ভাল খবৰ! অসম আৰক্ষীৰ ৪ বিষয়ালৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ পদক

নিউজ ডেস্ক। স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত অসম আৰক্ষীলৈ সুখবৰ। ৪ গৰাকী আৰক্ষী বিষয়ালৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ পদক। অনুসন্ধানত দেখুওৱা পাৰদৰ্শিতাৰ বাবে এই পদক। হােজাই জিলাৰ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থলৈ এই পদক। হােজাইৰ এছপি বৰুণ পুৰকায়স্থ SDPO মৃন্ময় দাস, DSP ৰ’জী তালুকদাৰলৈও এই পদক। অসম আৰক্ষীৰ উপ-পৰিদৰ্শক নাৰায়ণ শইকীয়ালৈও গৃহমন্ত্ৰীৰ পদক প্ৰদানৰ ঘােষণা কৰা হৈছে। ডিএছপি ৰ’জী তালুকদাৰ … Read more

হায়ৰে মানৱতা! কোচ জাতিৰ ছোৱালী বিয়া কৰোৱাৰ বাবেই মৃত্যুৰ পিছতো গাঁওবাসীয়ে সৎকাৰ নকৰিলে অতুল শৰ্মাৰ মৃতদেহ, নৈৰ পাৰত পুতি থ’বলগীয়া হ’ল পত্নীয়ে

নিউজ ডেস্কঃ মানুহে মানুহৰ কথা কোৱা এইখন সমাজত সামাজিক সংকীৰ্ণতাই বহুবাৰ চৰ্চা লাভ কৰিছে। কেতিয়াবা যদি গাহৰি বা মুৰ্গীৰ ব্যৱসায় কৰাৰ বাবে কোনোবা পৰিয়ালক এঘৰীয়া কৰা হৈছে, আন কেতিয়াবা আকৌ অইন ধৰ্মৰ মাজত সম্পন্ন হোৱা বিবাহৰ বাবে কৰা হৈছে এঘৰীয়া। এইবাৰ সমাজৰ একাংশ লোকৰ সংকীৰ্ণ মনোভাৱৰ বাবেই মৃত্যুৰ পিছতো হিন্দু ৰীতি-নীতিৰে শেষ কৃত্য সম্পন্ন কৰা … Read more

ঘোচখোৰ বিষয়া! উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ আবকাৰী পৰিদৰ্শক লোহিত ফুকন

নিউজ ডেস্কঃ ৰাজ্যত দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী-প্ৰশাসন। যাৰ পৰিণতিত বিগত সময়ত ঘোচ লৈ হাতে-লোটে ধৰা পৰিছে ৰাজ্যৰ বহু কেইজন চৰকাৰী বিষয়া আৰু কৰ্মচাৰী। শেহতীয়াকৈ ঘোচ লৈ বৃহস্পতিবাৰে পুনৰ গ্ৰেপ্তাৰ হ’ল আন এগৰাকী চৰকাৰী বিষয়া। গোলাঘাট জিলাৰ বোকখাত আবকাৰী বিভাগত অভিযান চলাই বৃহস্পতিবাৰে দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে আবকাৰী পৰিদৰ্শক লোহিত ফুকনক। Second … Read more

আকৌ ঘোচকাণ্ড! ঘোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ উপ পঞ্জীয়ক কাৰ্যালয়ক কৰ্মচাৰী গোপীনাথ দাস

নিউজ ডেস্কঃ পুনৰ ঘোচ লৈ হাতে-লোটে ধৰা পৰিল আন এগৰাকী চৰকাৰী কৰ্মচাৰী। এইবাৰ তামুলপুৰৰ উপ পঞ্জীয়ক কাৰ্যালয়ত অভিযান চলাই উৎকোচ গ্ৰহণৰ সময়তে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰে এগৰাকী কৰ্মচাৰী। ধৃত দুৰ্নীতিগ্ৰস্ত কৰ্মচাৰী জনৰ পৰিচয় গোপীনাথ দাস বুলি জানিব বুলি জানিব পৰা গৈছে। উৎকোচ লোৱাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাই হাতে-লোটে গ্ৰেপ্তাৰ কৰে উপ-পঞ্জীয়ক কাৰ্যালয়ৰ কৰ্মচাৰীজনক। Our … Read more

মৰ্মান্তিক! ৰে’লৰ চেপাত মৃত্যু কৌতূক অভিনেতা হৰেশ্বৰ ডেকাৰ

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা। ৰে’লৰ খুন্দাত অকাল মৃত্যু কৌতুক অভিনেতা হৰেশ্বৰ ডেকাৰ। বুধবাৰে মহানগৰীৰ নুনমাটি কেবিন চকত সংঘটিত হয় এই ঘটনা। জানিব পৰা মতে, কলংপাৰ এক্সপ্ৰেছৰ খুন্দাত মৃত্যু হৰেশ্বৰ ডেকাৰ। তেওঁৰ ঘৰ হৰেশ্বৰ ডেকাৰ ঘৰ মঠঘৰীযাৰ বড়ো চকত। একাংশ লােকে সন্দেহ কৰা অনুসৰি, আৰ্থিক দৈন্যৰ বাবে হৰেশ্বৰ ডেকাই চৰম সিদ্ধান্ত ল’বলৈ বাধ্য হয়। ইপিনে, … Read more

ঠিকাদাৰৰ পৰা ৫੦ হাজাৰ টকাৰ ঘােচ লৈ গ্ৰেপ্তাৰ হােৱা ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক গুৰুপ্ৰসাদক নিলম্বন…

নিউজ ডেস্ক। এগৰাকী ঠিকাদাৰৰ পৰা ৫੦ হাজাৰ টকাৰ ঘােচ লৈ দুৰ্নীতি নিবাৰকৰ হাতত হাতে-লােটে গ্ৰেপ্তাৰ হােৱা বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক গুৰুপ্ৰসাদ খাটনিয়াৰক নিলম্বন। ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক বিৰিঞ্চি কুমাৰ দাসে এক নির্দেশযোগে পঞ্জীয়ক গুৰুপ্ৰসাদ খাটনিয়াৰক চাকৰিৰ পৰা নিলম্বন কৰে। ইয়াৰ উপৰি ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞানৰ সহযোগী অধ্যাপক মনোজ কুমাৰ দাসক বিশ্ববিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত পঞ্জীয়ক হিচাপে নিযুক্তি … Read more

অসমত বৌদ্ধ ভিক্ষুৰ ৰূপত আত্মগােপন অবৈধ বাংলাদেশীৰ, আটক

নিউজ ডেস্ক। এইবাৰ এগৰাকী বৌদ্ধ ভিক্ষুৰ ৰূপ আৰক্ষীৰ জালত পৰিল এগৰাকী অবৈধ বাংলাদেশী। ত্ৰিপুৰা ৰাজ্যৰ ভুৱা নথিপত্ৰ তৈয়াৰ কৰি নিজকে ভাৰতীয় বুলি প্ৰতিপন্ন কৰিব খােজাৰ অভিযোগত তিনিচুকীয়াৰ কচুজানস্থিত বৌদ্ধ মঠৰ পৰা আৰক্ষীয়ে আটক কৰিলে ৰতনশ্ৰী উৰফে ৰাহুল বৰুৱা নামৰ সন্দেহজনক অবৈধ বাংলাদেশীক। বৌদ্ধ মঠটােৰ অন্যান্য ভিক্ষুৰ অভিযােগৰ ভিত্তিতে মঙলবাৰে ৰতনশ্ৰী নামৰ এইজন ছদ্মবেশী বৌদ্ধ ভিক্ষুজনক … Read more

মৰ্মান্তিক! নৈত ডুব যােৱা শিশুৰ প্ৰাণৰক্ষা কৰিবলৈ গৈ কৰুণ মৃত্যু মেনকাৰ, দুয়ােৰে মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক। এক কৰুণ ঘটনা। নৈত গা ধুবলৈ গৈ পানীত ডুব যােৱা এটি ৯ বছৰীয়া ছােৱালীৰ প্ৰাণৰক্ষা কৰিবলৈ গৈ নিজেও মৃত্যুক আঁকােৱালি ল’লে এগৰাকী ১৪ বছৰীয়া কিশােৰীয়ে। এই শােকাৱহ ঘটনা সংঘটিত হ’ল ধেমাজী জিলাৰ মাছখােৱাৰ লাইপুলীয়া নদীত। যােৱা ৮ আগষ্টত নৈত সলিল সমাধি ঘটা দুয়ােগৰাকী শিশু- কিশােৰীৰ মৃতদেহ মংগলবাৰে উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী আৰু … Read more

মৰ্মান্তিক! পথাৰত ভূঁই ৰুই ঘৰলৈ ওভতাৰ পথত বজ্রাঘাতত প্ৰাণ গ’ল ২੦ বছৰীয়া যুৱতীৰ

নিউজ ডেস্ক। এক কৰুণ ঘটনা। পথাৰত কৃষিকৰ্ম সম্পাদন কৰি ঘৰলৈ ওভতাৰ পথত বজ্ৰপাতত মৃত্যু ঘটিল এগৰাকী ২੦ বছৰীয়া যুৱতীৰ। এই শােকাৱহ ঘটনাৰ স্থান গোৱালপাৰা জিলাৰ ধনুভাঙা। জানিব পৰা মতে, ধূপধৰা থানাৰ অন্তৰ্গত ধনুভাঙাৰ মাদাং গাঁৱত পথাৰৰ পৰা ভূই ৰুই ঘৰলৈ উভতি গৈ থকা অৱস্থাত সংগীতা ৰাভা (২০) নামৰ যুৱতীগৰাকী বজ্ৰাঘাতৰ ফলত কৰুণ মৃত্যুক আঁকােৱালি লয়। … Read more

তৎপৰ প্ৰশাসন! মুকলি স্থানত বিদ্যালয়ৰ প্রাতঃসভা বন্ধৰ নিৰ্দেশ

নিউজ ডেস্ক। উৎকট গৰমৰ মাজতে বিদ্যালয়ৰ প্ৰাৰ্থনা সভাত প্ৰখৰ ৰ’দত প্ৰায় এঘন্টা সময় থিয় হৈ থকাৰ পিছত অসুস্থ হৈ গুৱাহাটী মহানগৰীৰ ব্যক্তিগত খণ্ডৰ এখন বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰীৰ মৃত্যুৰ ঘটনাৰ পিছতে তৎপৰ হৈ পৰিছে মহানগৰ জিলা প্ৰশাসন। এই ঘটনাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী মহানগৰীৰ সকলো চৰকাৰী, প্ৰাদেশীকৃত আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পুৱাৰ সমূহীয়া প্ৰাৰ্থনা মুকলি ঠাইত বন্ধ … Read more