অসমত জন্মগ্ৰহণ কৰা IPS বিষয়াক জম্মু-কাশ্মীৰত হত্যা, গ্ৰেপ্তাৰ ঘৰুৱা সহায়ক

নিউজ ডেস্ক। জম্মু-কাশ্মীৰৰ আৰক্ষী সঞ্চালক প্ৰধান (জে’ল) হেমন্ত কুমাৰ লােহিয়াক হত্যা। পত্নীসহ জম্মুৰ এজন বন্ধুৰ ঘৰলৈ যােৱা ভাৰতীয় আৰক্ষী সেৱাৰ জ্যেষ্ঠ বিষয়াগৰাকীৰ মৃতদেহ বন্ধুজনৰ ঘৰৰে এটা কােঠালিত উদ্ধাৰ কৰা হয়। তেওঁৰ হত্যাৰ খবৰ পােহৰলৈ অহাৰ পিছৰে পৰা আত্মগােপন কৰা ঘৰুৱা সহায়ক ইয়াছিন আহমেদক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। এই হত্যাকাণ্ডই জম্মু-কাশ্মীৰৰ লগতে সমগ্ৰ দেশতে তীব্ৰ আলােড়নৰ … Read more

আন এক গুৰুত্ব দায়িত্ব অৰ্পণ অসম সন্তান IPS সুজয় লাল থাওছেনক, CRPFৰ সঞ্চালকপ্ৰধান ৰূপে নিযুক্তি

নিউজ ডেস্কঃ আন এক গুৰু দায়িত্ব অসম মাতৃৰ সুযোগ্য সন্তান আইপিএছ বিষয়া সুজয় লাল থাওছেনক। এইবাৰ তেওঁক প্ৰদান কৰা হৈছে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চিআৰপিএফৰ নতুন সঞ্চালপ্ৰধানৰ দায়িত্ব। আইপিএছ বিষয়া কুলদীপ সিঙৰ অৱসৰৰ পিছতে এই গুৰু দায়িত্ব প্ৰদান কৰা হয় আইপিএছ বিষয়া থাওছেনক। উল্লেখ্য যে, শুকুৰবাৰে চিআৰপিএফৰ সঞ্চালকপ্ৰধান (ডিজি) পদৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল … Read more

নাও দুৰ্ঘটনাত সন্ধানহীন ৰাজহ চক্ৰ বিষয়া সঞ্জু দাসৰ মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক। বৃহস্পতিবাৰে ধুবুৰীত ব্ৰহ্মপুত্ৰৰ বুকুত সংঘটিত নাও দুৰ্ঘটনাত সন্ধানহীন হােৱা ৰাজহ চক্ৰ বিষয়া সঞ্জু দাসৰ মৃতদেহ উদ্ধাৰ। ঘটনাস্থলীৰ পৰা প্ৰায় ১কি.মি আঁতৰত উদ্ধাৰ বিষয়াগৰাকীৰ মৃতদেহ। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে ধুবুৰীৰ আৰক্ষী অধীক্ষককে ধৰি প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল। মৃতদেহ উদ্ধাৰ কৰি মৰণােত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। উল্লেখ্য যে নিৰ্মীয়মাণ ধুবুৰী-ফুলবাৰী দলঙৰ খুঁটাত খুন্দা মাৰি লুইতৰ … Read more

মৰ্মান্তিক! বায়েকৰ সৈতে পূজাৰ বজাৰ কৰি ঘৰলৈ ওভতাৰ পথত দুৰ্ঘটনাত প্ৰাণ গ’ল ৰশ্মিতাৰ…

নিউজ ডেস্ক। পুনৰ চৰম বিপৰ্যয় নামি আহিল নলবাৰীৰ এটা পৰিয়াললৈ। মাত্ৰ এবছৰ পূৰ্বে পৰিয়ালৰ মুৰব্বীক অকালতে হেৰুওৱাৰ পিছতে এইবাৰ দুৰ্ঘটনাত প্ৰাণ গ’ল পৰিয়ালটােৰ কনিষ্ঠ জীয়ৰীৰ। এই ঘটনাই গভীৰ শােকৰ ছাঁ পেলাইছে নলবাৰীত। উল্লেখ্য যে নলবাৰীৰ বৰঝাৰ গাঁৱৰ প্ৰয়াত দীপক ৰাজবংশী আৰু অঞ্জু ৰাজবংশীৰ তিনি কন্যাৰ কনিষ্ঠতম ৰশ্মি ৰাজবংশীয়ে শনিবাৰে বায়েক শিখাৰ সৈতে স্কুটীৰ উঠি পূজাৰ … Read more

মৰ্মান্তিক! পূজাৰ উছাহৰ মাজতে পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈসহ দুই ভাতৃৰ

নিউজ ডেস্কঃ পূজাৰ আনন্দৰ মাজতে শোকৰ বন্যা শিৱসাগৰ জিলাৰ কোঁৱৰপুৰ কাৰীগাৱত। এক ভয়ংকৰ পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰে দুজনকৈ যুৱকৰ মৃত্যুৱে শোকস্তব্ধ কৰি তুলিছে পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলবাসীক। শুকুৰবাৰে নিশা সংঘটিত হৈছিল এই পথ দুৰ্ঘটনাটো। নিয়ন্ত্ৰণ হেৰুৱাই এজোপা গছত খুন্দা মৰাৰ ফলত মৃত্যু ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰাটে খেলুৱৈ শিৰোমণি কোঁৱৰ (২৪) আৰু তেওঁৰ সম্পৰ্কীয় ভাতৃ অজয় কোঁৱৰৰ। … Read more

নৈশবাছৰ যাত্ৰীৰ ৰূপত গৰু! আৰক্ষীৰ অভিযানত জব্দ ৩৪ টা চােৰাং গৰু

নিউজ ডেস্ক। গৰুৰ চােৰাং বেহাৰ বিৰুদ্ধে অসম আৰক্ষীৰ তীব্ৰতৰ অভিযানৰ মাজতে গৰু সৰবৰাহৰ ন ন কৌশল অৱলম্বন গৰু সৰবৰাহকাৰীৰ। এইবাৰ নৈশ বাছত উঠাই চােৰাং গৰু সৰবৰাহৰ চেষ্টা চােৰাং বেপাৰীৰ। নগাঁও জিলাৰ কলিয়াবৰৰ মিছাত আৰক্ষীৰ অভিযানত জব্দ চােৰাং গৰু ভৰ্তি নৈশ বাছ। জানিব পৰা মতে, নিয়মীয়া তালাচীত সময়তে এ এছ ০১ ডিচি ৪৪৪২ নম্বৰৰ ‘ৰাঘৱ’ নামৰ … Read more

মৰ্মান্তিক! পূজা মণ্ডপত আলােকসজ্জাৰ কামত নিয়ােজিত যুৱকৰ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু

নিউজ ডেস্ক। ৰাজ্যজুৰি দুৰ্গা পূজাৰ আনন্দ-উল্লাসৰ মাজতে ঘটিল এক শােকাৱহ ঘটনা। পূজা মণ্ডপত আলােকসজ্জাৰ কামত নিয়ােজিত হৈ থকা যুৱকৰ বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যু। এই ঘটনাৰ স্থান কাছাৰ জিলাৰ উদাৰবন্দ কালিবাড়ি ৰোড স্থিত পূজা মণ্ডপ। মৃত যুৱকজনৰ নাম সুজন দাস। ঘৰ কাছাৰ জিলাৰ বৈৰাগী টিলাত। জানিব পৰা মতে, সুজন দাস পূজাস্থলীত আলোকসজ্জাৰ কাম কৰিছিল। কামত ব্যস্ত … Read more

ক্ষমতাৰ অপব্যৱহাৰ! পুনৰ নিলম্বিত হ’ল থানাৰ ভাৰপ্ৰাপ্ত বিষয়া…

নিউজ ডেস্ক। উৎকােচ, কৰ্তব্যত গাফিলতি, স্বেচ্ছাচাৰিতা আদি বিভিন্ন অভিযােগত আৰক্ষী প্ৰশাসনত ৰােষত পৰিছে ইজনৰ-পিছত সিজন আৰক্ষী বিষয়া। এইবাৰ ক্ষমতাৰ অপব্যৱহাৰৰ অভিযােগত নিলম্বিত কৰা হ’ল দৰং জিলাৰ ধূলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক। এই বিষয়াগৰাকীৰ নাম হৈছে নিতাই চন্দ্ৰ ৰয়। ক্ষমতাৰ অপব্যৱহাৰৰ জৰিয়তে আৰক্ষীৰ অনুশাসন ভংগৰ অভিযোগ উঠাৰ পিছতে জিলা আৰক্ষী অধীক্ষকৰ নিৰ্দেশত নিলম্বিত কৰা হয় আৰক্ষী … Read more

ৰাজ্যত ‘ছেমখৰ’ বিতৰ্ক! দিল্লীত ৰাষ্ট্ৰপতিৰ পৰা ৰাষ্ট্ৰীয় চলচ্ছিত্ৰ বঁটা গ্ৰহণ পৰিচালক-অভিনেত্ৰী আইমী বৰুৱাৰ…

নিউজ ডেস্কঃ বিতৰ্কই লগ নেৰিলেই ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিছে আইমী বৰুৱাৰ ছবি ‘ছেমখৰ’। ছেমখৰৰ বাবে আন এক ৰাষ্ট্ৰীয় চলচ্ছিত্ৰ বঁটা গ্ৰহণ কৰিলে আইমী বৰুৱাই। আইমী বৰুৱাই এই ছবিখনৰ বাবে লাভ কৰিছে ৰজত কমল বঁটা। দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় চলচ্ছিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত আইমী বৰুৱাক এই বঁটা প্ৰদান কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। উল্লেখ্য যে, তেওঁৰ ‘ছেমখৰ’ ছবিখনক লৈ … Read more

শোকাবহ! ধুবুৰীত ব্ৰহ্মপুত্ৰৰ বুকুত নাও দুৰ্ঘটনাত সন্ধানহীন চক্ৰ বিষয়া সঞ্জু দাসসহ কেইবাজনো…

এশৰো অধিক যাত্ৰীসহ ব্ৰহ্মপুত্ৰৰ বুকুত ডুব গ’ল এখন যন্ত্ৰচালিত নাও। এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে ধুবুৰীৰ ভাচামী চৰত। দলঙৰ খুঁটাত খুন্দা মৰাৰ পিছতে ব্ৰহ্মপুত্ৰৰ বুকুত ডুব যায় নাওখন। ঘটনাস্থলীত আৰক্ষী আৰু এছডি আৰ এফ বাহিনী উপস্থিত হৈ অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান। কিন্তু বৰ্তমানো সন্ধানহীন হৈছে আছে কেইবাজনো লোক। এই নাও দুৰ্ঘটনাত সন্ধানহীন ধুবুৰীৰ ৰাজহ চক্ৰ … Read more