হৃদয় বিদাৰক! কাবুল বিমানবন্দৰত পৰিত্যক্ত অৱস্থাত ৭ মহীয়া কেঁচুৱাৰ কান্দোন

নিউজ ডেস্ক। সামাজিক মাধ্যমত তালিবানে নিয়ন্ত্ৰণ কৰিবলৈ লোৱাৰ পিছৰে পৰা আফগানিস্তানৰ ৰাজধানীত কেইবাটাও ভয়ংকৰ দৃশ্য দেখিবলৈ পোৱা গৈছে। হাজাৰ হাজাৰ লোকে আহি থকা তালিবানৰ শাসনৰ পৰা মুক্ত হবলৈ পলায়ন কৰিবলৈ চেষ্টা কৰিছে। কাবুল বিমানবন্দৰত এখন টেক্সিং বিমানৰ চাৰিওফালে শ শ লোকক পলায়ন কৰিবলৈ চেষ্টা কৰা এটা ভাইৰেল ভিডিঅ’ দেখা পোৱা গৈছিল। আন এটা ভিডিঅ’ত কাবুল … Read more

কাবুল বিমানবন্দৰত অঘটন, উৰন্ত বিমানৰ পৰা পৰি নিহত দুজন

নিউজ ডেস্ক। সমগ্ৰ আফগানিস্তান বৰ্তমান তালিবানৰ কব্জাত। ৰাষ্ট্ৰপতি আশ্ৰাফ গণি বৰ্তমান সন্ধানহীন। ঠিক দুই দশক পূৰ্বৰ অনুৰূপ পৰিৱেশ ঘূৰি আহিছে আফগানিস্তানলৈ। দেশ এৰি আন নিৰাপদ ঠাইলৈ যাবলৈ দেওবাৰে বিয়লি হাজাৰ হাজাৰ আফগান বাসিন্দাই ভিৰ কৰিছেহি কাবুল বিমানবন্দৰত। কলৈ যাব, কেনেকৈ যাব একোৱেই নাজানে তেওঁলোকে। কিন্তু তেওঁলোকৰ উদ্দেশ্য মাত্ৰ নিৰাপদ ঠাইলৈ যোৱা। সোমবাৰে কাবুল বিমানবন্দৰত মাৰ্কিন … Read more

পুৰুষৰ জেভলিন থ্ৰ’ ৰেংকিঙত বিশ্বৰ দ্বিতীয় স্থানলৈ উন্নীত নীৰজ চোপ্ৰা

নিউজ ডেস্ক। নীৰজ চোপ্ৰাৰ ৰেকৰ্ড। টকিঅ’ অলিম্পিকত স্বৰ্ণ বিজয়ী কৃতিত্বৰ পিছত নীৰজ চোপ্ৰাই শেহতীয়াকৈ পুৰুষৰ জেভলিন থ্ৰ’ ৰেংকিঙত বিশ্বৰ দ্বিতীয় স্থানত উপনীত হৈছে। এয়া হৈছে ২৩ বছৰীয়া নীৰজ চোপ্ৰাৰ কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ ৰেংকিং। গ্ৰীষ্মকালীন ক্ৰীড়াৰ পূৰ্বে ভাৰতীয় খেলুৱৈগৰাকী বিশ্বৰ ১৬ নম্বৰ স্থানত আছিল। উল্লেখ্য যে নীৰজ চোপ্ৰাই টকিঅ’ অলিম্পিক ২০২০ ত স্বাধীন ভাৰতৰ প্ৰথম ট্ৰেক এণ্ড … Read more

১৮੦ খন আসন থকা বিমানত বিনামূলীয়াকৈ আৰবলৈ যাত্ৰা ৩ প্ৰবাসী ভাৰতীয়ৰ

নিউজ ডেস্ক। আপুনি বিমানত কৰবালৈ গ’লে নিশ্চয়কৈ যথেষ্ট ধন খৰচ কৰিব লাগে। কিন্তু এইবাৰ ভাৰতৰ এটা তিনিজনীয়া পৰিয়ালে বিনা পইছাৰে গ’ল বিমানত। তাকো বিদেশলৈ। অৰ্থাৎ আৰবলৈ। যিয়ে হাইদৰাবাদৰ পৰা চাৰজাহলৈ বিমানত গল বিনা পইছাৰে। আৰু বিমানখনত গ’ল মাত্ৰ পৰিয়ালটোৰ তিনিজন সদস্য। যেন সেইখন তেওঁলোকৰ ব্যক্তিগত বিমানহে। এই পৰিয়ালটো হ’ল আৰবৰ ডাঃ ইছমাইল হেলথ কেয়াৰ গ্ৰুপৰ … Read more

টকিঅ’ত স্বৰ্ণজয়ী নিৰজ চােপ্ৰা ভাৰতীয় সেনা বাহিনীৰ চুবেদাৰ

নিউজ ডেস্ক। অৱশেষত টকিঅ’ অলিম্পিকত ভাৰতৰ বাবে স্বৰ্ণ পদক আজুৰি আনিলে এথলিট নিৰজ চােপ্ৰাই। দুৰ্দান্ত প্ৰদৰ্শনেৰে জেভেলিন থ্ৰ’ত সৰ্বশ্ৰেষ্ঠ খেলুৱৈ হিচাপে উপনীত হ’ল নিৰজ চােপ্ৰা। নিৰজৰ এই সাফল্যত গৌৰৱান্বিত দেশবাসী। আনন্দৰ বন্যা বৈছে নিৰজৰ ওপজা ঠাই হাৰয়ানাৰ পানীপতত। এই ফাইনেল খেলৰ বাবে অপেক্ষাৰত আছিল দেশবাসী আৰু দেশবাসীৰ আশা পূৰণ কৰি স্বৰ্ণজয় কৰিলে নিৰজ চােপ্ৰাই। The … Read more

দেশবাসীক গৌৰৱান্বিত কৰি টকিঅ’ত প্ৰথমটাে স্বৰ্ণ পদক জয় নিৰজ চোপ্ৰাৰ

নিউজ ডেস্ক। টকিঅ’ অলিম্পিকত প্ৰথমটাে স্বৰ্ণ পদক জয় ভাৰতৰ। জেভেলিন থ্ৰ’ত দুৰ্দান্ত প্ৰদৰ্শনেৰে শীৰ্ষস্থান দখল নিৰজ চােপ্ৰাৰ। প্ৰথম ৰাউণ্ডত ৮৭.৫৮ মিটাৰ থ্ৰ’ কৰি শীৰ্ষস্থান দখল কৰে নিৰজ চােপ্ৰাই। উল্লেখ্য যে নিৰজ চােপ্ৰাৰ পৰা টকিঅ’ত দেশৰ প্ৰথমটাে স্বৰ্ণ পদকৰ আশা কৰা হৈছিল আৰু চােপ্ৰাই সেই আশা পূৰণ কৰিবলৈ সক্ষম হয়। নিৰজৰ এই সাফল্যৰ পাছতে তেওঁৰ ওপজা … Read more

অলিম্পিকত ৰূপৰ পদক জয় মল্লযোদ্ধা ৰবি দাহিয়াৰ, প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

নিউজ ডেস্ক। টকিঅ’ অলিম্পিকৰ ছেমিফাইনেলত কাজাখস্তানৰ মল্লযোদ্ধাক ধৰাশায়ী কৰি চাঞ্চল্য সৃষ্টি কৰা ভাৰতীয় মল্লযোদ্ধা ৰবি দাহিয়া ব্যৰ্থ হ’ল ফাইনেলত। ৰাছিয়াৰ জৌৰ উগুয়েভে ভাৰতীয় মল্লযোদ্ধা জনক ৭-৪ ব্যৱধানত পৰাস্ত কৰি সোণৰ পদক লাভ কৰে। কিন্তু ২৩ বছৰীয়া ৰবি দাহিয়াই তেওঁৰ প্ৰথম অলিম্পিকত ৰূপৰ পদক জয় কৰি গৌৰৱান্বিত কৰিলে ভাৰতক। বৰ্তমান সামাজিক মাধ্যমত সকলোৱে উচ্চ প্ৰশংসা কৰিছে … Read more

৪১ বছৰৰ অন্তত অলিম্পিকত পদক জয় ভাৰতীয় পুৰুষ হকী দলৰ

নিউজ ডেস্ক। পুৱাই অলিম্পিকৰ পৰা আহি ভাল খবৰ। টকিঅ’ত ভাৰতৰ ইতিহাস ৰচনা। অলিম্পিকত বিৰাট কীৰ্তি মনপ্রীত সিঙৰ ভাৰতীয় হকী দলৰ। ভাৰতীয় পুৰুষ হকী দলৰ অলিম্পিকত ৪ দশকৰ অন্তত পদক জয়। ছেমিফাইনেলত ভাৰতে জাৰ্মানীক ৫-৪ গ’লত পৰাস্ত কৰি লাভ কৰিছে ব্ৰঞ্জৰ পদক। এই খেলখন আছিল যথেষ্ট উত্তেজনাময়। প্ৰথম দুই কোৱাৰ্টাৰত ভাৰতৰ ওপৰত চাপ বজায় ৰাখিছিল জাৰ্মানীয়ে। … Read more

টকিঅ’ত ব্ৰঞ্জ পদক জয়েৰে ইতিহাস গঢ়িলে অসম কন্যা লাভলীনাই

নিউজ ডেস্ক। অলিম্পিকত ব্ৰঞ্জ পদক জয়েৰে ইতিহাস গঢ়িলে অসম কন্যা লাভলীনা বৰগােহাঁইয়ে। বুধবাৰে বিশ্বৰ শীৰ্ষ বক্সাৰ তুৰস্কৰ বুছেনাজ চুৰমেনেলীৰ বিৰুদ্ধে ৬৯ কেজি শাখাত ছেমি ফাইনেলত খেলত অৱতীৰ্ণ হয় লাভলীনা। Lovlina Borgohain adds another to India's bag of medals as she wins a 🥉 in the women's boxing event. She is just 23 years old. Well … Read more

৩ বাংলাদেশী অনুপ্ৰৱেশকাৰীক আটক BSF ৰ

নিউজ ডেস্ক। মেঘালয়ৰ বিএছএফৰ সফলতা। অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা বাংলাদেশী নাগৰিকক আটক কৰিবলৈ সক্ষম হয় বিএছএফে। দেওবাৰে ভাৰতৰ ভূ-খণ্ডত অবৈধভাৱে প্ৰৱেশ কৰা এজন বাংলাদেশী নাগৰিক আটক কৰে বিএছএফে। মেঘালয়ৰ ইষ্ট খাচী পাৰ্বত্য জিলাৰ দুলাইনালা সীমান্ত চকীৰ বিএছএফৰ দলে আটক কৰে অনুপ্ৰবেশকাৰীজনক। On 29 July 2021, alert troops of @BSF_Meghalaya apprehended 02 #Bangladeshi #nationals … Read more