সোপাধৰাৰ নামত উৰাবাতৰি বিয়পাই আতংকৰ সৃষ্টি কৰা ৩ জনক গ্ৰেপ্তাৰ যোৰহাট আৰক্ষীৰ
নিউজ ডেস্কঃ সোপাধৰাক লৈ উৰাবাতৰি বিয়পাই আতংকৰ সৃষ্টি কৰা যোৰহাটৰ তিনি জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। যোৰহাট আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে লোক কেইজনক। উল্লেখ্য যে, যোৰহাটৰ মিছন হাস্পতালৰ সমীপত বৃহস্পতিবাৰে নিশা এজন যুৱকক সোপাধৰাৰ সন্দেহ কৰি প্ৰহাৰ কৰিছিল কেইজনমান লোকে। এই ঘটনাৰ পিছতে আৰক্ষীয়ে অভিনন্দন গগৈ আৰু পুতু বাচফৰ নামৰ দুজনক গ্ৰেপ্তাৰ কৰে। অন্যহাতে উত্তৰ … Read more