শােকাৱহ! টুলুঙা নাও ডুবি ভাতৃ-ভগ্নীসহ ৩ জনৰ মৃত্যু

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা। বন্ধুৰ ঘৰলৈ কিছু সময় অতিবাহিত কৰিবলৈ কৰুণ মৃত্যু ভাতৃ-ভগ্নীসহ ৩ জনৰ। কেৰেলাৰ এৰ্ণাকুলাম জিলাত সংঘটিত হৈছে এই শোকাৱহ দুৰ্ঘটনা। তুলুঙা নাৱত বন্ধুৰ ঘৰলৈ গৈ পানীত ডুবি তিনিজন ছাত্ৰ-ছাত্ৰীৰ মৃত্যু হয়। ইয়াৰে দুজন ভাতৃ ভগ্নী বুলি জানিব পৰা যায়। ঘটনাটো সোমবাৰৰ আবেলি কাইথাপুঝা হ্ৰদৰ থেভাৰা-কুণ্ডানুৰ দলঙৰ সমীপত সংঘটিত হয় বুলি জানিব … Read more

পূব লাডাখৰ সীমান্তত শ্বহীদ ভাৰতীয় সেনা জোৱান

নিউজ ডেস্ক। দেশ-মাতৃৰ সেৱাৰ বাবে পুনৰ নিজ জীৱন উচৰ্গা এজন বীৰ জােৱানৰ। পূব লাডাখাৰ চীন সীমান্তৰ প্ৰতিকূল প্ৰাকৃতিক পৰিস্থিতৰ মাজতে দেশৰ সীমান্তৰ সুৰক্ষাৰ নিয়ােজিত থকা সেনা জােৱান পাপ্পু চামােতাৰ আকস্মিক দেহাৱসানে তেওঁ পৰিয়ালৰ মাজতাে হাহাকাৰৰ সৃষ্টি কৰিছে। ভাৰতীয় সেনাৰ জাট ৰেজিমেন্টত কৰ্মৰত এই শ্বহীদ সেনা জােৱানজনৰ বয়স মাত্ৰ ৩৫ বছৰ। ঘৰ ৰাজস্থানৰ ছীকৰ জিলাৰ ত্ৰিলােকপুৰাত। জানিব … Read more

আচৰিত! ‘মৃত’ ব্যক্তি জীৱিত হৈ পুনৰ বিবাহপাশত আবদ্ধ হ’ব পত্নীৰ সৈতে!

নিউজ ডেস্ক। এক আচৰিত ঘটনা। একে গৰাকী পত্নীক পুনৰ বিবাহ কৰাব বিচাৰিছে এজন ৫৬ বছৰীয়া লোকে। বৰ্তমান নিজৰ ঘৰতে পত্নী হৈ থকা সত্ত্বেও স্বামীয়ে বিচাৰিছে তেওঁক পুনৰ বিবাহ কৰোৱাৰ। এই ঘটনা উত্তৰ প্ৰদেশৰ। সেই লোকজনৰ নাম লাল বিহাৰী। যিটো বৰ্তমান সৰ্বত্ৰে চৰ্চিত হৈ পৰিছে। অৱশ্যে তেওঁ পুনৰ বিবাহ কৰাব বিচৰাৰ কাৰণটো অলপ সুকীয়া। কাৰণ তেওঁক … Read more

আৰক্ষীৰ জােৱানৰ সততাৰ বাবে এক লাখ টকাসহ মহিলাই পুনৰ ঘূৰাই পালে হেৰুওৱা বেগ

নিউজ ডেস্ক। কৰ্তব্যৰত আৰক্ষী জােৱান সকলে সততাৰ পৰিচয় দি লাভ কৰিছে বিশেষ চৰ্চা। সততাৰ এই নিদৰ্শন দাঙি ধৰিলে গুজৰাটৰ চুৰাট আৰক্ষীৰ যান-বাহন শাখাত কৰ্মৰত জােৱানসকলে। জানিব পৰা মতে, ট্ৰেফিক আৰক্ষীৰ জোৱানসকলৰ কৰ্তব্যৰত অৱস্থাত ৰাজপথত পৰি থকা এটা পৰিত্যক্ত বস্তুৰ ওপৰত চকু পৰে। জােৱানসকলে বস্তুত উঠাই সেইটাে মহিলাৰ পাৰ্ছ বুলি নিশ্চিত হয়। পাৰ্ছটােত আছিল নগদ ১ … Read more

‘৫ কিলাে’ উৎকােচ লৈ CBI ৰ হাতত গ্ৰেপ্তাৰ ED ৰ দুই বিষয়াক

নিউজ ডেস্ক। কিছুদিন পূৰ্বে ‘কিলাে’ৰ হিচাপত উৎকােচ দাবী কৰি তদন্তৰ সন্মুখীন হৈছিল অসম আৰক্ষীৰ এজন অতিৰিক্ত আৰক্ষী অধীক্ষক। এক কিলাে অৰ্থাৎ ১ লাখ টকা। অনুৰূপ ধৰণে ‘কিলাে’ৰ হিচাপত উৎকােচ দাবী কৰি গুজৰাটত গ্ৰেপ্তাৰ হ’ল প্ৰৱৰ্তন সঞ্চালকালয়ৰ দুজন তদন্তকাৰী বিষয়া। তদন্তত ৰেহাই দিয়াৰ নামত প্ৰথম পৰ্যায়ত ‘৫ কিলাে’ উৎকোচ লৈ চিবিআইৰ হাতত হাতে-লােটে গ্ৰেপ্তাৰ হ’ল প্ৰৱৰ্তন সঞ্চালকালয়ৰ … Read more

দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদৰ ঘােষণা আমিৰ খানৰ

নিউজ ডেস্ক। ইতি পৰিল ১৫ বছৰীয়া সম্পৰ্কৰ। বিবাহ বিচ্ছেদ ঘোষণা কৰিলে বলিউড অভিনেতা আমিৰ খান আৰু চলচ্চিত্ৰ নিৰ্মাতা কিৰণ ৰাওৱে। এক বিবৃতি যোগে এই কথা ঘোষণা কৰে দুয়োৱে। বিবৃতিত আমিৰ-কিৰণে লিখে, “বিগত ১৫ বছৰৰ আমাৰ বহু অভিজ্ঞতা হৈছে। আমাৰ সম্পৰ্কৰ মূল আছিল বিশ্বাস, শ্ৰদ্ধা আৰু অনুৰাগ। এইবাৰ আমাৰ জীৱনত এক নতুন অধ্যায় আৰম্ভ হব, কিন্তু … Read more

পানীৰ পৰা উঠি নগৰ ফুৰিবলৈ আহিল ঘঁৰিয়াল! সামাজিক মাধ্যমত ভিডিঅ’ ভাইৰেল

নিউজ ডেস্ক। সাধাৰণতে পানী অথবা নৈ কাষত দেখা পোৱা যায় ঘঁৰিয়াল। কিন্তু এইবাৰ এটা ঘঁৰিয়ালক দেখা পোৱা গ’ল এক আৱাসিক এলেকাত। বৃহস্পতিবাৰে পুৱা এটা ঘঁৰিয়ালক খোজকাঢ়ি যোৱা দৃশ্য দেখা পোৱা গ’ল কৰ্ণাটকৰ উত্তৰা কানাড়া জিলাৰ কোগিলাবান্না গাঁৱৰ পথত। পুৱা সেই দৃশ্য দেখি আচৰিত হৈ পৰে স্থানীয় লোকসকল। বৰ্তমান সেই দৃশ্য ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। … Read more

শােকাৱহ! পিঞ্জৰাবদ্ধ ফেঁটী সাপৰ দংশনত মৃত্যু চিৰিয়াখানাৰ কৰ্মচাৰীৰ

নিউজ ডেস্ক। কিছুদিন পূৰ্বে অৰুণাচল প্ৰদেশৰ এখন চিৰিয়াখানাত চাফাইৰ কামত নিয়ােজিত অসমৰ এগৰাকী কৰ্মচাৰী পিঞ্জৰাবদ্ধ বাঘৰ আক্ৰমণত মৃত্যুৰ পাছতে এইবাৰ অনুৰূপ ধৰণে পিঞ্জৰাবদ্ধ ফেঁটী সাপৰ দংশনত চিৰিয়াখানাৰ কৰ্মচাৰীৰ ঘটনা সংঘটিত হৈছে কেৰেলাত। জানিব পৰা মতে, বৃহস্পতিবাৰে তিৰুৱনন্তপুৰম চিৰিয়াখানাৰ এজন কৰ্মীক চিৰিয়াখানাখনৰ এটা ৰজা ফেঁটী সাপে দংশন কৰাৰ ফলত মৃত্যুবৰণ কৰে। কৰ্মীজনে দুপৰীয়া সাপৰ পিঞ্জৰা পৰিষ্কাৰ … Read more

তীব্ৰবেগী অ’ডিৰ খুন্দাত বিধ্বস্ত অটােৰিক্সা, আটক চালকসহ ৩ জন

নিউজ ডেস্ক। এক ভয়ংকৰ পথ দুৰ্ঘটনা। দ্ৰুতবেগী বিলাসী অ’ডি গাড়ীৰ খুন্দাত মৃত্যু হ’ল এজন অটোৰিক্সাৰ যাত্ৰীৰ। এই দুৰ্ঘটনাৰ স্থান তেলেংগানাৰ হায়দৰাবাদৰ চাইবাৰাবাদ। বৰষুণত তিতি থকা পথত অ’ডি গাড়ীখনে অটোৰিক্সাত খুন্দা মৰাৰ দৃশ্যটো মঙলবাৰে চাইবাৰাবাদ ট্ৰেফিক আৰক্ষীয়ে মুকলি কৰে। পথ দুৰ্ঘটনাৰ সন্দৰ্ভত তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ২৯ ছেকেণ্ডৰ ভিডিঅ’টোত দেখা অনুসৰি, বৰষুণত তিতি আছে ৰাজপথ। … Read more

শৰীৰত এটা হাওঁফাওঁ, এটা বৃক্ক! তথাপিও ক’ভিডক জয় দিব্যাংগ কিশোৰীৰ

নিউজ ডেস্ক। কোৰোনা মহামাৰীৰ সংহাৰ বৰ্তমানেও আছে অব্যাহত। ইয়াৰ মাজতে মধ্য প্ৰদেশৰ ইন্দোৰৰ পৰা আহিছে এক ভাল খবৰ। এগৰাকী ১২ বছৰীয়া দিব্যাংগ কিশোৰীয়ে কোৰোনাক কৰিছে পৰাস্ত। জানিব পৰা মতে কিশোৰী গৰাকীৰ দেহত সৰুৰে পৰা আছে এটা হাঁওফাঁও, এটা বৃক্ক আৰু এটা হাত। আৰু তেওঁৱেই অলপতে আক্ৰান্ত হৈছিল কোৰোনাত। যিয়ে সাহসেৰে কোৰোনাৰ সৈতে যুঁজিছিল। সেই সময়ছোৱাত … Read more