আশ্বৰ্যকৰ! ৮ মাহ ধৰি চলি আছিল এখন ভুৱা থানা, অৱশেষত গ্ৰেপ্তাৰ নকল আৰক্ষী বিষয়া, নকল কনিষ্টবল…
নিউজ ডেস্কঃ ভুৱা আৰক্ষী বিষয়া, কনিষ্টবল, লেডী পুলিচ, দাৰোেগাৰে চলি থকা এখন ভুৱা আৰক্ষী থানাৰ তথ্য পোহৰলৈ অহাৰ পিছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ বিহাৰত। চিনেমাৰ শ্বুটিংস্থলীৰ দৰেই বিগত ৮ মাহ ধৰি চলি থকা এই ভুৱা আৰক্ষী থানাখনৰ ভুৱা আৰক্ষী বিষয়া-কনিষ্টবলে ধন দাবীৰে চলাই আহিছিল এক বৃহৎ বৱসায়। শেহতীয়াকৈ এই থানাখনৰ তথ্য লাভ কৰাৰ পিছতে … Read more