সন্ত্ৰাসবাদীৰ গুলীত শ্বহীদ ‘এক্সেল’ক শেষ বিদায় জনালে ভাৰতীয় সেনাই…
নিউজ ডেস্ক। দেশৰ নিৰাপত্তাৰ খাতিৰত সৰ্বােচ্চ বলিদান দিলে ‘এক্সেল’ নামৰ ৰাষ্ট্ৰীয় ৰাইফলছৰ প্ৰশিক্ষিত কুকুৰটােৱে। উল্লেখ্য যে বিগত সময়ত বহু সন্ত্ৰাসবাদ বিৰােধী অভিযানত সেনাক সহযােগ কৰিছিল এক্সেলে। শেহতীয়াকৈ জম্মু-কাশ্মীৰৰ বাৰামুলা জিলাত নিৰাপত্তাৰক্ষীয়ে চলােৱা সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ সময়তে সন্ত্ৰাসবাদীৰ গুলীত মৃত্যুবৰণ কৰে ভাৰতীয় সেনাৰ ‘এক্সেল’ নামৰ কুকুৰটােৱে। এই সংঘৰ্ষৰ সময়ত এটা সন্ত্ৰাসবাদী নিহত হয় আৰু তিনিজন সুৰক্ষা … Read more