অসম আৰক্ষীৰ সঞ্চালকপ্রধানৰ দায়িত্ব গ্ৰহণৰ পূৰ্বে আৰক্ষীলৈ বিশেষ আহ্বান জি পি সিঙৰ…
নিউজ ডেস্কঃ অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানৰ গুৰু দায়িত্ব গ্ৰহণৰ পূৰ্বে অসম আৰক্ষীৰ নেতৃত্ব আৰু কৰ্মীলৈ বিশেষ অনুৰোধ জনালে জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙে। সামাজিক মাধ্যমযোগে অসম আৰক্ষীৰ নেতৃত্বলৈ আহ্বান জনায় বৰ্তমানৰ বিশেষ আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে কয় যে অসম আৰক্ষীয়ে অসমবাসীক চিন্তা-চৰ্চাৰ আদান-প্ৰদান আৰু বিপদৰ সময়ত কনিষ্ঠ, মধ্য আৰু জ্যেষ্ঠ পৰ্যায়ৰ আৰক্ষী নেতৃত্বৰ সৈতে যোগাযোগ কৰিবলৈ এখন মঞ্চ প্ৰদান কৰা … Read more