মৰ্মান্তিক! টােলগে’ত পথত ৰৈ থকা গৰুৰ প্ৰাণ বচাবলৈ গৈয়ে ভয়ংকৰ দুৰ্ঘটনাত পতিত এম্বুলেঞ্চ…
নিউজ ডেস্ক। ব্যস্ত ৰাজপথত গৰাকীবিহীন পশুধনৰ বাবে সঘনাই দুৰ্ঘটনা সংঘটিত হৈ আহিছে। এইবাৰ টােলগে’টৰ পথত ৰৈ থকা গৰুৰ বাবে ভয়ংকৰ দুৰ্ঘটনাত পতিত হ’ল এখন তীব্ৰবেগী এম্বুলেঞ্চ। থিতাতে প্ৰাণ হেৰুৱালে ৰােগীসহ ৪ জন লােকে। টােলগে’টত থকা একাধিক চিচিটিভি কেমেৰাত বন্দী হৈছে এই ভয়াৱহ দুৰ্ঘটনাৰ সমগ্ৰ দৃশ্য। এই দুৰ্ঘটনা সংঘটিত হৈছে কৰ্ণাটকৰ উডুপিত। এখন দ্ৰুতবেগী এম্বুলেন্স এখন … Read more