উৎকােচ লওঁতে ভিজিলেঞ্চৰ জালত পৰিল মহিলা কৃষি উন্নয়ন বিষয়া জ্যােতিৰেখা দাস
নিউজ ডেস্ক। প্ৰকৃততে কি চলিছে ৰাজ্যৰ কৃষি বিভাগত? কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰ লাভৰ বাবে মুকলিকৈ উৎকােচ দাবী কৰিছে কৃষি বিভাগৰ একাংশ বিষয়া-কৰ্মচাৰী তথা মধ্যভােগী চক্ৰই। এই কথা পুনৰবাৰ প্ৰমাণিত হ’ল দৰং জিলাৰ খাৰুপেটীয়াত। হিতাধিকাৰীৰ পৰা আঁচনিৰ নাম উৎকােচ দাবী কৰি গ্ৰেপ্তাৰ হ’ল এগৰাকী মহিলা কৃষি উন্নয়ন বিষয়া। দুৰ্নীতি নিবাৰক শাখাই উৎকোচ লোৱাৰ সময়তে … Read more