ হেজাৰ মহিলা। তাৰ মাজতে বঙাইগাঁৱত এগৰাকী মহিলাৰ সৈতে সংঘটিত হ’ল এক আজব ঘটনা। ঋণ ৰেহাইৰ চেক সংগ্ৰহ কৰিবলৈ গাড়ী ভাৰা আৰু পঞ্জীয়নৰ নামত প্ৰায় ১ হাজাৰ টকা খৰচ কৰি গান্ধী ময়দানত উপস্থিত হােৱা মহিলাগৰাকীয়ে লাভ কৰে … Read more

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰচনা প্ৰতিযােগিতাত উজলিল অসমৰ ছাত্ৰী ছানিয়া, প্ৰধানমন্ত্ৰীয়ে কৰিলে পুৰস্কৃত

নিউজ ডেস্ক। ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰচনা প্ৰতিযােগিতাত সফলতা অসমৰ ছাত্ৰী ছানিয়া ডেকাৰী। তিনিচুকীয়াৰ হিজুগুৰিৰ লংকেশ্বৰ গোহাঁই নগৰ নিবাসী ৰাজু ডেকাৰী আৰু পাপৰি ডেকাৰীৰ কন্যা আৰু তিনিচুকীয়াৰ বাডিং বাৰ্ডছ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী ছানিয়া। উল্লেখ্য যে ‘সতর্কতা জাগৰণ সপ্তাহ’ উপলক্ষে কেন্দ্রীয় মাধ্যমিক শিক্ষা পৰিষদ আৰু কেন্দ্রীয় সতর্কতা আয়োগে ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত কৰিছিল ৰচনা প্ৰতিযােগিতা। এই … Read more

অভিনেতা চনু সুদে অসমৰ ৰাজুক দিলে দুখন ‘হাত’!

নিউজ ডেস্ক। বলিউডৰ অভিনেতা চনু সুদৰ মহানুভৱতা! দুখন হাত নথকা অসমৰ এজন লােকক প্ৰদান কৰিলে দুখন হাত। উল্লেখ্য যে চনু সুদৰ মুম্বাইস্থিত বাসভৱনত অভিনেতাজনৰ পৰা সহায় বিচাৰি উপস্থিত হৈছিল অসমৰ ৰাজু আলী নামৰ লােকজন। অভিনেতাজনক সাক্ষাৎ কৰাৰ পিছতে ৰাজু আলীক দুখন কৃত্ৰিম হাত সংৰােপণ কৰাই দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে চনু সুদে। কথা মতেই কাম! প্ৰতি … Read more

শাৰীৰিক প্ৰতিবন্ধকতাক নেওচি হাঁহিৰ গহনা পিন্ধি মেধাৰ বলত JNUত নামভৰ্তি মঙলদৈৰ ৰূপশিখা নাথৰ…

নিউজ ডেস্কঃ ওঁঠত হাঁহিৰ গহনা পিন্ধি সকলোৰে মন জয় কৰি অহা মঙলদৈৰ বিশেষভাৱে সক্ষম ৰূপশিখাই লাভ কৰিলে আন এক সাফল্য। শাৰীৰিক প্ৰত্যাহ্বানক নেওচিও মেধাৰ বলত ভাৰতৰ আগশাৰীৰ শিক্ষানুষ্ঠান দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত নামভৰ্তিৰ সুযোগ লাভ কৰিবলৈ সক্ষম হয় মেধাৱী ৰূপশিখা নাথে। যোৱা ৩ নৱেম্বৰত ৰূপশিখাই জেএনইউৰ ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতকোত্তৰ পাঠ্যক্ৰমৰ বাব নামভৰ্তি কৰে। ভূপেন্দ্ৰ … Read more

ঘোচ লৈ পুনৰ গ্ৰেপ্তাৰ চৰকাৰী কৰ্মচাৰী! এইবাৰ ভিজিলেন্সৰ জালত লক্ষীমপুৰ জল সম্পদ বিভাগৰ ২ কৰ্মচাৰী…

নিউজ ডেস্কঃ লোভে পাপ আৰু পাপে…! দৰমহাৰ টকা কেইটাৰ উপৰিও দুটকা অধিক পোৱাৰ আশাত ঘোচ লৈ পুনৰ গ্ৰেপ্তাৰ হ’ল চৰকাৰী কৰ্মচাৰী। শুকুৰবাৰে লক্ষীমপুৰৰ জল সম্পদ চক্ৰৰ অধীক্ষক অভিযন্তাৰ কাৰ্যালয়ত চলিল দু্ৰ্নীতি নিবাৰক শাখাৰ অভিযান। উৎকোচ গ্ৰহণৰ সময়তে হাতে-লোটে গ্ৰেপ্তাৰ এলডিএ সমৰজ্যোতি শইকীয়া আৰু মুখ্য সহায়ক তৰুণ চন্দ্ৰ মৰাঙ। ঠিকাৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ বাবে ধন লোৱাৰ সময়তে … Read more

শােকাৱহ! নৃত্য পৰিৱেশন কৰিবলৈ গৈ ডেৰাডুনত মৃত্যু মাজুলীৰ লুইচি বৰাৰ

নিউজ ডেস্ক। এক বেয়া খবৰ। তেজশ্বিতা বৰুৱাৰ পিছতে পুনৰ আন এগৰাকী উদীয়মান প্ৰতিভাক হেৰুৱালে মাজুলীৰ লগতে অসমবাসীয়ে। উত্তৰাখণ্ডৰ ডেৰাডুনলৈ নৃত্য পৰিৱেশন কৰিবলৈ গৈ গুৰুতৰভাৱে অসুস্থ হৈ বিগত ৪ মাহে চিকিৎসাধীন হৈ থকা মাজুলীৰ সম্ভাৱনাময় শিল্পী লুইচি বৰা (২৫)ৰ ডেৰাডুনৰ চিকিৎসালয়ত মৃত্যু। উল্লেখ্য যে প্ৰায় চাৰি মাহৰ পূৰ্বে মাজুলীৰ হলিৰাম বায়নৰ নেতৃত্বত সত্ৰীয়া নৃত্য পৰিবেশন কৰিবলৈ … Read more

জীৱন শেষ কৰিবলৈ নৈত জাঁপ দিয়া লােকক জীৱন্তে উদ্ধাৰ কৰি পুৰস্কৃত অ’চি সমৰজিত বসুমতাৰী

নিউজ ডেস্ক। জনহিত জনসেৱাৰ্থে! নিজৰ প্ৰাণ বিসৰ্জন দিবলৈ নৈত জাঁপ দিয়া এজন লােকক প্ৰাণৰক্ষাৰ বাবে নৈত জাঁপ দি লােকজনক নিশ্চিত মৃত্যুৰ পৰা ৰক্ষা কৰিলে অসম আৰক্ষীৰ এগৰাকী বিষয়াই। নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি নিস্বাৰ্থ আৰু সাহসিকতাৰে লােকজনৰ প্ৰাণ ৰক্ষা কৰি সামগ্রিকভাৱে অসম আৰক্ষীলৈ গৌৰৱ কঢ়িয়াই আনিলে কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সমৰজিৎ বসুমতাৰীয়ে। এনে … Read more