অলৌকিক! ৪ খন ভৰিসহ জন্ম হ’ল এটি দেৱশিশুৰ, কি ক’লে চিকিৎসকে…

নিউজ ডেস্কঃ ৪ খন ভৰিসহ এটি দেৱশিশুৰ জন্মগ্ৰহণে স্তম্ভিত কৰিছে পৰিয়ালৰ লগতে চিকিৎসককো। মধ্যপ্ৰদেশৰ গোৱালিয়ৰৰ এখন হাস্পতালত জন্মগ্ৰহণ কৰে কন্যা শিশুটিয়ে। চাৰি খন ভৰি লৈ জন্মগ্ৰহণ কৰা কন্যা শিশুটিক এতিয়া অস্ত্ৰোপচাৰৰ জৰিয়তে সুস্থ কৰি তোলাৰ কামত লাগি পৰিছে বিশেষজ্ঞ চিকিৎসক। গোৱালিয়ৰৰ কমলা ৰাজা মহিলা আৰু শিশু ৰোগ বিভাগত আৰতি কুশ্বৱাহা নামৰ এগৰাৰী মহিলাই জন্ম দিয়ে … Read more

লেডী সিংঘম! মেডিকেল কলেজত সংঘটিত ৰেগিং কাণ্ডৰ ৰহস্য উদঘাটন কৰিবলৈ ছাত্ৰীৰ ভেশ লৈ নামভৰ্তি কৰিলে আৰক্ষী কনিষ্টবল শালিনীয়ে

নিউজ ডেস্কঃ ঠিক যেন চিনেমাৰ কাহিনী। কেইবামাহ পূৰ্বে এখন মেডিকেল কলেজত সংঘটিত হৈছিল এক ভয়ংকৰ ৰেগিং কাণ্ড। কিন্তু এই ৰেগিং কাণ্ডৰ তদন্ত চলাবলৈ গৈ তথ্যৰ অভাৱত থমকি ৰ’বলগীয়া হৈছিল আৰক্ষী। যাৰ বাবে কৰায়ত্ত হোৱা নাছিল কোনো অভিযুক্ত। যাৰ বাবে মেডিকেল কলেজখনৰ ৰেগিং কাণ্ডৰ ৰহস্য উদঘাটন কৰিবলৈ নতুন পন্থা হাতত লয় আৰক্ষীয়ে। পৰিকল্পনা অনুসৰিয়েই কলেজখনত ছাত্ৰীৰ … Read more

তালিবানী শাস্তি! ট্ৰাকৰ পৰা ঘেঁহু চুৰি কৰাৰ বাবেই বনেটত বান্ধি থানালৈ লৈ যোৱা হ’ল চোৰক…

নিউজ ডেস্কঃ ট্ৰাকৰ পৰা ঘেঁহুৰ বস্তা চুৰি কৰাৰ অপৰাধত তালিবানী শাস্তি প্ৰদান কৰা হ’ল এজন লোকক। শেহতীয়াকা পঞ্জাৱত সংঘটিত এই ঘটনাৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। জানিব পৰা মতে, পঞ্জাৱৰ মুক্তিছাৰ জিলাত এজন ব্যক্তিয়ে এখন ট্ৰাকৰ পৰা চুৰি কৰিছিল দুই বস্তা ঘেঁহু। কিন্তু চুৰি কৰি ধৰা পৰাৰ পিছতে … Read more

মৰ্মান্তিক! দৰাৰ বাবে অপেক্ষা কৰি থাকোতেই লাভ কৰিলে সেই দুঃসংবাদ, হাতৰ মেহেন্দিলৈ চাই চাই নিশ্চুপ হৈ বহি ৰ’ল কইনা…

নিউজ ডেস্কঃ সম্পূৰ্ণ হৈছিল বিয়াৰ সকলো প্ৰস্তুতি। আটক ধুনীয়াকৈ সজাই তোলা হৈছিল ৰভাতলী। মিতিৰ-কুটুম্বৰে ভৰি পৰিছিল ঘৰ। হাতত মেহেন্দী সানি লাজ আৰু শংকাৰ আকুল হেঁপাহেৰে যুগ্ম জীৱনলৈ অপেক্ষা কৰিছিল কইনাই। কাষতে বহি লৈ তেওঁক জোকাইছিল বান্ধৱীয়ে। ব্যস্ততা বাঢ়িছিল কইনাৰ ভাতৃ-পিতৃ আৰু পৰিয়ালৰ আন সদস্যসকলৰ মাজতো। বিয়ালৈ অহা কোনোজনেই যাতে নোখোৱাকৈ নাযায়, কোনো এটা বস্তুৰে যাতে … Read more

মৰ্মান্তিক! ৮৪ ঘণ্টা ধৰি অভিযান চলিল ৪০০ ফুট দ ব’ৰৱেলত আৱদ্ধ কণমানি তন্ময়ৰ উদ্ধাৰৰ বাবে, তথাপিও নাবাচিল প্ৰাণ…

নিউজ ডেস্কঃ ৮৪ ঘণ্টা ধৰি চলোৱা ধাৰাবাহিক উদ্ধাৰ অভিযানেও জীৱন ঘূৰাই দিব নোৱাৰিলে কণমানি তন্ময়ৰ। পথাৰৰ মাজৰ ৪০০ ফুট দ বৰৱে’লত বিগত ৪ দিন ধৰি আৱদ্ধ হৈ থাকি অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে ৮ বছৰীয়া এটি শিশুৱে। এই শোকাবহ ঘটনাই এতিয়া জোকাৰি গৈছে মধ্যপ্ৰদেশৰ লগতে সমগ্ৰ দেশ! শিশুটিৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে পৰিয়াল। উল্লেখ্য যে, … Read more

শোকাৱহ! কলেজলৈ যােৱাৰ পথত বাছ দুৰ্ঘটনাত প্ৰাণ গ’ল অধ্যাপক অঞ্জনজ্যোতি বৰাৰ

নিউজ ডেস্ক। কৰ্তব্যস্থলীলৈ যােৱাৰ পথত ভয়াৱহ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল এগৰাকী যুৱ অধ্যাপকৰ। কামৰূপ জিলাৰ বকাে থানাৰ এলেকাধীন বনগাঁৱৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বুধবাৰে পুৱাই সংঘটিত হয় এই বাছ দুৰ্ঘটনা। জানিব পৰা মতে, ‘আৰফান’ নামৰ গুৱাহাটীৰ পৰা ধুবুৰী অভিমুখী বাছখনত মিৰ্জাত উঠিছিল নগৰবেৰাৰ বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়ৰ বিজ্ঞান বিভাগৰ অধ্যাপক অঞ্জনজ্যােতি বৰা। কিন্তু দুৰ্ভাগ্যজনক ভাৱে … Read more

বিহাৰৰ পৰা অসমলৈ সৰবৰাহৰ সময়তে জব্দ ৯৩ লাখ টকা! গাড়ীৰ স্পেয়াৰ চকাত লুকুৱাই কৰিছিল সৰবৰাহৰ চেষ্টা…

নিউজ ডেস্কঃ বিহাৰৰ পৰা গুৱাহাটীলৈ সৰবৰাহৰ সময়তে পশিমবংগ আৰক্ষীৰ জালত পৰিল ৫ সৰবৰাহকাৰীসহ প্ৰায় ৯৩ লাখ টকা নগদ ধন। সোমবাৰে পশ্চিমবংগৰ জলপাইগুৰিত আৰক্ষীয়ে অভিযান চলাই এখন স্কৰপিঅ’ বাহনৰ স্পেয়াৰ চকাত লুকুৱাই অনা বৃহৎ পৰিমাণৰ ধনখিনি জব্দ কৰিবলৈ সক্ষম হয়। পশ্চিমবংগ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, বিহাৰৰ পঞ্জীয়ন নম্বৰৰ ক’লা ৰঙৰ স্কৰপিঅ’ বাহনখনৰ ওপৰত আৰক্ষীৰ সন্দেহ হোৱাত … Read more

এজন যুৱকৰেই প্ৰেমত পৰিল দুই যমজ ভগ্নী! একেদিনাই বহিল বিয়াৰ মণ্ডপত…

নিউজ ডেস্কঃ এহাল যমজ ভগ্নী। নাম- ৰিংকী আৰু পিংকী। একে ৰং, একে ফুল, একে খাদ্য দুয়োজনেই ভাল পায়। মুঠতে দুয়োৰে অধিকাংশ পচন্দই একে। গোটেই জীৱন কটাবলৈ একেজন পুৰুষকেই পচন্দও কৰিলে ৰিংকী-পিংকীয়ে। একেজন যুৱকৰ সৈতে প্ৰথমে একেলগে প্ৰেমত পৰি অৱশেষত বিয়াৰ মণ্ডপত বহিল দুই যমজ ভগ্নী। এনে এখন চৰ্চিত বিয়া সম্পন্ন হৈ গ’ল মহাৰাষ্ট্ৰৰ চোলাপুৰত। সামাজিক … Read more

৪ দিন ধৰি সন্ধানহীন ব্যক্তিৰ সন্ধান উলিওৱাত ব্যৰ্থ আৰক্ষী! কিন্তু কুঁৱাৰ পৰা জীৱিত অৱস্থাত উদ্ধাৰ কৰিলে পত্নীয়ে…

নিউজ ডেস্কঃ ৪ দিন ধৰি সন্ধানহীন হৈ থকা এজন ব্যক্তিৰ সন্ধান ওলাল কুঁৱাৰ ভিতৰত। ব্যক্তিজনৰ সন্ধান উলিওৱাত আৰক্ষী ব্যৰ্থ হোৱাৰ সময়তে কুঁৱাৰ ভিতৰৰ পৰা তেওঁক জীৱিত অৱস্থাত বিচাৰি উলিয়ালে পত্নীয়ে। যাৰ বাবে এতিয়া সাৱিত্ৰী-সত্যৱানৰ কাহিনী মনত পেলাই মানুহে প্ৰশংসাৰে উপচাই পেলাইছে ব্যক্তিজনৰ পত্নীক। এনে এক চাঞ্চল্যকৰ ঘটনাই সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ আলিগড়ত। জানিব পৰা মতে, … Read more

মৰ্মান্তিক! দৰাৰ ডিঙিত বৰমালা পিন্ধায়েই ৰভাথলীত হঠাৎ ঢলি পৰিল কইনা শিৱাংগী, হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু

নিউজ ডেস্কঃ কিমান মৰ্মান্তিক হ’ব পাৰে সেই দৃশ্য, য’ত জীৱনৰ আটাইতকৈ বিশেষ দিনটোতে নামি আহে শোকৰ বন্যা! শেহতীয়ালৈ উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ এখন বিবাহথলীতো হঠাৎ দুখৰ উজান উঠিল। আনন্দত আত্মহাৰা মনবোৰ হঠাৎ হৈ পৰিল শোকাকুল। বিয়াৰ মঞ্চত দৰাৰ ডিঙিত বৰমালা পিন্ধোৱাৰ পিছতে আকস্মিকভাৱে ঢলি পৰি মৃত্যুক সাৱটিলে এগৰাকী কইনাই। আকস্মিকভাৱে ঘটা এই ঘটনাই এতিয়া শোকস্তব্ধ কৰিছে … Read more