GMCH ত চাঞ্চল্যকৰ ঘটনা! শৰীৰত বিষাক্ত ইনজেকশ্যন লৈ চৰম পথ বাছি ল’লে ICU টেকনিচিয়ান পাপু দাসে…
নিউজ ডেস্ক। এক চাঞ্চল্যকৰ ঘটনাই জােকাৰি গ’ল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালক। ৰহস্যজনকভাৱে নিজ শৰীৰত বিষাক্ত ইনজেকশ্যন সুমুৱাই লৈ চৰম পথ বাছি ল’লে হাস্পতালত কিছুদিন পূৰ্বে চাকৰিত যােগদান কৰা এজন যুৱকে। জানিব পৰা মতে, চিকিৎসালয়খনৰ আই.চি.ইউৰ টেকনিচিয়ান এগৰাকীয়ে সংঘটিত কৰিছে এই ঘটনা। চৰম পথ বাছি লােৱা কৰ্মচাৰীজৰ নাম পাপু দাস, ঘৰ নলবাৰীৰ কমাৰকুছিত। জানিব পৰা মতে, … Read more