সম্পত্তি,পত্নী, বিবাহ বিচ্ছেদ! সংবাদমেলৰ জৰিয়তে এই স্পষ্টীকৰণ দিলে সাংবাদিক নিতুমণি শইকীয়াই…
নিউজ ডেস্ক। অসমৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক নিতুমণি শইকীয়াৰ ব্যক্তিগত জীৱনৰ ঘটনাৰাজিৰ সন্দৰ্ভত সামাজিক মাধ্যমত শেহতীয়াকৈ অব্যাহত আছে বিতৰ্ক। বিশেষকৈ সাংবাদিকগৰাকীৰ পত্নীয়ে বিবাহ বিচ্ছেদ বিচাৰি পাৰিবাৰিক আদালতৰ দ্বাৰস্থ হােৱাৰ লগতে এই বিষয়ে মুকলিকৈ সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰাৰ পিছতে অধিক চৰ্চা লাভ কৰিছে দম্পতীৰ ব্যক্তিগত জীৱনৰ বিষয়টাে। এই সন্দৰ্ভত বৃহস্পতিবাৰে এক সংবাদ মেলৰ জৰিয়তে প্ৰতিক্ৰিয়া প্ৰকাশ … Read more