চিলা উৰুৱাওঁতে চাদৰ পৰা পৰি ১২ বছৰীয়া কিশোৰৰ মৃত্যু
নিউজ ডেস্ক। এক শোকাৱহ ঘটনা। ঘৰৰ চাদৰ ওপৰত চিলা উৰুৱাই থাকোতে বাগৰি পৰি মৃত্যু হ’ল এজন ১২ বছৰীয়া কিশোৰৰ। এই ঘটনা সংঘটিত হয় উত্তৰ প্ৰদেশৰ নয়দাৰ চিলাডাৰ থানা চেক্টৰ ৩৯ অঞ্চলৰ ছলেৰা গাঁৱত। কিশোৰজনক সংকটজনক অৱস্থাত চিকিৎসাৰ বাবে এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসাৰ সময়ত তেওঁ মৃত্যুবৰণ কৰে। পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে এই … Read more