ক’ভিড-১৯ত আক্ৰান্ত হৈ প্ৰাণ গ’ল এগৰাকী তবলা বাদকৰ
নিউজ ডেস্ক। ৰাজ্যত অব্যাহত আছে ক’ভিড-১৯ৰ সংহাৰ। সৰ্থেবাৰীত ক’ভিড-১৯ত আক্ৰান্ত হৈ প্ৰাণ গ’ল এগৰাকী তবলা বাদকৰ। সৰ্থেবাৰী বাপুজী নগৰ নিবাসী জনপ্ৰিয় তবলা বাদক হীৰেণ চৌধুৰী ক’ভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু ঘটে। সমগ্ৰ সৰ্থেবাৰী বাসীৰ বাবেই পৰিচিত হীৰেণ চৌধুৰী নিজে এজন ভাল তবলা বাদক হোৱাৰ লগতে নিজ কন্যা যুক্তাশ্ৰীক এগৰাকী ভাল শিল্পী হিচাপে গঢ় দিয়াত সফল হৈছিল। … Read more