শোকাবহ! নৱবৰ্ষৰ প্ৰাকক্ষণত বন্ধুৰ সৈতে বনভোজ খাবলৈ গৈ হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱালে শিক্ষক নিপুল বৰদলৈয়ে…

নিউজ ডেস্কঃ নৱবৰ্ষৰ প্ৰাকক্ষণ উদযাপন কৰিবলৈ গৈ কৰুণ মৃত্যু এজন যুৱকৰ। বনভোজ খাবলৈ গৈ বন্যহস্তীৰ আক্ৰমণত মৃত্যু যুৱকজনৰ। এই শোকাবহ ঘটনা সংঘটিত হৈছে নগাঁও জিলাৰ ৰহাৰ আমচৈ শিৱকুণ্ডত। জানিব পৰা মতে, বন্ধুৰ সৈতে আমচৈলৈ বনভোজ খাবলৈ গৈছিল ৰহাৰ নামগাঁৱৰ যুৱক নিপুল বৰদলৈয়ে। আমচৈ বৰগাঁও পথৰ কাষত বনভোজৰ আনন্দত মতলীয়া হৈ থাকোতেই সেই স্থানত উপস্থিত হোৱা … Read more

শোকাবহ! ভুল দিশেৰে অহা তীব্ৰবেগী ট্ৰেভেলাৰে মহটিয়াই নিলে বাইক আৰোহীক, সুদক্ষ ঢোলবাদকসহ ২ ছাত্ৰৰ মৃত্যু

নিউজ ডেস্কঃ ধেমাজি জিলাৰ চিলাপথাৰত মৰ্মান্তিক দুৰ্ঘটনা। তীব্ৰেবেগী ট্ৰেভেলাৰৰ খুন্দাত মৃত্যু দুজনকৈ ছাত্ৰৰ। বাইকেৰে গৈ থকা সময়তে ভুল দিশেৰে অহা ট্ৰেভেলাৰে খুন্দা মাৰে ছাত্ৰ দুজনক। দুৰ্ঘটনাত থিতাতে নিহত দুয়োজন ছাত্ৰৰ। শনিবাৰে সন্ধিয়া চিলাপথাৰৰ দাম্বুকত সংঘটিত হয় শোকাবহ দুৰ্ঘটনা। নিহত ছাত্ৰ দুজন বৰবৰুৱা থানাৰ অন্তৰ্গত বৰদৈ বাম গাঁৱৰ কৃষক বেদকান্ত বৰুৱাৰ একমাত্ৰ পুত্ৰ সাৰঙ্গ বৰুৱা আৰু … Read more

শোকাবহ! নিশাৰ খাদ্য গ্ৰহণৰ পিছতে হঠাৎ অসুস্থ হৈ আকস্মিক মৃত্যু ৱাৰ্ড মেম্বাৰ কমলিকা ডেকাৰ…

নিউজ ডেস্কঃ নিশাৰ আহাৰ গ্ৰহণৰ পিছতে হঠাৎ অসুস্থ হৈ আকস্মিক মৃত্যু এগৰাকী মহিলা ৱাৰ্ড মেম্বাৰৰ। বৃহস্পতিবাৰে নিশা খাদ্য গ্ৰহণৰ পিছতে অসু্স্থ হৈ মৃত্যু ঘটে সৰ্থেবাৰী পৌৰসভাৰ ৱাৰ্ড মেম্বাৰ কমলিকা ডেকাৰ। জানিব পৰা মতে, সৰ্থেবাৰীৰ তামুলীচুপাৰ ৫নং ৱাৰ্ডৰ সদস্য আছিল কমলিকা ডেকা। পৌৰসভাৰ সদস্যাগৰাকীৰ এই আকস্মিক মৃত্যুৱে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।

ভাল খবৰ! লোক-কৃষ্টিৰ সাধক একলব্য গামলৈ আছুৰ ২০২২ বৰ্ষৰ প্ৰতিমা বৰুৱা পাণ্ডে বঁটা ঘোষণা…

নিউজ ডেস্কঃ লোক কৃষ্টিৰ সাধক একলব্য গামলৈ ২০২২ বৰ্ষৰ প্ৰতিমা বৰুৱা পাণ্ডে বঁটা। বৃহস্পতিবাৰে সদৌ অসম ছাত্ৰ সন্থাই ঘোষণা কৰিছে এই বঁটা। উল্লেখ্য যে, লোকশিল্পী প্ৰতিমা বৰুৱা পাণ্ডেৰ স্মৰণত আছুৱে প্ৰতি বছৰে প্ৰদান কৰি আহিছে এই বঁটা। এইবাৰ প্ৰতিমা বৰুৱা পাণ্ডে বঁটা ঘোষণা কৰা হৈছে লোক-কৃষ্টিৰ সাধক একলব্য গামলৈ। ২৭ ডিচেম্বৰত প্ৰতিমা বৰুৱা পাণ্ডেৰ মৃত্যু … Read more

স্বামীসহ দুৰ্ঘটনাত পতিত বৰষাৰাণী বিষয়া! কেনে আছে অভিনেত্ৰীগৰাকী…

নিউজ ডেস্কঃ অনুষ্ঠানৰ পৰা উভতি অহাৰ পথতে নিশা দুৰ্ঘটনাত পতিত অভিনেত্ৰী বৰষাৰাণী বিষয়া আৰু স্বামী ভাস্কৰ বৰুৱা। চৰাইদেউ জিলাৰ টেঙাপুখুৰীত সংঘটিত হয় এই দুৰ্ঘটনা। সাপেখাতীৰ এক অনুষ্ঠানত অংশ লৈ নিশা প্ৰায় ১০ বজাত যোৰহাটৰ ঘৰলৈ স্বামীসহ উভতিছিল অভিনেত্ৰীগৰাকীয়ে। কিন্তু টেঙাপুখুৰীত এখন অল্ট’ বাহনৰ সৈতে সংঘৰ্ষ ঘটে তেওঁলোকৰ বাহনখনৰ। এই দুৰ্ঘটনাত বৰষা আৰু তেওঁৰ স্বামী আঘাতপ্ৰাপ্ত … Read more

আজৱ কাণ্ড! হাস্পতালত মৃত্যু মহিলাৰ, পৰিয়ালক চমজাই দিয়া হ’ল পুৰুষৰ মৃতদেহ, সৎকাৰ কৰিবলৈ লওতেই লাগিল হাহাকাৰ…

নিউজ ডেস্কঃ হাস্পতালত মৃত্যু হ’ল মহিলাৰ। কিন্তু ঘৰত সৎকাৰৰ বাবে চিতাৰ ওপৰত তোলাৰ সময়তে চকু থৰ লাগিল পৰিয়ালৰ লগতে উপস্থিত সকলোৰে। মহিলা বুলি এজন পুৰুষৰ মৃতদেহ মহিলাগৰাকীৰ পৰিয়ালক চমজাই দিলে হাস্পতাল কৰ্তৃপক্ষই। এই আজৱ কাণ্ড সংঘটিত হৈছে উত্তৰ গুৱাহাটীৰ জিএনআৰচি হাস্পতালত। মহিলাৰ মৃতদেহ বুলি পুৰুষৰ মৃতদেহ পৰিয়ালক চমজাই দিয়াৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। জানিব … Read more

অঘটন! পাহাৰৰ পৰা বশিষ্ঠ নৈত বাগৰিল বনভােজ দলৰ বাহন, বিবাহিত যুৱকৰ মৃত্যু

নিউজ ডেস্ক। শীতৰ আগমনৰ লগে লগে প্ৰাণ পাই উঠিছে ৰাজ্যৰ বিভিন্ন বনভােজ স্থলীসমূহ। তাৰ মাজতে সংঘটিত হৈছে বহু অনাকাংক্ষিত ঘটনাও। তেনে এক দুৰ্ঘটনা সংঘটিত হ’ল গুৱাহাটী মহানগৰীৰ বশিষ্ঠ মন্দিৰৰ সমীপত। জানিব পৰা মতে, বনভােজ সমাপ্ত কৰি ওভতি অহাৰ পথত পাহাৰৰ ওপৰৰ পৰা বিশিষ্ঠ নৈত বাগৰি পৰে বনভোজ দলৰ এখন চাৰিচকীয়া বাহন। বাহনখনৰ পঞ্জীয়ন নম্বৰ এ … Read more

মৰ্মান্তিক! ঘৰলৈ ওভতাৰ আগদিনা দুৰ্ঘটনাত পতিত হৈ মৃত্যু বহিঃৰাজ্যত অধ্যয়নৰত অসমৰ পুনমৰ…

নিউজ ডেস্কঃ পিছদিনা ঘৰলৈ ওভতাৰ কথা। তাৰ পূৰ্বে আগদিনা বজাৰ কৰিবলৈ গৈ বহিঃৰাজ্যত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাবলগীয়া হ’ল অসমৰ পুনমে। বাংগালুৰুৰ শ্ৰীকৃষ্ণ ইনষ্টিটিউট অৱ টেকন’লজীত বি টেক্ অধ্যয়ন কৰি থকা পুনম দাস নামৰ ছাত্ৰীগৰাকীয়ে শুকুৰবাৰে বিমানযোগে ঘৰলৈ অহাৰ কথা আছিল। যাৰ বাবে তেওঁ বৃহস্পতিবাৰে দুই-এপদ সামগ্ৰী ক্ৰয় কৰিবলৈ বজাৰলৈ ওলাই গৈছিল। কিন্তু তেতিয়াই এখন তীব্ৰবেগী … Read more

মৰ্মান্তিক! কলেজলৈ যােৱাৰ পথত ট্ৰেক্টৰে মহটিয়াই নিলে মেধাবী ছাত্ৰীক, থিতাতে মৃত্যু

নিউজ ডেস্ক। এক ভয়ংকৰ পথ দুৰ্ঘটনা। অকালতে প্ৰাণ গ’ল এগৰাকী মেধাবী ছাত্ৰীৰ। লখিমপুৰত সংঘটিত হৈছে এই শোকাৱহ পথ দুৰ্ঘটনা। ট্ৰেক্টৰৰ খুন্দাত থিতাতে প্ৰাণ গ’ল লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ পঞ্চম ষান্মাসিকৰ ছাত্ৰী লুকুমণি সোণোৱালৰ। দুৰ্ঘটনাটো সংঘটিত হৈছে লখিমপুৰৰ চুতীয়াকাৰিত। জানিব পৰামতে, লুকুমণি নামৰ ছাত্ৰীগৰাকীয়ে ৰাতিপুৱা মহাবিদ্যালয়লৈ গৈ থকা অৱস্থাত এখন তীব্ৰবেগী ট্ৰেক্টৰে মহতিয়াই নিয়ে। ফলত দুৰ্ঘটনাস্থলীতে নিহত … Read more

মৰ্মান্তিক! কৰ্তব্যস্থলীৰ পৰা ঘৰলৈ ওভতাৰ পথত ৰে’লৰ পৰা পিছলি অধ্যাপিকাৰ মৃত্যু

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা। কৰ্তব্যস্থলীৰ পৰা ৰে’লত উঠি ঘৰলৈ ওভতাৰ সময়তে দুৰ্ভাগ্যক্ৰমে ৰে’লৰ পৰা নমাৰ সময়ত পিছলি কৰুণ মৃত্যু ঘটিল এগৰাকী অধ্যাপিকাৰ। দুৰ্ভগীয়া অধ্যাপিকাগৰাকীৰ নাম ডঃ সঞ্জিতা সিন্হা। বয়স ৫੦ বছৰ। এই ঘটনাৰ স্থান গুৱাহাটীৰ নাৰেংগী ৰেল ষ্টেচন। জানিব পৰা মতে, বৃহস্পতিবাৰে বিয়লিৰ ভাগতনগাঁও-গুৱাহাটী অভিমুখী নামনিমুৱা কলংপাৰ পেছেঞ্জাৰ ৰে’লগাড়ীৰ পৰা নামিবলৈ লোৱাৰ সময়তে সংঘটিত … Read more