Category: ASSAM

May 10, 2021 0

আলফা(স্বাঃ)ক শান্তি আলোচনালৈ ঘূৰি আহিবলৈ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ…

By NEWS DESK

শপত গ্ৰহণৰ পিছতেই প্ৰথমখন সংবাদমেল সম্বোধন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কলাক্ষেত্ৰত সংবাদমেল সম্বোধন মুখ্যমন্ত্ৰীগৰাকীৰ। সংবাদমেলত আলফা(স্বাঃ)ক শান্তি আলোচনালৈ ঘূৰি আহিবলৈ…

May 10, 2021 0

কেবিনেট মন্ত্ৰী ৰূপে শপত ল’লে অতুল বৰা, ইউ জি ব্ৰহ্ম, পৰিমল শুক্লবৈদ্যসহ ১৩ বিধায়কে…

By NEWS DESK

হিমন্ত বিশ্ব শৰ্মাৰ পিছতে কেবিনেট মন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিলে কেইবাগৰাকীও বিধায়কে। হিমন্ত বিশ্ব শৰ্মা আৰু ৰঞ্জিত দাসৰ পিছতে শপত…

May 10, 2021 0

আজি ৰাজ্যৰ ১৫ সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব ড০ হিমন্ত বিশ্ব শৰ্মাই…

By NEWS DESK

বহু উৎকণ্ঠাৰ অন্ত পেলাই দেওবাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয় অসমৰ মুখ্যমন্ত্ৰীৰ নাম। নিৰ্বাচন ফলাফল ঘোষণাৰ এটা সপ্তাহৰ পিছত হিমন্ত বিশ্ব…

May 9, 2021 0

সদ্যপ্ৰাক্তন মুখ্যমন্ত্ৰীৰ সামাজিক মাধ্যমতাে সলনি হ’ল পৰিচয়…

By NEWS DESK

নিউজ ডেস্ক। অৱশেষত সকলাে জল্পনা-কল্পনাৰ অন্ত পেলাই অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ৰূপে বিজেপিৰ বিধায়িনী দলে নিৰ্বাচিত কৰিলে ডঃ হিমন্ত বিশ্ব শৰ্মাক।…

May 8, 2021 0

দ্ৰুত গতিত বাঢ়িছে ক’ভিড-১৯ত আক্ৰান্তৰ সংখ্যা, পুনৰ প্ৰাণ হেৰুৱালে ৫੦ জন লােকে

By NEWS DESK

নিউজ ডেস্ক। ৰাজ্যত ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণৰ ভয়াৱহতা বৃদ্ধিৰ মাজতে শনিবাৰে পুনৰ ৰাজ্যজুৰি আক্ৰান্ত হ’ল ৫ সহস্ৰাধিক লােক। বিগত ২৪ ঘন্টাত ৰাজ্যজুৰি…

May 7, 2021 0

কােন হ’ব মুখ্যমন্ত্ৰী? বিশেষ বিমানেৰে একেলগে নতুন দিল্লীলৈ উৰা মাৰিলে সৰ্বানন্দ-হিমন্ত বিশ্বই

By NEWS DESK

নিউজ ডেস্ক। কোন হ’ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী? যােৱা ২ মে’ত অসম বিধানসভা নিৰ্বাচনৰ ফলাফল ঘােষণাৰ পাছতাে এই পৰ্যন্ত অসমৰ মুখ্যমন্ত্ৰীত্বক…

May 7, 2021 0

ৰাজ্যত এদিনতে আক্ৰান্ত ৫ সহস্ৰাধিক, ক’ভিড-১৯ত প্ৰাণ হেৰুৱালে ৪৭ জন লােকে

By NEWS DESK

নিউজ ডেস্ক। ৰাজ্যত ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণৰ ভয়াৱহতা বৃদ্ধিৰ মাজতে শুকুৰবাৰে ৰাজ্যজুৰি আক্ৰান্ত হ’ল ৫ সহস্ৰাধিক লােক। বিগত ২৪ ঘন্টাত ৰাজ্যজুৰি ক’ভিডত…

May 7, 2021 0

ক’ভিডত আক্ৰান্ত হৈ ৰাজ্যত পুনৰ সাংবাদিকৰ মৃত্যু

By NEWS DESK

নিউজ ডেস্ক। ৰাজ্যবাসীৰ বাবে নিতৌ বেয়া খবৰ কঢ়িয়াইছে ক’ভিড-১৯ ভাইৰাছৰ দ্বিতীয়টাে ঢৌৱে। ৰাজ্যৰ সাংস্কৃতিক জগতৰ লগতে সংবাদ জগততাে শােকৰ সৃষ্টি…

May 7, 2021 0

ক’ৰোনাক জয় কৰি ঘৰলৈ উভতিল বিশিষ্ট চিন্তাবিদ, সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাঞি

By NEWS DESK

নিউজ ডেস্ক। ৰাজ্যত ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণে জটিল ৰূপ ধাৰণ কৰাৰ সময়তে এক ভাল খবৰ। ক’ভিডক পৰাস্ত কৰি চিকিৎসালয়ৰ পৰা ঘৰলৈ…