জুলাইত ঠিক হৈছিল বিয়াৰ দিন, কৰ্তব্যৰত অৱস্থাত বজ্ৰপাতে কাঢ়ি নিলে সেনা জােৱানৰ প্ৰাণ
নিউজ ডেস্ক। এক শােকাৱহ ঘটনা। কৰ্তব্যৰত অৱস্থাত বজ্ৰপাতত সেনা জােৱানৰ মৃত্যু। অহা জুলাই মাহতে নিজ গাঁৱৰে এগৰাকী যুৱতীৰ সৈতে বিয়াত বহাৰ কথা আছিল জােৱানজনৰ। জােৱানজনৰ এনে অকাল মৃত্যুৰ ঘটনাই তীব্ৰ শােকৰ ছাঁ পেলালে ওপজা গাঁওখনত। শ্বহীদ জােৱানজনৰ নাম ৰাইফলমেন মনদীপ সিং নেগী। তেওঁ সেনাৰ ১১ গঢ়ৱাল ৰাইফলছত কৰ্মৰত আছিল। পিতৃ-মাতৃৰ একমাত্ৰ পুত্ৰ সন্তান আছিল মনদীপ। … Read more