সক্ৰিয় ৰাজনীতিত ভৰি দিব চনু সুদে! তুমুল চৰ্চাৰ মাজতে ক’লে এই কথা…

নিউজ ডেস্ক। কোভিড মহামাৰী আৰু লকডাউনৰ সময়ত লাখ লাখ ভাৰতীয়ৰ কাষত থিয় হৈ দেশবাসীৰ হৃদয় জিনিছিল বলিউডৰ অভিনেতা চনু সুদে। কিন্তু এইবাৰ ৰাজনীতিৰ দৌৰত নিজৰ ভাগ্য নিৰ্ণয়ৰ বাবে সাজু হৈছে অভিনেতাগৰাকী। বাতৰি অনুসৰি, অহা ১০ দিনৰ ভিতৰত চনু সুদে তেওঁৰ ৰাজনৈতিক দলৰ নাম ঘোষণা কৰিব। আনহাতে এইবাৰ ৰাজনীতিত তেওঁ নিজেই প্ৰৱেশ কৰাৰো ইংগিত দিছে। সমাগত … Read more

ৰীল নহয়, ৰিয়েল লাইফত অটো চালকৰ ৰূপত বলিউডৰ ডাবাং খান, ভাইৰেল ভিডিঅ’

এজন সাধাৰণ চালকৰ দৰেই ব্যস্ত ৰাজপথত অটো ৰিক্সা চলোৱা দেখা গল বলিউডৰ চুপাৰষ্টাৰ চলমান খানক। হয়, এয়া ৰীল নহয়, ৰিয়েল লাইফতে এনেদৰে অটো ৰিক্সা চলালে ডাবাং খানে। এই দৃশ্য এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। উল্লেখ্য যে, বলিউডৰ অভিনেতাজনৰ ৫৬ সংখ্যক জন্মদিনৰ দুদিন পিছতে মুম্বাইৰ পৰা ৩৫ কিলোমিটাৰ দূৰৰ তেওঁৰ পালভেলৰ ফাৰ্ম হাউছলৈ যোৱাৰ পথত … Read more

অৰ্ধনগ্ন হৈ যুৱকক প্ৰহাৰ DSPৰ, ভাইৰেল ভিডিঅ’ই তুলিছে খলকনি

নিউজ ডেস্ক। বিলাসী বাহনৰ ওপৰত কিয় পৰিব ধূলি? এই কথাতেই খৰ্গহস্ত হৈ এগৰাকী ডিএছপিয়ে অৰ্ধনগ্ন অৱস্থাতে চুবুৰীয়াৰ সৈতে আৰম্ভ কৰিলে খণ্ডযুদ্ধ। চিচি কেমেৰাত বন্দী এই দৃশ্য এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে আৰু নেটিজেন সকলক বেছ আমোদ দিছে। দৰাচলতে এই ঘটনা মধ্যপ্ৰদেশৰ ইন্দোৰৰ। ইন্দোৰৰ কানাদিয়া আৰক্ষী থানাৰ অন্তৰ্গত লক্ষ্য বিহাৰ কলনীত ঘৰ উজ্জয়িনী লোকায়ুক্তৰ ডিএছপি … Read more

যেন ছবিৰ কাহিনী! প্ৰেমিকৰ হাতত নিজ পত্নীক গতাই দিলে ‘হৃদয়বান’ স্বামীয়ে

নিউজ ডেস্ক। ১৯৯৯ চনত মুক্তি লাভ কৰিছিল এখন হিন্দী ছবিয়ে। প্ৰেম আৰু ত্যাগৰ এক অনন্য কাহিনীৰে চিত্ৰিত ছবিখনৰ নাম আছিল ‘হাম দি দে চুকে চনম’। ছবিখনত এজন দুৰ্ঘোৰ প্ৰেমিকৰ চৰিত্ৰত অভিনয় কৰিছিল চলমান খানে। কিন্তু অগাধ ভালপোৱা থকা স্বত্বেও পৰিয়ালৰ বাধ্যত প্ৰেয়সী ঐশ্বৰ্য্য ৰায়ে বিবাহত বহিছিল অজয় দেৱগনৰ। কিন্তু যেতিয়া স্বামীৰূপে অজয় দেৱগণে দুয়োৰে প্ৰেম … Read more

‘ধন কুবেৰ’ ব্যৱসায়ী পীযুষ জৈনৰ একাধিক ঠিকনাৰ পৰা জব্দ নগদ ২৮৪ কোটি টকা, গ্ৰেপ্তাৰ

নিউজ ডেস্ক। আতৰ ব্যৱসায়ী পীযুষ জৈনৰ বাসগৃহৰ পৰা সোঁত বৈছে নগদ ধনৰ। ঘৰৰ দেৱাল, প্ৰতিটো চুক-কোণৰ পৰা উদ্ধাৰ হৈছে কেৱল টকা আৰু টকা। মজিয়া, দেৱালত নিৰ্মান কৰা গোপন চেল্ফৰ ভিতৰত পৰা উদ্ধাৰ হোৱা কোটি কোটি টকা গণি শেষ কৰিব পৰা নাই আয়কৰ বিভাগেও। কেন্দ্ৰীয় জিএছটি চােৰাংচােৱা আৰু আয়কৰ বিভাগৰ ৩০ জনীয়া বিষয়াৰ দলে অব্যাহত ৰাখিছে … Read more

এদিন পিতৃ-মাতৃয়ে কৰিছিল এলাগী, আজি চৰকাৰী চাকৰিৰে স্বনিৰ্ভৰশীল দুই সংযুক্ত যমজ ভাতৃ

নিউজ ডেস্ক। অমৃতসৰৰ ২ যমজ ভাতৃ চোহনা আৰু মোহনাই লাভ কৰিছে চৰকাৰী চাকৰি। পঞ্জাৱ ষ্টেট পাৱাৰ কৰ্পোৰেচন লিমিটেডত (পিএছপিচিএল) নিযুক্তি লাভ কৰিছে সংযুক্ত শৰীৰৰ যমজ ভাতৃদ্বয়ে। ১৯ বছৰীয়া চোহনা আৰু মোহনাই ইতিমধ্যে যোৱা ২০ ডিচেম্বৰত চাকৰিত যোগদান কৰি সম্পাদন কৰিছে দায়িত্ব। বিদ্যুৎ বিভাগত বৈদ্যুতিক সঁজুলিবোৰ চোৱাচিতা কৰাৰ দায়িত্ব অৰ্পণ কৰা হৈছে তেওঁলোকক। চাকৰি লাভ কৰাৰ … Read more

SI ৰ বাছনি পৰীক্ষাত হাই-টেক্ পদ্ধতিৰে নকল কৰি ধৰা পৰিল পৰীক্ষাৰ্থী, ভাইৰেল ভিডিঅ’

নিউজ ডেস্ক। এটা চৰকাৰী চাকৰিৰ সপোন কাৰ নাথাকে? কিন্তু বৰ্তমান দেশত চৰকাৰী চাকৰিৰ সংখ্যা যিমানেই কমি আহিছে, সিমানেই বৃদ্ধি পাইছে নিবনুৱাৰ সংখ্যা। যাৰ ফলত চতুৰ্থ বৰ্গৰ এটা সাধাৰণ পদৰ বাবেও হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে আবেদন জনাবলৈ বাধ্য হৈছে। শিক্ষা আৰু যোগ্যতাক একাষৰীয়াকৈ থৈ উচ্চ শিক্ষিত সকলেও পিয়ন-চকীদাৰ আদি পদৰ বাবেও প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে। আনহাতে চৰকাৰী চাকৰিৰ … Read more

পেলনীয়া সামগ্ৰীৰে সাজি উলিয়ালে চাৰিচকীয়া বাহন, বিনিময়ত বলেৰ’ বাহন আগবঢ়ালে আনন্দ মহিন্দ্ৰাৰ

নিউজ ডেস্ক। ভগা চিঙা ধাতুৰে মহাৰাষ্ট্ৰৰ এজন ব্যক্তিয়ে নিৰ্মান কৰি উলিয়াইছে এখন চাৰিচকীয়া বাহন। ব্যক্তিজনৰ এই কৰ্মৰ এটা ভিডিঅ’ টুইটাৰত শ্বেয়াৰ কৰিছে মহিন্দ্ৰা গ্ৰুপৰ অধ্যক্ষ আনন্দ মহিন্দ্ৰাই। গাড়ী নিৰ্মাণৰ কোনো আনুষ্ঠানিক শিক্ষা নথকা দত্তাত্ৰয়া লোহাৰ নামৰ ব্যক্তিজনে পেলনীয়া লোহা আৰু অন্য সামগ্ৰীৰে মহিন্দ্ৰা কোম্পানীৰ বলেৰ’ সদৃশ বাহনখন নিৰ্মান কৰি উলিয়ায়। This clearly doesn’t meet with … Read more

আজব ঘটনা! ৰে’লৰ ইঞ্জিনকে বিক্ৰী কৰিলে বিভাগীয় অভিযন্তাই

নিউজ ডেস্ক। ৰে’ল বিভাগৰ এগৰাকী অভিযন্তাই সংঘটিত কৰা এটা কাণ্ডই ব্যাপক চৰ্চা লাভ কৰিছে। নিজৰ ব্যক্তিগত লাভৰ বাবে বিভাগীয় অনুমতি অবিহনেই এই বিষয়াগৰাকীয়ে ‘স্ক্ৰেপ’ বুলি বিক্ৰী কৰি পেলালে এটা ইঞ্জিন। এই ঘটনা সংঘটিত হৈছে বিহাৰৰ পূৰ্ণিয়াত। জানিব পৰা মতে, এটা পুৰণি ভাপ ইঞ্জিন অবৈধভাৱে ‘স্ক্ৰেপ’ হিচাপে বিক্ৰী কৰাৰ বাবে এজন ৰে’ল অভিযন্তাক নিলম্বন কৰা হৈছে। … Read more

আবেগিক মুহূৰ্ত! শ্বহীদ জােৱানৰ ভগ্নীৰ বিয়াত ভাতৃৰ সমস্ত দায়িত্ব পালন সতীৰ্থ জোৱানৰ

নিউজ ডেস্ক। শ্বহীদ সতীৰ্থৰ জােৱানৰ ভগ্নীৰ বিয়াত ভাতৃৰ দায়িত্ব পালন কৰিলে কেইবাজনো চিআৰপিএফ জোৱানে। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এটা ভিডিঅ’ই এতিয়া আবেগিক কৰি তুলিছে সকলোকে। দৰাচলতে উত্তৰ প্ৰদেশৰ ৰায়বৰেলীৰ চিআৰপিএফ জোৱান শৈলেন্দ্ৰ প্ৰতাপ সিং ২০২০ চনৰ অক্টোবৰত কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদী আক্ৰমণত শ্বহীদ হৈছিল। এইগৰাকী শ্বহীদ জোৱানৰে ভগ্নী জ্যোতিৰ বিবাহ সম্পন্ন হয় ২০২১ চনৰ ১৩ … Read more