নেতা হ’লগৈ চোৰ, বিধায়ক গুচি হ’লগৈ ডকাইত! ঝাৰখণ্ডৰ স্বাস্থ্য মন্ত্ৰীৰ কবিতাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া
নিউজ ডেস্ক। নিজস্ব কন্ঠশৈলী আৰু স্পষ্টবাদিতাৰ বাবে সততে চৰ্চাত থকা ঝাৰখণ্ডৰ স্বাস্থ্য মন্ত্ৰী বান্না গুপ্তাই আকৌ এবাৰ দখল কৰিছে বাতৰিৰ শিৰোনামা । হোলী প্ৰীতিৰ এক অনুষ্ঠানত তেওঁ কবিতা পাঠ কৰি কয় যে বৰ্তমান সময়ত চোৰ সকলো হৈ পৰিছে নেতা আৰু ডকাইতসকল হৈ পৰিছে বিধায়ক। বান্না গুপ্তা ফেনচ ক্লাবে আয়োজন কৰা কবি সন্মিলন তথা হোলী প্ৰীতি … Read more