আলফা(স্বাঃ)ক শান্তি আলোচনালৈ ঘূৰি আহিবলৈ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ…

শপত গ্ৰহণৰ পিছতেই প্ৰথমখন সংবাদমেল সম্বোধন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কলাক্ষেত্ৰত সংবাদমেল সম্বোধন মুখ্যমন্ত্ৰীগৰাকীৰ। সংবাদমেলত আলফা(স্বাঃ)ক শান্তি আলোচনালৈ ঘূৰি আহিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰেশ বৰুৱাক মূল সূতিলৈ ঘূৰি আহিবলৈও আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে। আলাপ আলোচনাৰ মাজেৰে জনজাতীকৰণৰ সমস্যা সমাধান কৰা হ’ব বুলিও মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়- ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণেই হ’ব চৰকাৰৰ প্ৰথম … Read more

কেবিনেট মন্ত্ৰী ৰূপে শপত ল’লে অতুল বৰা, ইউ জি ব্ৰহ্ম, পৰিমল শুক্লবৈদ্যসহ ১৩ বিধায়কে…

হিমন্ত বিশ্ব শৰ্মাৰ পিছতে কেবিনেট মন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিলে কেইবাগৰাকীও বিধায়কে। হিমন্ত বিশ্ব শৰ্মা আৰু ৰঞ্জিত দাসৰ পিছতে শপত ল’লে অতুল বৰাই। বৰাৰ পিছতে শপত লয় ইউ জি ব্ৰহ্মই। শৰ্মাৰ মন্ত্ৰী সভাত ইউপিপিএলৰ একমাত্ৰ প্ৰতিনিধি ব্ৰহ্ম। বড়ো ভাষাত শপত লয় ব্ৰহ্মই। অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মন্তইও শপত গ্ৰহণ কৰে। ইপিনে বৰাকৰ একমাত্ৰ প্ৰতিনিধি হিচাপে … Read more

মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিলে ড০ হিমন্ত বিশ্ব শৰ্মাই…

ৰাজ্যৰ ১৫ সংখ্যক মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিলে ড০ হিমন্ত বিশ্ব শৰ্মাই। ১২.০৫ বজাত শপত গ্ৰহন কৰে কৰে শৰ্মাই। তেওঁৰ লগতে ১৩ সতীৰ্থ মন্ত্ৰীয়ে লয় শপত। ৰাজ্যপাল অধ্যপক জগদীশ মুখীয়ে শপত বাক্য পাঠ কৰায়। হিমন্ত বিশ্ব শৰ্মাৰ পিছতে শপত গ্ৰহন কৰে ৰঞ্জিত কুমাৰ দাসে। কেবিনেট মন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰে দাসে। পাটাছাৰকুছিৰ পৰা নিৰ্বাচিত হৈ … Read more

আজি ৰাজ্যৰ ১৫ সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব ড০ হিমন্ত বিশ্ব শৰ্মাই…

বহু উৎকণ্ঠাৰ অন্ত পেলাই দেওবাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয় অসমৰ মুখ্যমন্ত্ৰীৰ নাম। নিৰ্বাচন ফলাফল ঘোষণাৰ এটা সপ্তাহৰ পিছত হিমন্ত বিশ্ব শৰ্মাৰ নাম মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰা হয়। ড০ শৰ্মা হব ৰাজ্যৰ ১৫ সংখ্যক তথা ২১তম মুখ্যমন্ত্ৰী। আজি কলাক্ষেত্ৰত ১২ বজাত এক সভাত শপত গ্ৰহণ কৰিব শৰ্মাই। ইতিমধ্যেই সজাই পৰাই তোলা হৈছে কলাক্ষেত্ৰৰ বাকৰি। আজিৰ এই … Read more

সদ্যপ্ৰাক্তন মুখ্যমন্ত্ৰীৰ সামাজিক মাধ্যমতাে সলনি হ’ল পৰিচয়…

নিউজ ডেস্ক। অৱশেষত সকলাে জল্পনা-কল্পনাৰ অন্ত পেলাই অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ৰূপে বিজেপিৰ বিধায়িনী দলে নিৰ্বাচিত কৰিলে ডঃ হিমন্ত বিশ্ব শৰ্মাক। বিজেপিৰ বিধায়িনী দলৰ বৈঠকৰ কেইটামান মূহূৰ্তৰ পূৰ্বে ৰাজ্যপাল পােঃ জগদীশ মুখীক সাক্ষাৎ কৰি সােণােৱালে অৰ্পণ কৰিলে নিজৰ পদত্যাগ পত্ৰ। ইয়াৰ পাছতে টুইট কৰি সৰ্বানন্দ সােণােৱালে কয় ”অসম বিজেপিৰ বিধায়িনী দলৰ সভাপতি হিচাপে নিৰ্বাচিত হােৱা বাবে … Read more

দ্ৰুত গতিত বাঢ়িছে ক’ভিড-১৯ত আক্ৰান্তৰ সংখ্যা, পুনৰ প্ৰাণ হেৰুৱালে ৫੦ জন লােকে

নিউজ ডেস্ক। ৰাজ্যত ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণৰ ভয়াৱহতা বৃদ্ধিৰ মাজতে শনিবাৰে পুনৰ ৰাজ্যজুৰি আক্ৰান্ত হ’ল ৫ সহস্ৰাধিক লােক। বিগত ২৪ ঘন্টাত ৰাজ্যজুৰি ক’ভিডত প্ৰাণ গ’ল ৫੦ জনৰ। উল্লেখ্য যে শুকুৰবাৰে ৰাজ্যজুৰি ক’ভিডৰ সংক্ৰমণত সৰ্বাধিক ৪৭ জন লােকে প্ৰাণ হেৰুৱাইছিল। এই সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত প্ৰকাশ কৰা অনুসৰি, দিনটােত নতুনকৈ ৫,৭৫৬ জন লােক নতুনকৈ ক’ভিডত … Read more

কােন হ’ব মুখ্যমন্ত্ৰী? বিশেষ বিমানেৰে একেলগে নতুন দিল্লীলৈ উৰা মাৰিলে সৰ্বানন্দ-হিমন্ত বিশ্বই

নিউজ ডেস্ক। কোন হ’ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী? যােৱা ২ মে’ত অসম বিধানসভা নিৰ্বাচনৰ ফলাফল ঘােষণাৰ পাছতাে এই পৰ্যন্ত অসমৰ মুখ্যমন্ত্ৰীত্বক লৈ স্থিতি স্পষ্ট হােৱা নাই। কিন্তু শেহতীয়াকৈ পােহৰলৈ অহা তথ্য অনুসৰি, শনিবাৰে নতুন দিল্লীত কেন্দ্ৰীয় নেতৃত্বই ঘােষণা কৰিব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম। জানিব পৰা মতে, এই উদ্দেশ্যৰেই সৰ্বানন্দ সোনোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাক দিল্লীলৈ জৰুৰী … Read more

ৰাজ্যত এদিনতে আক্ৰান্ত ৫ সহস্ৰাধিক, ক’ভিড-১৯ত প্ৰাণ হেৰুৱালে ৪৭ জন লােকে

নিউজ ডেস্ক। ৰাজ্যত ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণৰ ভয়াৱহতা বৃদ্ধিৰ মাজতে শুকুৰবাৰে ৰাজ্যজুৰি আক্ৰান্ত হ’ল ৫ সহস্ৰাধিক লােক। বিগত ২৪ ঘন্টাত ৰাজ্যজুৰি ক’ভিডত প্ৰাণ গ’ল ৪৭ জনকৈ লােকৰ। উল্লেখ্য যে বুধবাৰে ৰাজ্যজুৰি ক’ভিডৰ সংক্ৰমণত সৰ্বাধিক ৪৬ জন লােকে প্ৰাণ হেৰুৱাইছিল। এই সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত প্ৰকাশ কৰা অনুসৰি, দিনটােত নতুনকৈ ৫,৬২৬ জন লােক নতুনকৈ ক’ভিডত … Read more

ক’ভিডত আক্ৰান্ত হৈ ৰাজ্যত পুনৰ সাংবাদিকৰ মৃত্যু

নিউজ ডেস্ক। ৰাজ্যবাসীৰ বাবে নিতৌ বেয়া খবৰ কঢ়িয়াইছে ক’ভিড-১৯ ভাইৰাছৰ দ্বিতীয়টাে ঢৌৱে। ৰাজ্যৰ সাংস্কৃতিক জগতৰ লগতে সংবাদ জগততাে শােকৰ সৃষ্টি কৰিছে ক’ভিডে। ক’ভিড-১৯ৰ সংক্ৰমণত ৰাজ্যৰ আন এগৰাকী প্ৰবীণ সাংবাদিকৰ মৃত্যু। ৰাজ্যৰ বিশিষ্ট সাংবাদিক শচীন বৰুৱাৰ দেহাৱসান। জানিব পৰা মতে, শচীন বৰুৱা দ্যা হিন্দুস্তান টাইমছ নামৰ দেশৰ আগশাৰীৰ ইংৰাজী সংবাদ পত্ৰৰ প্ৰাক্তন সাংবাদিক। বিগত কিছুদিন ধৰি … Read more

ক’ৰোনাক জয় কৰি ঘৰলৈ উভতিল বিশিষ্ট চিন্তাবিদ, সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাঞি

নিউজ ডেস্ক। ৰাজ্যত ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণে জটিল ৰূপ ধাৰণ কৰাৰ সময়তে এক ভাল খবৰ। ক’ভিডক পৰাস্ত কৰি চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতিল বিশিষ্ট সাংবাদিক, সাহিত্যিক, চিন্তাবিদ হােমেন বৰগােহাঞি। শুকুৰবাৰে তেওঁৰ ক’ভিডৰ পৰীক্ষাৰ ৰিপ’ৰ্ট নিগেটিভ আহে। ইয়াৰ পাছতে জিএমচিএইছৰ পৰা তেওঁক অব্যাহতি দিয়া। শনিবাৰে তেওঁ চিকিৎসালয়ৰ পৰা স্বগৃহত উপস্থিত হয়। উল্লেখ্য যে যােৱা ২৪ এপ্ৰিলত তেওঁক ক’ভিড … Read more